ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

পুৰুষসকলৰ মাজত বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সংকট! মোবাইল ফোনত লুকাই আছে নেকি সমস্যা?

স্বাস্থ্য প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
November 17, 2022
Reading Time: 1 min read
A A
0
পুৰুষসকলৰ মাজত বৃদ্ধি পাইছে বন্ধ্যাত্বৰ সংকট! মোবাইল ফোনত লুকাই আছে নেকি সমস্যা?

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

আঙুলিৰ বিষৰ বাবে চামুচ ধৰি ৰখাটো কঠিন হৈ পৰিছে। আঙুলি আৰু হাতৰ কব্জাত অচেনতা। সকলোবোৰ অত্যধিক মোবাইল ফোন ব্যৱহাৰৰ ফল। দিনক দিনে মোবাইলৰ ব্যৱহাৰ বৃদ্ধি পাইছে। মোবাইল অবিহনে জীৱন ব্যতিত কৰাৰ এটা দিনো কল্পনা কৰিব নোৱাৰি।

পুৱা সাৰ পাই উঠি ফেচবুকত স্ক্ৰল কৰাৰ পৰা আৰম্ভ কৰি ৰাতি ৱেব চিৰিজ চোৱালৈকে, অফিচৰ মেইলৰ উত্তৰ দিয়াৰ পৰা আৰম্ভ কৰি বন্ধু-বান্ধৱীৰ সৈতে গ্ৰুপ চেট কৰালৈকে—মোবাইল অবিহনে একো সম্ভৱ নহয়। কিন্তু মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰৰ বাবে বিভিন্ন ৰোগে শৰীৰত শিপাইছে। আমি কি কি ৰোগৰ ফালে আগুৱাই গৈ আছো জানি লও আহক

IMG 20221117 WA0009 | ASSAM TIMES POST

১) উচ্চ ৰক্তচাপ থকাসকলৰ বাবে মোবাইলত কথা পাতিলে ডিঙি আৰু কান্ধৰ বিষৰ সৈতে মাইগ্ৰেইনৰ মূৰৰ বিষ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

২) মোবাইলত দীৰ্ঘদিনলৈ মেছেজ কৰিলে আঙুলি আৰু হাতৰ কব্জাৰ সমস্যা হ’ব পাৰে। যাৰ নাম Text Claw আৰু Cell Phone Elbow । চিকিৎসাৰ ক্ষেত্ৰত এই সমস্যাক কিউবিটেল টানেল চিনড্ৰম বুলি কোৱা হয়। অবিৰতভাৱে মেছেজিং কৰিলে বুঢ়া আঙুলি, তৰ্জনী আঙুলি আৰু মধ্যমা আঙুলিৰ অতিমাত্ৰা ব্যৱহাৰ কৰা হয়। ফলত আঙুলি দুটাৰ ওচৰৰ স্নায়ুত অতিৰিক্ত চাপ পৰে। ইয়াৰ ফলত আঙুলিটো প্ৰথমতে অজ্ঞান অনুভৱ হয়।

৩) দিনে-ৰাতিয়ে মোবাইল লগত ৰাখি আনকি বাথৰুমত আৰু শুই থকাৰ সময়তো লগত লৈ যোৱা মানুহৰ পেশী আৰু স্নায়ুত অতিৰিক্ত চাপ পৰে। ইয়াৰ ফলত ষ্ট্ৰেইন ইনজুৰিৰ সম্ভাৱনা বৃদ্ধি পায়। অৰ্থাৎ মাজে মাজে তীব্ৰ বিষত ভুগিব পাৰে।

৪) বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে মোবাইল ফোন ৰেডিয়চনে পুৰুষৰ শুক্ৰাণুৰ সংখ্যা হ্ৰাস কৰিব পাৰে। অধ্যয়নত দেখা গৈছে যে অত্যধিক মোবাইল ব্যৱহাৰ পুৰুষৰ বন্ধ্যাত্বৰ অন্যতম কাৰণ।

৫) এতিয়া বহু লোক অনিদ্ৰাত ভুগিছে। ইয়াৰ অন্যতম কাৰণ হʼল মোবাইল ফোনৰ অত্যধিক ব্যৱহাৰ। বিভিন্ন গৱেষণাৰ পৰা জানিব পৰা গৈছে যে ৰাতি মোবাইল ফোন ব্যৱহাৰ কৰাৰ অভ্যাসে টোপনিত ব্যাঘাত জন্মায়, যাৰ ফলত টোপনি পলম হয়।

Tags: মোবাইল
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎
National-International

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

May 3, 2026
50
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক
KARBI ANGLONG

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

May 2, 2026
50
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা
National-International

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026
50
ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি
National-International

ৰাস্তা আৰু আনৰ মাটিত নামাজ পঢ়া মৌলিক অধিকাৰ নহয়: ন্যায়ালয়ৰ নতুন নিৰ্দশনা জাৰি

May 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

‎দিল্লীৰ বিবেক বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত্যু ৯ ‎

May 3, 2026
‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

‎Ganja Seized : লাহৰিজানত গাঞ্জা জব্দ, মহিলা সৰবৰাহকাৰী আটক

May 2, 2026
Youtube I ইউটিউব চাই ঘৰতে সন্তান প্ৰসৱ ১৫ বছৰীয়া কিশোৰীৰ! নৱজাতকক ডিঙি চেপি হত্যা

‎প্ৰসৱৰ পিছত বাচি থকা ছোৱালীৰ সংখ্যা বৃদ্ধি পাইছে I কেন্দ্ৰ

May 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx