ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu Lok Sabha constituency : অমৰছিং তিচ’ৰ দাবী ডিফু লোকসভা সমষ্টিত চাৰি লাখতকৈ অধিক ভোট লাভ কৰি বিজয়ী হ’ব

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
April 28, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST
৬ নং ডিফু লোকসভা সমষ্টিৰ (Diphu Lok Sabha constituency) বিজেপিৰ প্ৰাৰ্থী অমৰছিং তিচ’ৱে (BJP candidate Amarsing Tisso) চাৰিলাখৰো অধিক ভোট (By more than four lakh votes) লাভ কৰি সমষ্টিটোত বিজয় সাব্যস্ত কৰিব বুলি দাবী (Claim to win) কৰে ৷ ডিফুস্থিত বিজেপিৰ বাজপায়ী ভৱন কাৰ্যালয়ত আজি এক সংবাদমেলযোগে এই দাবী কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

তেও কয় যে এইবাৰ নিৰ্বাচনত সমষ্টিটোৰ৮৯২৭৮৯ গৰাকী ভোটাৰ আছিল আৰু ইয়াৰে ৬৩১১১৩ গৰাকী ভোটাৰে ভোটদান সাব্যস্ত কৰিছিল ৷ ইয়াৰ ভিতৰত বিজেপিয়ে চাৰি লাখ আশী হাজাৰ ভোট লাভ কৰিব বুলি দাবী কৰে ৷ মুঠ ভোটদানৰ ৮০ শতাংশ ভোট বিজেপি দলে লাভ কৰিব বুলি দাবী কৰি ২০ শতাংশ ভোটৰ বাবে কংগ্ৰেছ আৰু নিৰ্দলীয় প্ৰাৰ্থী জনচ ইংতি কাথাৰৰ মাজত প্ৰতিদ্বন্দিতা হব বুলি তিচ’ৱে দাবী কৰে ৷

AmarshingP1 | ASSAM TIMES POST

শান্তিপূৰ্ণ ভাবে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ বাবে ইষিট দেৱতাক স্মৰণ কৰি তিনিখন পাৰ্বত্য জিলাৰ জনসাধাৰণক ভোট গ্ৰহণ প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে প্ৰাৰ্থী গৰাকীয়ে৷

ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদী, গৃহমন্ত্ৰী অমিত ছাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক তেওক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ লগতে তিচ’ৱে তিনিখন পাৰ্বত্য জিলাৰ প্ৰশাসনৰ মুৰব্বী আৰু বিজেপিৰ সভাপতি সম্পাদকসকলকো ধন্যবাদ জ্ঞাপন কৰে ৷ বিজয়ী হৈ আহিলে তিনিখন পাৰ্বত্য জিলাৰ উন্নয়ণ কৰাটোৱেই প্ৰধান লক্ষ্য হব বুলি উল্লেখ কৰি শিক্ষা খণ্ডৰ উন্নয়নত অধিক মনোনিৱেশ কৰিব বুলি বিজেপি প্ৰাৰ্থীগৰাকীয়ে ব্যক্ত কৰে৷

Tags: AmarsingTissoবিজেপিৰ প্ৰাৰ্থী অমৰছিং তিচ'ৰ বিজয়
Share4Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx