ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

মুখৰ দুর্গন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতেই আছে প্ৰাকৃতিক উপায়

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
May 29, 2022
Reading Time: 1 min read
0
মুখৰ দুর্গন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতেই আছে প্ৰাকৃতিক উপায়

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

৭১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ তথা পুষ্টিকৰ খাদ্যৰ অভাৱ পূৰণ কৰিব নোৱাৰে!

আমলখিৰ গুণাগুণ:

হিঙৰ স্বাস্থ্য উপকাৰিতা আছেনে?

মুখৰ দুর্গন্ধ আৰু চুম্বকৰ একে মেৰু প্ৰায় একে ধৰণৰ, দুয়োটাতে বিকর্ষণ অনিবার্য। মুখৰ দুৰ্গন্ধৰ বাবে বহুতেই কথা কোৱাৰ পৰা দূৰে দূৰে থাকে৷ তাৰ পৰিত্ৰাণৰ বাবে যে কোনে কি নকৰে! বজাৰত পোৱা বিভিন্ন মাউথৱাশ্ব ব্যৱহাৰ কৰিও বহুতে পৰিত্ৰাণ নাপায়৷

get rid of bad breath 1080x675 1 | ASSAM TIMES POSTকিন্তু অত্যন্ত সহজ উপায়েৰে ঘৰতেই তৈয়াৰ কৰিব পৰা যায় সম্পূর্ণ প্রাকৃতিক মাউথৱাশ্ব। মুখৰ দুর্গন্ধ সৃষ্টিকাৰী ভাইৰাছ-বেক্টেৰিয়া নির্মূল কৰাই হওক, বা দাঁত আৰু আলুৰ স্বাস্থ্য ভালে ৰখা— মুখ গহ্বৰ ভালে ৰাখিবলৈ এই প্রাকৃতিক মাউথৱাশ্বৰ বিকল্প নাই।

উপকৰণ :

ADVERTISEMENT

লং : ৪-৫টা
জালুক : ৪-৫টা
পানী : ২ কাপ

প্রণালী :

এটি পাত্রত পানী লৈ তাত জালুক আৰু লং দি উতলাই লওক। ভালদৰে উতলাৰ পিছত পাত্ৰটো নমাই থওক। ৫ মিনিটমান ঠাণ্ডা হ’বলৈ দিয়ক।
ব্যৱহাৰৰ পদ্ধতি :
দাঁত মাজাৰ পিছত দ্রবণটো মুখত ভৰাই ভালদৰে দুবাৰমান কুলকুলি কৰি পেলাই দিয়ক।

ADVERTISEMENT

উপকাৰিতা :

মুখৰ দুর্গন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণএই মিশ্ৰণ অধিক সংবেদনশীল মুখৰ ক্ষেত্রতো অত্যন্ত কার্যকৰী। কৃত্রিম মাউথৱাশ্বত থকা বিভিন্ন ৰাসায়নিক পদার্থৰ ফলত বহু সময়ত মুখৰ লালতি গ্রন্থিৰ ক্ষৰণ হ্রাস পোৱাৰ সমস্যাই দেখা দিয়ে। ইয়াক বিজ্ঞানৰ ভাষাত জেৰোষ্টেমিয়া বোলে। যিয়ে একাধিক নেতিবাচক পার্শ্বপ্রতিক্রিয়া সৃষ্টি কৰিব পাৰে। ঘৰতে তৈয়াৰী এই প্রাকৃতিক মাউথৱাশ্বৰ ক্ষেত্রত এনে ধৰণৰ কোনো সমস্যা দেখা নাযায়।

Like this:

Like Loading...

Related

Tags: mouth smellমুখৰ দুর্গন্ধ
Share5Tweet3Send

Related Posts

৭১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ তথা পুষ্টিকৰ খাদ্যৰ অভাৱ পূৰণ কৰিব নোৱাৰে!
Health & Fitness

৭১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ তথা পুষ্টিকৰ খাদ্যৰ অভাৱ পূৰণ কৰিব নোৱাৰে!

by Staff Reporter
June 29, 2022
53
আমলখিৰ গুণাগুণ:
Health & Fitness

আমলখিৰ গুণাগুণ:

by ASSAM TIMES POST
May 28, 2022
55
হিঙৰ স্বাস্থ্য উপকাৰিতা আছেনে?
Health & Fitness

হিঙৰ স্বাস্থ্য উপকাৰিতা আছেনে?

by Staff Reporter
May 24, 2022
54
বদঅভ্যাসৰ তালিকাৰ পৰা সোনকালে বাদ দিয়ক সুৰাপান আৰু ধূমপান
Health & Fitness

বদঅভ্যাসৰ তালিকাৰ পৰা সোনকালে বাদ দিয়ক সুৰাপান আৰু ধূমপান

by Staff Reporter
May 20, 2022
57
শৰীৰৰ ৰূপ চৰ্চাত নাৰিকল তেলৰ ব্যৱহাৰ:ঘৰুৱা উপাদানে ছালৰ যত্ন
Health & Fitness

শৰীৰৰ ৰূপ চৰ্চাত নাৰিকল তেলৰ ব্যৱহাৰ:ঘৰুৱা উপাদানে ছালৰ যত্ন

by ASSAM TIMES POST
May 18, 2022
54
মহিলাৰ ভিটামিন আৰু আয়ৰনৰ চাহিদা পূৰণত কচুৰ ভূমিকা:
Health & Fitness

মহিলাৰ ভিটামিন আৰু আয়ৰনৰ চাহিদা পূৰণত কচুৰ ভূমিকা:

by ASSAM TIMES POST
May 17, 2022
53
ADVERTISEMENT
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:
Guwahati

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
56
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:
Guwahati

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
56
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:
National-International

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022
56
ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:
KARBI ANGLONG

ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:

July 6, 2022
122
794772
Total views : 4877169
Who's Online : 42

Categories

ALL NEWS (17187) Assam (11847) BREAKING NEWS (6430) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (528) Entertrainment (253) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1743) Health & Fitness (583) Jobs & Career (5) KARBI ANGLONG (2066) Lifestyle (23) literature (16) National-International (3536) NORTHEAST (425) Novels (3) Photo (4) Poems (9) Political (83) Recipes (5) Sports News (290) Stories (5) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: