ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

অবিৰতভাৱে ৮ ঘণ্টা বহি কাম কৰিলে বাঢ়িব পাৰে হৃদৰোগৰ আশঙ্কা! দাবী গৱেষণাত

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 11, 2022
Reading Time: 1 min read
A A
0
অবিৰতভাৱে ৮ ঘণ্টা বহি কাম কৰিলে বাঢ়িব পাৰে হৃদৰোগৰ আশঙ্কা! দাবী গৱেষণাত

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

শাৰীৰিক ব্যায়ামৰ অভাৱৰ লগতে নির্দিষ্ট ডায়েট মানি নচলাৰ কাৰণে কম বয়সতেই জটিল ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। বিশেষজ্ঞৰ মতে, ইয়াৰ লগে লগে জীৱনশৈলীৰ পৰিবর্তন অনা উচিত। সম্প্রতি এক গৱেষণাত দেখা গৈছে যে অফিচত বহি যিয়ে দীর্ঘসময় ধৰি অবিৰতভাৱে কাম কৰে, তেওঁলোকৰ কার্ডিওভাছকুলাৰ ডিজিজত আক্রান্ত হোৱাৰ সম্ভাৱনা বেছি। বাঢ়িব পাৰে ষ্ট্ৰʼক লগতে হার্ট এটেকৰ আশঙ্কাও! 

চাইনিজ একাডেমি অব মেডিকেল ছায়েন্সৰ লগতে পিকিং ইউনিয়ন মেডিকেল কলেজেৰ যৌথ উদ্যোগত এটি সমীক্ষা চলোৱা হয়। উক্ত গৱেষণাত জনা গৈছে যে যিসকলে ৮ ঘণ্টাৰো অধিক সময় একেৰাহে বহি কাম কৰে, তেওঁলোকৰ হার্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায় ৫০ শতাংশ। গৱেষকসকলে প্রায় ১১ বছৰ ধৰি ২১খন দেশৰ ১ লাখৰো অধিক মানুহৰ ওপৰত পৰীক্ষা কৰিছে। যাৰ মাজত ২ হাজাৰ ৩০০ জনৰ হার্ট এটেক, ৩ হাজাৰ জনৰ ষ্ট্ৰʼক লগতে ৭০০ জনৰ হার্ট ফেইলৰ ঘটনা ঘটিছে। তেওঁলোকৰ প্রত্যেকেই জনাইছে যে দৈনিক অবিৰতভাৱে ৮ ঘণ্টাৰো অধিক সময় বহি কাম কৰিছে। 
গৱেষকসকলৰ দাবী যে দীর্ঘসময় অবিৰতভাৱে বহি থকাৰ বাবে শাৰীৰিক ব্যায়ামৰ অভাৱত মৃত্যুৰ আশঙ্কা ৮.৮ শতাংশৰ লগতে ৫.৮ শতাংশ হৃদৰোগত আক্রান্ত হোৱাৰ আশংকা থাকে। গতিকে এই আশংকা কমাবলৈ বিশেষ কিছু টিপছ দিছে বিশেষজ্ঞসকলে। সেইবিলাক কি কি? 

১. প্রতি এক ঘণ্টাৰ মূৰে মূৰে বহাৰ ধৰণ পৰিবর্তন কৰিব লাগে। 

২. কামৰ মাজতে অফিচত কিছুক্ষণ খোজকাঢ়িব লাগে। 

৩. লিফ্টেৰে নহয়, বৰঞ্চ চিঢৰিয়েদি চলা-ফুৰা কৰিব লাগে। 

৪. ডেস্কৰ তলত ভৰি তোলা সৰু টুল ৰাখিব লাগে। 

৫. মাজে মাজে কান্ধৰ ব্যায়াম কৰাও সুবিধাজনক । 

৬. প্রতিদিনে অন্তত ৩০ৰ‌ পৰা ৪০ মিনিট ব্যায়াম কৰিব লাগে। 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গৱেষণা
Share5Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
51
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
ADVERTISEMENT
SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ
National-International

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
51
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 
National-International

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026
56
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক
Guwahati

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d