👉অসম – মেঘালয় সীমান্তত উত্তেজনা Assam-Meghalaya Border Tense।
👉পশ্চিম কৰ্বিআংলং জিলাৰ জিৰিকিংডেং থানাৰ অন্তৰ্গত মূক্ৰং অঞ্চলত এই উত্তেজনা ।
👉অসমৰ বনকৰ্মী আৰু মেঘালয়ৰ খাচী লোকৰ মাজত চলিছে এই উত্তেজনা ।
👉অসমৰ বনকৰ্মী আৰু আৰক্ষীৰ গাড়ী ঘেৰাও মেঘালয়ৰ খাচী লোকৰ।
👉অসমৰ বনকৰ্মীয়ে জব্দ কৰিছিল চোৰাং কাঠ কঢ়িয়াই নিয়া মেঘালয়ৰ এখন ট্ৰাক।
👉ট্ৰাক খন জব্দ কৰাত দুইশতাধিক খাচী লোকে আহি ঘেৰাও কৰে অসমৰ বনকৰ্মী আৰু আৰক্ষীৰ দল দুটাক।
👉পৰিস্থিতি নিয়ন্ত্ৰণ ৰ বাবে বনকৰ্মী তথা আৰক্ষীয়ে কৰিছিল গুলীচালনা।
👉গুলীচালনাত নিহত ৪ জন।নিহত তিনি জন খাছী দুৰ্বৃত্তৰ লগতে এজন বনকৰ্মী বিদ্যাছিং লেখথ বুলি চিনাক্ত।