ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Staff Reporter by Staff Reporter
July 7, 2026
Reading Time: 1 min read
A A
0
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

কাৰ্বি আংলঙৰ ভূমি অবৈধভাৱে দখল কৰাসকলক উচ্ছেদৰ দাবীত ডিফুত প্ৰতিবাদ (Diphu Protest) অব্যাহত আছে। সোমবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদত মঙলবাৰে দ্বিতীয়দিনাও খিলঞ্জীয়া কেইটাবাটাও সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰা বেদখলকাৰীক উচ্ছেদৰ বাবে সজোৰে দাবী উত্থাপন কৰে।

Diphu protest ।
কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত:

উল্লেখ্য যে কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিৰ (PGR-VGR) ভূমিৰ লগতে চৰকাৰী ভূমিত চলি থকা বেদখল উচ্ছেদৰ দাবীৰে সোমবাৰৰ পৰা দুদিনীয়াকৈ ডিফুত অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি আছে।

উচ্ছেদ প্ৰসংগত চৰকাৰৰ সৈতে চলি থকা আলোচনা সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি ঘোষণা কৰি খিলঞ্জীয়া সংগঠনসমূহ পুনৰ প্ৰতিবাদত নামিছে। উল্লেখ্য যে, যেৱা বছৰ কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিআৰ ভূমিত উচ্ছেদৰ দাবীত হোৱা আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল।

ইয়াৰ পিছতে ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আন্দোলনকাৰীসকলৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছিল। কিন্তু এই আলোচনাৰ পৰা কোনোধৰণৰ ফলপ্ৰসূ সিদ্ধান্ত নোলোৱাত জিলাখনৰ খিলঞ্জীয়া ৰাইজ পুনৰ ৰাজপথত আন্দোলনত নামিছে।

Tags: কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰদাবীত প্ৰতিবাদ অব্যাহত
Share4Tweet3Send

Related Posts

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:
KARBI ANGLONG

বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিৰ দেহাৱসান:

by ASSAM TIMES POST
July 1, 2026
50
Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Youth Body recovered : বকলীয়াঘাটত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by ASSAM TIMES POST
June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
ADVERTISEMENT
Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
National-International

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
50
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ
National-International

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026
50
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hamas : নিশ্চিহ্ন হৈ যাব হামাছ, কঠোৰ সতৰ্কবাণী জাৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ

Hamas I  দুটা দশকৰ শাসনৰ অন্ত, গাজাৰ শাসন ত্যাগ হামাছৰ

July 7, 2026
FIFA World Cup 2026 : আজি আৰম্ভ হ’ব দুভৰিৰ যুঁজৰ বিশ্ব ফুটবল মহাৰণ

FIFA Trump controversy I ট্ৰাম্পে ফোন কৰাটো স্বীকাৰ ফিফাৰ সভাপতিৰ, ৰঙা কাৰ্ড বিতৰ্ক সন্দৰ্ভতো ব্যাখ্যা

July 7, 2026
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

July 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx