ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

কোভিড প্ৰতিৰোধৰ বাবে বুষ্টাৰৰ দ্বিতীয় ডোজ গুৰুত্বপূৰ্ণনে? কেন্দ্রীয় চৰকাৰে কি কয়

নিউজ ডেস্কঃ

News Desk by News Desk
January 3, 2023
Reading Time: 1 min read
A A
0
কোভিড প্ৰতিৰোধৰ বাবে বুষ্টাৰৰ দ্বিতীয় ডোজ গুৰুত্বপূৰ্ণনে? কেন্দ্রীয় চৰকাৰে কি কয়

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

“India Reports 60 New Coronavirus Infections, Total Active Cases at 1,503 with Death Toll at 5,31,928”

“Monitoring the Emergence of Covid-19 Variant BA.2.86 and the Importance of Global Vigilance”

Parents fight I পিতৃ-মাতৃৰ কাজিয়াই কণমানিটোৰ মনত কিমান প্ৰভাৱ পেলায়?

বিশ্বজুৰি কোভিড সংক্ৰমণ (Covid Infection)ৰ গ্ৰাফ লাহে লাহে বাঢ়িছে (Increased)। উদ্বিগ্নতাও বাঢ়িছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে কোভিড ভেকচিন বুষ্টাৰ (Vaccine Booster)ৰ দ্বিতীয় ডোজ (2nd dose) লোৱাটো কিমান প্ৰয়োজনীয়। কোভিড ভেকচিন বুষ্টাৰৰ দ্বিতীয় ডোজ লোৱাৰ প্ৰয়োজন নাই বুলি মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰৰ এক সূত্ৰই জনোৱা মতে, প্ৰথমে সমগ্ৰ দেশতে বুষ্টাৰ টীকাকৰণ সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ।

বুষ্টাৰৰ দ্বিতীয় ডোজ
Covid second dose of booster :

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ (Union Ministry of Health) পৰিসংখ্যা অনুসৰি, মঙলবাৰে দেশত ১৩৪ জন লোক নতুনকৈ কোভিডত আক্ৰান্ত হয়। সোমবাৰৰ তুলনাত কমিছে সক্ৰিয় ৰোগীৰ সংখ্যা। মঙলবাৰে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ২৫৮২ লৈ বৃদ্ধি পায়।

যোৱা এদিনত দেশত ২২২ জন লোক কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে। আশাৰ কথা যে যোৱা ২৪ ঘণ্টাত দেশত কোভিডত আক্ৰান্ত হৈ কোনো লোকৰ মৃত্যু হোৱা নাই। এই পৰ্যন্ত দেশত কোভিডত আক্ৰান্ত হৈ ৫ লাখ ৩০ হাজাৰ ৭০৭ জন লোকৰ মৃত্যু হৈছে।

এনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মানচুখ মাণ্ডবিয়াই (Health Minister Mansukh Mandbia) সোমবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ কোভিড টেষ্টিং বিষয়টোৰ তদন্ত কৰে। চীনত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। যাতে সেই দেশৰ পৰা ইয়ালৈ সংক্ৰমণ বিয়পি নাযায়, তাক লৈ সক্ৰিয় কেন্দ্ৰ।

ইয়াৰ পূৰ্বে কেন্দ্ৰই চীনকে ধৰি বিভিন্ন দেশৰ পৰা উভতি অহা যাত্ৰীৰ বাবে কঠোৰ নিয়ম জাৰি কৰিছিল। সোমবাৰে ৬খন দেশ স্পৰ্শ কৰা বিমানখনত ভাৰতলৈ অহাসকলৰ বাবেও কঠোৰ নিয়ম জাৰি কৰা হৈছে।

নতুন নিয়ম অনুসৰি সেই ৬ খন দেশৰ বিমানবন্দৰৰ জৰিয়তে ভাৰতলৈ অহা সকলো আন্তঃৰাষ্ট্ৰীয় যাত্ৰীয়ে বিমানত উঠাৰ আগতে Covid.72 ৰ বাবে RTPCR ৰিপৰ্ট জমা দিব লাগিব। প্ৰতিবেদন নেগেটিভ হʼব লাগিব। চীনৰ বাহিৰেও এই নিয়ম দক্ষিণ কোৰিয়া, থাইলেণ্ড, হংকং, জাপান, ছিংগাপুৰৰ ক্ষেত্ৰত জাৰি কৰা হৈছে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: second dose of the boosterবুষ্টাৰৰ দ্বিতীয় ডোজ
Share5Tweet3Send

Related Posts

“India Reports 60 New Coronavirus Infections, Total Active Cases at 1,503 with Death Toll at 5,31,928”
Health & Fitness

“India Reports 60 New Coronavirus Infections, Total Active Cases at 1,503 with Death Toll at 5,31,928”

by ASSAM TIMES POST
August 26, 2023
56
“Monitoring the Emergence of Covid-19 Variant BA.2.86 and the Importance of Global Vigilance”
ALL NEWS

“Monitoring the Emergence of Covid-19 Variant BA.2.86 and the Importance of Global Vigilance”

by ASSAM TIMES POST
August 18, 2023
55
Parents fight I পিতৃ-মাতৃৰ কাজিয়াই কণমানিটোৰ মনত কিমান প্ৰভাৱ পেলায়?
Health & Fitness

Parents fight I পিতৃ-মাতৃৰ কাজিয়াই কণমানিটোৰ মনত কিমান প্ৰভাৱ পেলায়?

by News Desk
May 16, 2023
74
Corona infection I এদিনতে ২০ শতাংশ বৃদ্ধি! ২৪ ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত ১২,৫৯১, ২৯ জনৰ মৃত্যু
Health & Fitness

Corona infection I এদিনতে ২০ শতাংশ বৃদ্ধি! ২৪ ঘণ্টাত নতুনকৈ কৰোনাত আক্ৰান্ত ১২,৫৯১, ২৯ জনৰ মৃত্যু

by News Desk
April 20, 2023
62
Women’s Health: 5 Essential Nutrients That Each Woman Requires to Take Every Day
Health & Fitness

Women’s Health: 5 Essential Nutrients That Each Woman Requires to Take Every Day

by ASSAM TIMES POST
April 18, 2023
54
দেশত ২৪ ঘণ্টাত নতুন কোভিড আক্ৰান্তৰ সংখ্যা তিনি বছৰৰ ভিতৰত সৰ্বনিম্ন
Health & Fitness

দেশত ২৪ ঘণ্টাত নতুন কোভিড আক্ৰান্তৰ সংখ্যা তিনি বছৰৰ ভিতৰত সৰ্বনিম্ন

by News Desk
January 17, 2023
62
ADVERTISEMENT
Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি
National-International

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

September 29, 2023
57
Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০
National-International

Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

September 29, 2023
55
Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি
Assam

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

September 29, 2023
56
Asian games 2023 I শ্বুটিঙত সোণৰ হেট্ৰিকৰ পৰা বঞ্চিত ঐশ্বৰ্য
National-International

Asian games 2023 I শ্বুটিঙত সোণৰ হেট্ৰিকৰ পৰা বঞ্চিত ঐশ্বৰ্য

September 29, 2023
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

September 29, 2023
Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

September 29, 2023
Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

September 29, 2023

Categories

ALL NEWS (17263) Assam (12731) BREAKING NEWS (6433) Business (29) Economy (70) Editorial (11) EDUCATION AND TECHNOLOGY (79) Entertainment (743) Entertrainment (393) EXCLUSIVE (124) Fashion (9) Featured (20) Features (30) Guwahati (1897) Health & Fitness (614) Jobs & Career (6) KARBI ANGLONG (2727) Lifestyle (23) literature (16) National-International (6266) NORTHEAST (607) Novels (3) Photo (4) Poems (9) Political (110) Recipes (6) Sports News (404) Stories (9) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: