অসম নাগালেণ্ড Assam-Nagaland সীমান্তৰ খটখটিত অসম আৰক্ষীয়ে ড্ৰাগছৰ Drugs বিৰুদ্ধে লাভ কৰিছে আন এক বৃহৎ সফলতা । প্ৰাপ্ত খবৰ অনুসৰি এক গোপন খবৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু খটখটি অচি ৰমেন বৰদলৈ ,থানা স্টাফ আৰু বোকাজান চি ২০ চি আৰ পি এফ ৰ সহযোগত খটখটি কাছাৰী গাঁৱত অভিযান চলাই উদ্ধাৰ কৰে হেৰইণখিনি।
[caption id="attachment_90479" align="alignnone" width="1080"] Drugs Recovered in Khatkhati:[/caption]
অভিযানকাৰী দলটোৱে এছ01এপি 6384 ত তলাছি চলাই 29 চাবোনৰ বাকচত 381 গ্ৰাম সন্দেহযুক্ত হেৰইণ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত আৰক্ষীয়ে ডিমাপুৰ ৰ মৃত জেভুখুৰ পুত্ৰ ঐতো আয়ে ক আৰক্ষীযে আটক কৰে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।