শুকুৰবাৰৰ দিনা ডিমা হাছাওৰ নীপকো ৱাটাৰ ৰিজাৰভাৰত (NEEPCO Reserve) পৰি মৃত্যু দুজন কিশোৰৰ। যুগল মুদৈ আৰু অৰ্জিত পাল নামদ দুজন কিশোৰ নিপকোৰ জলাশয়ত নাও চলাবলৈ যোৱাৰ সময়তে দুৰ্ভাগ্যবশতঃ নাওখন পানীত ডুব যায় আৰু তেওঁলোকৰ মৃত্যু ঘটে।
ডিমা হাচাওৰ উমৰাংছস্থিত ১৬ কিলো আৰু ১২ কিলোত থকা উক্ত দুই কিশোৰক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।