ভাগৰুৱা জীৱন আৰু এহেজাৰ এটা গধুৰ চিন্তাৰে বোজা লৈ থকা আমাৰ এই জীৱনটোত আমি বাৰু অকণমান সময় হাঁহি-খিকিন্দালিৰে পাৰ কৰিব নিবিচাৰোনে?
আমি সকলোৱে তেনেই অকণমান সময় বিচাৰোঁ। প্ৰেমিক অথবা প্ৰেমিকাৰ সৈতে যুগ্ম জীৱনৰ ভৱিষ্যত কল্পনা কৰাৰ উপৰিও আমি বিচাৰোঁ নিজৰ বন্ধুবৰ্গৰ সৈতে কিছু সময় কটাবলৈ। টকা-পইচা, আহিবলগীয়া সময়ৰ পৰিকল্পনা সমূহতকৈ সেই মুহূৰ্তটোত বন্ধুৰ সৈতে অনৰ্গল কথা পাতি হাঁহিবলৈ আমি প্ৰত্যেকেই বিচাৰোঁ। নহয়নে বাৰু? সেইবাবেই কৈছোঁ লক-ডাউনো শেষ হ’ল নহয় বন্ধু। ৪ নৱেম্বৰত
“বন্ধু চাবলৈ যাওঁ ব’ল…..”