ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

মুম্বাই আৰক্ষীৰ ছলমান খানক আগ্নেয়াস্ত্ৰ লগত ৰাখিবলৈ অনুমতি প্ৰদান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 1, 2022
Reading Time: 1 min read
A A
0
মুম্বাই আৰক্ষীৰ ছলমান খানক আগ্নেয়াস্ত্ৰ লগত ৰাখিবলৈ অনুমতি প্ৰদান

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

অভিনেতা ছলমান খানক বন্দুকৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে। সোমবাৰে তেওঁলোকে জনোৱা মতে, এমাহ পূৰ্বে ছলমানে নিজৰ আৰু পৰিয়ালৰ সুৰক্ষাৰ বাবে আগ্নেয়াস্ত্ৰ ৰখাৰ বাবে প্ৰশাসনৰ পৰা অনুমতি বিচাৰিছিল। সেই অনুমতি তেওঁক দিয়া হৈছে।

শেহতীয়াকৈ পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰাৰ পিছত ছলমানে মৃত্যুৰ ভাবুকি লাভ কৰিছিল বুলি অভিযোগ উঠিছে। তাৰ বাবেই অভিনেতাজনক আগ্নেয়াস্ত্ৰ ৰখাৰ অনুমতি দিয়া হৈছিল বুলি ধাৰণা কৰা হৈছে।

অভিনেতাগৰাকী আৰু তেওঁৰ পৰিয়ালে আৰক্ষীক অভিযোগ কৰে যে ছলমানে মৃত্যুৰ ভাবুকি লাভ কৰি আছে। ছলমানৰ পিতৃ চেলিম খানেও জুন মাহত তেওঁলোকৰ চৌহদত এখন ভাবুকিমূলক চিঠি পাইছিল। চিঠিখন এখন বেঞ্চত ৰখা হৈছিল যʼত প্ৰতিদিনে জগিং কৰি জিৰণি লৈছিল অভিনেতাজনে। ইয়াৰ পিছত যোৱা মাহত অৰ্থাৎ জুলাই মাহত ছলমানে মুম্বাইৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰি আগ্নেয়াস্ত্ৰ ৰখাৰ অনুমতি বিচাৰিছিল।

সূত্ৰ অনুসৰি, জুলাই মাহৰ শেষৰ ফালে অভিনেতাগৰাকীয়ে মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ গৈ শীর্ষ আৰক্ষী বিষয়া বিবেক ফঞ্চলকাৰক সাক্ষাৎ কৰে৷ জানিব পৰা মতে তেওঁ বিবেকক কৈছিল যে তেওঁ আত্মৰক্ষাৰ বাবে বন্দুক লগত ৰাখিব বিচাৰে। ছলমানে লগতে কয় যে যদি তেওঁৰ হাতত বন্দুক থাকে তেন্তে তেওঁ পৰিয়ালটোক ৰক্ষা কৰিবলৈ সক্ষম হʼব। মুম্বাই আৰক্ষীৰ সূত্ৰ অনুসৰি বন্দুকৰ অনুমোদন লাভৰ বাবে বাধ্যতামূলক ছলমানৰ শাৰীৰিক পৰীক্ষাও একেদিনাই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰা হৈছিল। সোমবাৰে মুম্বাই আৰক্ষীয়ে জনোৱা মতে, ইতিমধ্যে অভিনেতাজনক আগ্নেয়াস্ত্ৰৰ অনুমতি পত্ৰ প্ৰদান কৰা হৈছে।

মন কৰিবলগীয়া যে ২৯ মে’ত পঞ্জাবত সিদ্ধু মুছেৱালাক হত্যা কৰাৰ পিছত কুখ্যাত অপৰাধী লৰেন্স বিষ্ণোইয়েও ছলমানক হত্যা কৰাৰ ভাবুকি দিয়াৰ কথা জানিব পৰা গৈছে। তদন্তকাৰীয়ে দাবী কৰে যে কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰটো উক্ত ভাবুকিৰ সৈতে জড়িত। ১৯৯৮ চনৰ এই গোচৰৰ অন্যতম অভিযুক্ত হৈছে ছলমান।

Tags: ছলমান খান
Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
ADVERTISEMENT
CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ
Assam

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
50
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ
National-International

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
50
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী
National-International

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026
50
Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি
Assam

Assam Arunachal conflict : অসম-অৰুণাচল সীমান্তত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত আহত অসমৰ ৮ ব্যক্তি

August 10, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

CM Himanta Biswa Sarma : আজিৰে পৰা ৰেহাই মূল্যত পাব দালি-চেনি, সুলভ মূল্যৰ আঁচনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

August 10, 2026
Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

Ayushman Bharat : আয়ুষ্মান ভাৰতত অনিয়মৰ অভিযোগত আঁতৰালে দেশৰ ২৩৫৯ খন চিকিৎসালয়, ১২০০ খনক জৰিমনা কেন্দ্ৰৰ

August 10, 2026
Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

Jharkhand students protest : ঝাৰখণ্ডৰ ছাত্ৰ প্ৰতিবাদৰ প্ৰবল ৰূপ, পানীহিলৈক আওকাণ কৰি ৰাঁচীৰ বিধানসভা দখলৰ পথত ছাত্ৰ-ছাত্ৰী

August 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx