ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?

নিউজ ডেস্কঃ

News Desk by News Desk
January 16, 2023
Reading Time: 1 min read
A A
0
চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি

অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’

অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

অক্ষয় কুমাৰ-টুইংকল খান্নাৰ (Akshay Kumar- Twinkle Khanna) দাম্পত্য জীৱনৰ প্ৰায় ২২ বছৰ (About 22 years of married life) হʼল। এই ২২ বছৰীয়া বিবাহিত জীৱনত কʼত কি ঘটিছে। ভাল সময় পাৰ হোৱাৰ লগে লগে অক্ষয়ৰ নাম কেইবাগৰাকীও অভিনেত্ৰীৰ সৈতে জড়িত হৈ পৰিছে। কিন্তু অক্ষয়ৰ অৰ্ধাঙ্গিনী টুইংকলে যিকোনো পৰিস্থিতি বুদ্ধিমত্তাৰে চম্ভালিছে।

চয়তানৰ দৰে পৰিকল্পনা অক্ষয়ৰ টুইংকল
অক্ষয়-টুইংকলৰ দাম্পত্য জীৱনৰ ২২ বছৰ:

ৰাজেশ খান্নাৰ কন্যাই কেতিয়াও তেওঁলোকৰ বৈবাহিক অস্থিৰতাক ৰাজহুৱা কৰা নাই। কিন্তু হঠাৎ কি হʼল যে স্বামীৰ মাজত চয়তানক বিচাৰি পালে? কেৱল সেয়াই নহয়, টুইংকলে অক্ষয়ৰ পৰিকল্পনাক আসুৰিক বুলিও অভিহিত কৰিছে। হঠাৎ অক্ষয়ক লৈ এনেধৰণৰ মন্তব্যৰ আঁৰত কি কাৰণ আছে?

এবছৰত সৰ্বাধিক ছবি নিৰ্মাণ কৰাৰ খ্যাতি আছে অক্ষয়ৰ। কৰ্ম আৰু শৰীৰচৰ্চাৰ উপৰি পৰিয়ালক পৰ্যাপ্ত সময় দিয়ে। টুইংকল-অক্ষয়ৰ পৰিয়ালত এজন পুত্ৰ আৰৱ আৰু কন্যা নিতাৰা। পুত্ৰই বিদেশত পঢ়ে। ছোৱালীজনী সৰু।

শেহতীয়াকৈ অক্ষয় কুমাৰে কন্যা আৰু পত্নীৰ সৈতে বৰফেৰে আবৃত এটা হ্ৰদলৈ ভ্ৰমণলৈ গৈছিল। কুঁৱলীৰে আগুৰি থকা ডাৱৰীয়া শীতকালীন ঠাই। প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি থকা পিতৃ-কন্যাৰ টুইংকলে ভিডিঅ’ কৰি আছে।

ADVERTISEMENT

অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ভিডিঅʼটো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “শীতকালত প্ৰায় বৰফৰ দৰে গোটমৰা এটা ৰাতিপুৱা, এনে এটা হ্ৰদত ভ্ৰমণৰ পৰিকল্পনা কৰা হৈছে। এনে এজন ব্যক্তিৰ দ্বাৰা যাৰ নাম অনুমান কৰাটো বৰ কঠিন নহয়। এনে এটা পৈশাচিক পৰিকল্পনা তেওঁৰ।

আচলতে বিবাহ নামৰ বস্তুৰ ওচৰত হাৰ মানে পদাৰ্থ বিজ্ঞান, তাপগতি বিজ্ঞানৰ দৰে বিষয়সমূহো।” টুইংকলৰ হাস্যৰস ইতিমধ্যেই যথেষ্ট জনপ্ৰিয়। এইবাৰ তেওঁ স্বামীৰ নাম নোলোৱাকৈ দুটামান শব্দ লিখি পেলালে এনেদৰে। যাৰ বাবে এতিয়া ছচিয়েল মিডিয়াত হাস্যৰসৰ সৃষ্টি হৈছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Akshay's twinkle with a plan like satanচয়তানৰ দৰে পৰিকল্পনা অক্ষয়ৰ টুইংকল
Share4Tweet3Send

Related Posts

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি
Entertrainment

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি

by News Desk
January 25, 2023
52
অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’
Entertrainment

অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’

by News Desk
January 18, 2023
54
অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !
Entertainment

অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

by News Desk
January 18, 2023
56
কেঞ্চাৰ হোৱা বুলি জানিব পাৰি মৃত্যু বিচাৰিছিল সঞ্জয় দত্তই!
Entertrainment

কেঞ্চাৰ হোৱা বুলি জানিব পাৰি মৃত্যু বিচাৰিছিল সঞ্জয় দত্তই!

by News Desk
January 13, 2023
52
ৰাজামৌলিৰ RRR ছবিৰ ‘নাটু নাটু’ সংগীতৰ বাবে আন্তৰাষ্ট্ৰীয় গ’ল্ডেন গ্লোবছ বঁটা
Entertrainment

ৰাজামৌলিৰ RRR ছবিৰ ‘নাটু নাটু’ সংগীতৰ বাবে আন্তৰাষ্ট্ৰীয় গ’ল্ডেন গ্লোবছ বঁটা

by News Desk
January 11, 2023
51
‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?
Entertrainment

‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?

by News Desk
December 31, 2022
51
ADVERTISEMENT
গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন
National-International

গুজৰাটৰ গডমেন আশাৰাম বাপুক দিলে ধৰ্ষণকাৰীৰ আখ্যাঃ দোষী সাব্যস্ত গডমেন

January 30, 2023
50
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4884) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: