ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’

নিউজ ডেস্কঃ

News Desk by News Desk
January 18, 2023
Reading Time: 1 min read
A A
0
অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি

অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?

নতুন উদ্যমেৰে নতুন বছৰত ‘দ্য কাশ্মীৰ ফাইলছ’ (The Kashmir Files) আগবাঢ়িছে। বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত এই ছবিখন পুনৰ এবাৰ ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। এই খবৰটো পৰিচালকে নিজেই টুইট কৰি ঘোষণা কৰে।১৯ জানুৱাৰী ‘কাশ্মীৰী হিন্দু গণহত্যা দিৱস’ (Kashmiri Hindu Genocide Day)।

দ্য কাশ্মীৰ ফাইলছ
The Kashmir Files:

নব্বৈৰ দশকত উপত্যকাটোত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা অত্যাচাৰৰ স্মৃতিত এই বিশেষ দিনটো পালন কৰা হয়। ঘৰ-মাটি, সম্পত্তিৰ পৰা উভালি পেলোৱা কাশ্মীৰী হিন্দুসকলক স্মৰণ কৰি পুনৰ ডাঙৰ পৰ্দাত মুক্তি পাবলৈ গৈ আছে ‘দ্য কাশ্মীৰ ফাইলছ’। পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে (Director Vivek Agnihotri) ছচিয়েল মিডিয়াত ছবিখনৰ এখন পোষ্টাৰ শ্বেয়াৰ কৰে।

তেওঁ লিখিছে, “‘দ্য কাশ্মীৰ ফাইলছ’ পুনৰ চিনেমাগৃহত মুক্তি পাবলৈ গৈ আছে ১৯ জানুৱাৰীৰ কাশ্মীৰী হিন্দু গণহত্যা দিৱসত।” বছৰত দুবাৰকৈ ডাঙৰ পৰ্দাত মুক্তি পোৱা এইখনেই প্ৰথম ছবি।

শেহতীয়াকৈ ‘দ্য কাশ্মীৰ ফাইলছ’ অস্কাৰৰ বাবে চৰ্টলিষ্ট কৰা ৩০১খন ছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। ছবিখনৰ এই স্বীকৃতি সন্দৰ্ভত পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে টুইট কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে ছবিখনৰ সমগ্ৰ দলটোক টুইটাৰযোগে অভিনন্দন জ্ঞাপন কৰে।

২০২২ চনৰ মাৰ্চ মাহত মুক্তি লাভ কৰিছিল বিবেক অগ্নিহোত্ৰীৰ ছবি ‘দ্য কাশ্মীৰ ফাইলছ’। নব্বৈৰ দশকত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা নিৰ্যাতন আৰু উপত্যকাটোৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰেক্ষাপটত নিৰ্মিত ছবিখনো কম বিতৰ্কিত নাছিল। ২০২২ চনৰ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো এই ছবিখনে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল।

ছবি মহোৎসৱৰ অধ্যক্ষ নাদৱ লাপিদে ইফেৰ মঞ্চত ছবিখনক “অশ্লীল” বুলি অভিহিত কৰে। কেইবাজনো জুৰীৰ সদস্যই তেওঁৰ এই মন্তব্যক সমৰ্থন কৰে। কেইমাহমানৰ পাছত ‘দ্য কাশ্মীৰ ফাইলছ’ বিশ্ব মঞ্চত স্বীকৃতি লাভ কৰে। ছবিখনৰ অস্কাৰ মনোনয়নৰ পিছত সমালোচকসকলে অভিযোগৰ যোগ্য সঁহাৰি লাভ কৰে বুলি মন্তব্য কৰে বিবেক অগ্নিহোত্ৰীয়ে।

ADVERTISEMENT

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: The Kashmir Filesদ্য কাশ্মীৰ ফাইলছ
Share4Tweet3Send

Related Posts

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি
Entertrainment

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি

by News Desk
January 25, 2023
52
অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !
Entertainment

অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

by News Desk
January 18, 2023
56
চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?
Entertainment

চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?

by News Desk
January 16, 2023
53
কেঞ্চাৰ হোৱা বুলি জানিব পাৰি মৃত্যু বিচাৰিছিল সঞ্জয় দত্তই!
Entertrainment

কেঞ্চাৰ হোৱা বুলি জানিব পাৰি মৃত্যু বিচাৰিছিল সঞ্জয় দত্তই!

by News Desk
January 13, 2023
52
ৰাজামৌলিৰ RRR ছবিৰ ‘নাটু নাটু’ সংগীতৰ বাবে আন্তৰাষ্ট্ৰীয় গ’ল্ডেন গ্লোবছ বঁটা
Entertrainment

ৰাজামৌলিৰ RRR ছবিৰ ‘নাটু নাটু’ সংগীতৰ বাবে আন্তৰাষ্ট্ৰীয় গ’ল্ডেন গ্লোবছ বঁটা

by News Desk
January 11, 2023
51
‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?
Entertrainment

‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?

by News Desk
December 31, 2022
51
ADVERTISEMENT
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023
50
“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:
Assam

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: