ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

ৰাজামৌলিৰ RRR ছবিৰ ‘নাটু নাটু’ সংগীতৰ বাবে আন্তৰাষ্ট্ৰীয় গ’ল্ডেন গ্লোবছ বঁটা

নিউজ ডেস্কঃ

News Desk by News Desk
January 11, 2023
Reading Time: 1 min read
A A
0
ৰাজামৌলিৰ RRR ছবিৰ ‘নাটু নাটু’ সংগীতৰ বাবে আন্তৰাষ্ট্ৰীয় গ’ল্ডেন গ্লোবছ বঁটা

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি

অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’

অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

এছ এছ ৰাজামৌলিৰ শিৰত নতুন মুকুট। পৰিচালক ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ ছবিখনে (Director Rajamouli’s ‘RRR’) বিগত বৰ্ষৰ মাৰ্চ মাহত ছবিগৃহত মুক্তি লাভ কৰিছিল। ছবিখনৰ ‘নাটু নাটু’ গীতটিয়ে শ্ৰেষ্ঠ গীতৰ (The song ‘Naatu Naatu’ is the best song) আন্তৰাষ্ট্ৰীয় গ’ল্ডেন গ্লোবছ বঁটা লাভ (International Golden Globes Award) কৰে। ৰাহুল ছিপলিগঞ্জ আৰু কলা ভৈৰৱে গোৱা ‘নাটু নাটু’ৱে এই শাখাত টেইলৰ চুইফট আৰু লেডী গাগাৰ দৰে গায়কক পৰাস্ত কৰিছে।

RRR ছবি আন্তৰাষ্ট্ৰীয় গ'ল্ডেন গ্লোবছ বঁটা
RRR Movie wins International Golden Globes Award:

গুইলেৰ্মো ডেল টোৰোৰ ‘পিনোচিঅ’ গীতৰ ‘চায়ো পাপা’ গীতটোৱে শ্ৰেষ্ঠ সংগীত শাখাত গ’ল্ডেন গ্লোবছৰ বাবে মনোনীত হয়।ইয়াৰ উপৰি এই তালিকাত টেইলৰ চুইফটৰ ‘কেৰোলিনা’, লেডী গাগাৰ ‘টপ গান : মেভেৰিকোৰ ‘হল্ড মাই হেণ্ড’, ‘ব্লেক পেন্থাৰ : ৱাকাণ্ডা ফৰ এভাৰোৰ ‘লিফ্ট মি আপ’ আদি অন্তৰ্ভুক্ত কৰা হৈছিল।

কিন্তু অৱশেষত এম এম কীৰাৱনী, কলা ভৈৰব আৰু ৰাহুল চিপলিগুঞ্জৰ কণ্ঠৰ ‘নাটু নাটু’ গানটিয়ে সকলোৰে মন জয় কৰে।এই অনুষ্ঠানৰ মঞ্চত বঁটা গ্ৰহণ কৰিবলৈ উঠি যায় ছবিখনৰ সংগীত পৰিচালক এম এম কীৰাৱনী। বঁটা গ্ৰহণ কৰি তেওঁ কয়, “এই বঁটা মোৰ ভাই এছ এছ ৰাজামৌলিৰ। লগতে এই গীতটোত অবিশ্বাস্য শক্তিৰে নৃত্য কৰাৰ বাবে ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰক ধন্যবাদ।”

ADVERTISEMENT

উল্লেখ্য, ‘আৰ আৰ আৰ’ গ’ল্ডেন গ্লোবছ এৱাৰ্ডত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাতো মনোনীত হৈছিল। কিন্তু পুৰস্কাৰ আধৰুৱা হৈ ৰয়। এই শাখাত শ্ৰেষ্ঠ খিতাপ লাভ কৰে ‘আৰ্জেন্টিনা, ১৯৮৫’ ছবিখনে।শনিবাৰে লছ এঞ্জেলছত ছবিখনৰ বিশেষ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে ৰাজামৌলি আৰু সহ-অভিনেতা জুনিয়ৰ এন টি আৰ।

এই ছবিখন চাই অস্কাৰ কমিটীৰ সদস্যসকলে প্ৰশংসাৰে উপচাই পেলায়। ‘আৰ আৰ আৰ’ ছবিখনক ভাৰতীয় দৰ্শকেও কম শলাগ লোৱা নাছিল। মাৰ্চ মাহত মুক্তি পোৱাৰ কম সময়ৰ ভিতৰতে ছবিখনৰ ব্যৱসায়ে ১২০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: RRR Movie wins International Golden Globes AwardRRR ছবি আন্তৰাষ্ট্ৰীয় গ'ল্ডেন গ্লোবছ বঁটা
Share4Tweet3Send

Related Posts

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি
Entertrainment

বিতৰ্ক আৰু অপেক্ষাৰ অন্ত পেলাই ছবিগৃহত ‘পাঠান’ : এক বিহংগম দৃষ্টি

by News Desk
January 25, 2023
52
অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’
Entertrainment

অস্কাৰৰ মনোনয়নৰ পিছত পুনৰ ডাঙৰ পৰ্দাত ‘দ্য কাশ্মীৰ ফাইলছ’

by News Desk
January 18, 2023
54
অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !
Entertainment

অনাদায় হৈ আছে কৰ, বচ্চন বোৱাৰী ঐশ্বৰ্যৰ কৰ ফাঁকি !

by News Desk
January 18, 2023
56
চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?
Entertainment

চয়তানৰ দৰে সকলো পৰিকল্পনা! অক্ষয়ক এনেদৰে কিয় ক’লে টুইংকলে?

by News Desk
January 16, 2023
53
কেঞ্চাৰ হোৱা বুলি জানিব পাৰি মৃত্যু বিচাৰিছিল সঞ্জয় দত্তই!
Entertrainment

কেঞ্চাৰ হোৱা বুলি জানিব পাৰি মৃত্যু বিচাৰিছিল সঞ্জয় দত্তই!

by News Desk
January 13, 2023
52
‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?
Entertrainment

‘ৰকেট্ৰী দা নাম্বি ইফেক্ট’ অভিনেতাৰ চৰম সিদ্ধান্ত! কি কʼলে মাধৱনে?

by News Desk
December 31, 2022
51
ADVERTISEMENT
কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:
KARBI ANGLONG

কাৰবি আংলঙত তুলিৰাম ৰংহাঙৰ উদ্যোগত ৰাজনীতিকৰণ আৰু ধৰ্মান্তকৰণৰ অভিযোগ এপিএইছএলচিৰ:

January 30, 2023
50
বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:
KARBI ANGLONG

বকলীয়াঘাটত ২০২৩-২৫ বৰ্ষৰ বাবে কাৰবি আংলং জিলা সাহিত্য সভাৰ সভাপতি, উপসভাপতি আৰু সম্পাদকৰ নাম ঘোষণা:

January 30, 2023
50
প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:
Entertainment

প্ৰথম ৫ দিনত ‘পাঠান’ৰ ব্যৱসায় ৫০০ কোটি অতিক্ৰম:

January 30, 2023
50
“শিক্ষকশ্ৰী” বকুল দত্তৰ দেহাৱসানত শোকৰ ছাঁ বোকাখাতত:
Assam

Categories

ALL NEWS (17211) Assam (12335) BREAKING NEWS (6431) Business (26) Economy (52) Editorial (11) EDUCATION AND TECHNOLOGY (54) Entertainment (595) Entertrainment (287) EXCLUSIVE (124) Fashion (8) Featured (18) Features (30) Guwahati (1839) Health & Fitness (609) Jobs & Career (5) KARBI ANGLONG (2380) Lifestyle (23) literature (16) National-International (4883) NORTHEAST (464) Novels (3) Photo (4) Poems (9) Political (98) Recipes (5) Sports News (363) Stories (7) Tech (8) Travel (6) Uncategorized (14) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: