ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

নিউজ ডেস্কঃ

News Desk by News Desk
January 18, 2023
Reading Time: 1 min read
A A
0
অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি

অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’

চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?

অফুৰন্ত ‘ঐশ্বৰ্য’ৰ মালিক। আৰু কিবা কৰিবলৈ বাকী আছেনে! কিন্তু এক অবিশ্বাস্য কাণ্ড কৰিছে ঐশ্বৰ্য ৰায় বচ্চনে (Aishwarya Rai Bachchan)। তাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে (Government of Maharashtra) তেওঁক জাননী জাৰি (Notice issued) কৰিছে। খবৰ অনুযায়ী, এই জাননী তেওঁক ৯ জানুৱাৰীত প্ৰেৰণ কৰা হৈছিল। ১৮ জানুৱাৰীত তেওঁৰ কৰ আদায় দিয়াৰ অন্তিম দিন (Last day for payment of taxes)।

ঐশ্বৰ্যৰ কৰ ফাঁকি
Aishwarya’s tax evasion:

অভিনেত্ৰীগৰাকীৰ হৈ তেওঁৰ অধিবক্তাই সংশ্লিষ্ট বিষয়াসকলৰ সৈতে যোগাযোগ কৰে। তেওঁ কয় যে নিৰ্দিষ্ট সময়ত কিছুমান কৰ আদায় দিয়া হʼব।পিছে কৰৰ পৰিমাণ বহু বেছি নেকি, যাৰবাবে নায়িকাগৰাকীয়ে দিব নোৱাৰিলে? চৰকাৰী জাননীত কোৱা হৈছে যে নাচিকৰ সমীপৰ সিন্নাৰ জিলাৰ আদবাদি গাঁৱৰ এক হেক্টৰ মাটিৰ বাবে তেওঁৰ কৰ মাত্ৰ ২১,৯৬০ টকা।

এই টকাও তেওঁ দিব নোৱাৰিলে! আৰু এই ধনৰাশি তেওঁ এবছৰতকৈ অধিক সময় আদায় দিয়া নাই। তেওঁৰ অধিবক্তাই পলম হোৱাৰ কাৰণো বুজাই দিলে। ঐশ্বৰ্যই উইন্দমিলত বিনিয়োগ কৰে। ২০০৯ চনত তেওঁ এই মাটি ক্ৰয় কৰিছিল। ইমান বছৰে তেওঁ কৰ দি আহিছে। কেৱল এই বিশেষ মূল্যায়ন বৰ্ষৰ বাবে কৰ বাকী আছে।

উল্লেখ্য, ঐশ্বৰ্য ৰায় বচ্চনে প্ৰথমবাৰৰ বাবে চৰকাৰী জাননী পোৱা নাই। ইয়াৰ পূৰ্বে তেওঁ ১২০০ৰো অধিক কৰ খিলাফি কৰিছে। তাৰ বাবে তেওঁ একাধিক জাননী পাইছিল। সেই সময়ত সংশ্লিষ্ট মহলে তেওঁৰ পৰা কোনো সঁহাৰি পোৱা নাছিল। চৰকাৰী জাননীৰ বিৰুদ্ধে তেওঁৰ অধিবক্তাই প্ৰথমবাৰৰ বাবে আইনী সঁহাৰি দিছে।

ADVERTISEMENT

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Aishwarya's tax evasionঐশ্বৰ্যৰ কৰ ফাঁকি
Share5Tweet3Send

Related Posts

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি
Entertrainment

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি

by News Desk
January 25, 2023
52
অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’
Entertrainment

অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’

by News Desk
January 18, 2023
54
চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?
Entertainment

চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?

by News Desk
January 16, 2023
53
কেঞ্চাৰ হোৱা বুলি জানিব পাৰি মৃত্যু বিচাৰিছিল সঞ্জয় দত্তই!
Entertrainment

কেঞ্চাৰ হোৱা বুলি জানিব পাৰি মৃত্যু বিচাৰিছিল সঞ্জয় দত্তই!

by News Desk
January 13, 2023
52
ৰাজামৌলিৰ RRR ছবিৰ ‘নাটু নাটু’ সংগীতৰ বাবে আন্তৰাষ্ট্ৰীয় গ’ল্ডেন গ্লোবছ বঁটা
Entertrainment

ৰাজামৌলিৰ RRR ছবিৰ ‘নাটু নাটু’ সংগীতৰ বাবে আন্তৰাষ্ট্ৰীয় গ’ল্ডেন গ্লোবছ বঁটা

by News Desk
January 11, 2023
51
‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?
Entertrainment

‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?

by News Desk
December 31, 2022
51
ADVERTISEMENT
গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন
National-International

গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

January 30, 2023
50
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4884) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: