ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

আমলখিৰ গুণাগুণ:

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
May 28, 2022
Reading Time: 1 min read
A A
0
আমলখিৰ গুণাগুণ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

আমলখিত আছে বিশেষ গুণাগুণ। সেই কাৰণেই মানুহে নিঃসন্দেহে আমলখি খায়। কিন্তু এই আমলখি সকলোৰে বাবে উপকাৰী নে? জানিবলৈ চাওক এই প্ৰতিবেদন :

860e719c1030736280d3a3ff715d6b7e original | ASSAM TIMES POST

গর্ভৱতী মহিলা বা সদ্য সন্তান প্রসৱ কৰা মহিলাসকলে আমলখিৰ পৰা দূৰত থকা উচিত। অৱশ্যে খাব বিচাৰিলে চিকিৎসকৰ পৰামর্শ অৱশ্যেই ল’ব।কার্ডিয়াক সমস্যা, হার্টৰ সমস্যাত ভোগা ব্যক্তিসকলে আমলখি নোখোৱাই শ্ৰেয়।

আমলখিআমলখি খালে বহুতৰে এলার্জিৰ সমস্যাই দেখা দিব পাৰে। সেয়ে আমলখি খোৱাৰ আগতে জানি ল’ব এলার্জিৰ কোনো সমস্যা আছে নেকি। শৰীৰৰ ফালেও খেয়াল ৰখা উচিত। কাৰণ হজমত সহায় কৰিলেও আমলখি কিন্তু যদি বেছি মাত্রাযত খোৱা যায় তেনেহ’লে অন্যান্য সমস্যাইও দেখা দিব পাৰে।

আমলখিৰ গুণাগুণআমলখি বেছিকৈ খালে পেটৰ সমস্যাও হ’ব পাৰে, বিশেষকৈ ডায়েৰিয়া আৰু পাকস্থলীৰ সমস্যা।

আমলখি খালে শৰীৰৰ তাপমাত্রা বহুখিনি কমি যায়। যাৰ বাবে শীতকালত এৰাই চলাই ভাল। চর্দি-কাহত ভুগিলে আমলখিৰ পৰা দূৰত থাকক।

Tags: Amla  Health Benefitsআমলখিৰ গুণাগুণ
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx