ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

হিঙৰ স্বাস্থ্য উপকাৰিতা আছেনে?

স্বাস্থ্য প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
May 24, 2022
Reading Time: 1 min read
0
হিঙৰ স্বাস্থ্য উপকাৰিতা আছেনে?

logo new 2 1 1 4 1 3 6 | ASSAM TIMES POST

RELATED POSTS

৭১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ তথা পুষ্টিকৰ খাদ্যৰ অভাৱ পূৰণ কৰিব নোৱাৰে!

মুখৰ দুর্গন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতেই আছে প্ৰাকৃতিক উপায়

আমলখিৰ গুণাগুণ:

কেৱলত ৰন্ধনত স্বাদ বৃদ্ধিয়েই নহয়, প্রাচীন আয়ুর্বেদ শাস্ত্রতো উল্লেখ আছে হিঙৰ। সোৱাদৰ উপৰি স্বাস্থ্যগুণতো হিং অত্যন্ত উপকাৰী বুলি মত বিশেষজ্ঞসকলৰ একাংশৰ।

হিঙৰ স্বাস্থ্য উপকাৰিতা১। এন্টি-অক্সিডেন্ট হিচাবে
হিঙত থাকে প্রচুৰ পৰিমাণে ফ্লেভিনয়েড নামৰ উপাদান। এই উপাদানবোৰ এন্টি-অক্সিডেন্ট হিচাবে অতি কার্যকৰী বুলি মত বহুতৰে। এই ধৰণৰ উপাদানে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি আৰু প্রদাহ কমোৱাত সহায় কৰে।

২। হজমত

ADVERTISEMENT

প্রাচীন কালৰ পৰাই হজমৰ উন্নতিত ব্যৱহৃত হৈ আহিছে হিং। সাম্প্রতিক কিছু গৱেষণায়ো ইঙ্গিত কৰিছে সেই দিশেই। বিশেষজ্ঞসকলৰ একাংশই কয়, হিঙে বিভিন্ন পাচক উৎসেচকৰ ক্ষৰণ বৃদ্ধি কৰাত সহায় কৰে।

সেয়ে হিং খালে কমিব পাৰে বদহজম আৰু পেট পোৰাৰ দৰে সমস্যা। হিঙে পিত্তৰসৰ ক্ষৰণ স্বাভাবিক ৰাখিবলৈও সহায় কৰে বুলি কোনো কোনোৱে কয়। ইৰিটেবল বাৱেল ছিনড্রম নিৰাময়তো হিঙে সহায় কৰে বুলি বহুতৰে মত।

৩। ঋতুস্রাৱৰ সময়ত
ঋতুস্রাৱৰ সময়ত বহুতেই পেশীৰ টান আৰু অনিয়মিত ৰক্তক্ষৰণৰ দৰে সমস্যাত আক্রান্ত হয়। বহুতৰে মতে, এই সমস্যাবোৰৰ পৰা তৎক্ষণাৎ আৰাম পাবলৈ কামত লাগিব পাৰে হিং।

ADVERTISEMENT

অৱশ্যে মনত ৰাখিব লাগিব যে সকলোৰে শৰীৰ সমান নহয়। সেয়ে সকলো খাদ্য সকলোৰে বাবে উপকাৰী নহ’বও পাৰে। তাৰ উপৰি এনে ধৰণৰ খাদ্যৰ উপকাৰিতাৰ বিষয়ে নিশ্চিত হ’বলৈ আৰু বিস্তাৰিত গৱেষণা প্রয়োজন বুলিও বহুতৰে মত। ফলত নিয়মিত খোৱাৰ আগতে বিশেষজ্ঞসকলৰ পৰামর্শ লোৱাটোৱেই বাঞ্ছনীয়।

Like this:

Like Loading...

Related

Tags: হিঙ
Share4Tweet3Send

Related Posts

৭১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ তথা পুষ্টিকৰ খাদ্যৰ অভাৱ পূৰণ কৰিব নোৱাৰে!
Health & Fitness

৭১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ তথা পুষ্টিকৰ খাদ্যৰ অভাৱ পূৰণ কৰিব নোৱাৰে!

by Staff Reporter
June 29, 2022
53
মুখৰ দুর্গন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতেই আছে প্ৰাকৃতিক উপায়
Health & Fitness

মুখৰ দুর্গন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰতেই আছে প্ৰাকৃতিক উপায়

by ASSAM TIMES POST
May 29, 2022
63
আমলখিৰ গুণাগুণ:
Health & Fitness

আমলখিৰ গুণাগুণ:

by ASSAM TIMES POST
May 28, 2022
55
বদঅভ্যাসৰ তালিকাৰ পৰা সোনকালে বাদ দিয়ক সুৰাপান আৰু ধূমপান
Health & Fitness

বদঅভ্যাসৰ তালিকাৰ পৰা সোনকালে বাদ দিয়ক সুৰাপান আৰু ধূমপান

by Staff Reporter
May 20, 2022
57
শৰীৰৰ ৰূপ চৰ্চাত নাৰিকল তেলৰ ব্যৱহাৰ:ঘৰুৱা উপাদানে ছালৰ যত্ন
Health & Fitness

শৰীৰৰ ৰূপ চৰ্চাত নাৰিকল তেলৰ ব্যৱহাৰ:ঘৰুৱা উপাদানে ছালৰ যত্ন

by ASSAM TIMES POST
May 18, 2022
54
মহিলাৰ ভিটামিন আৰু আয়ৰনৰ চাহিদা পূৰণত কচুৰ ভূমিকা:
Health & Fitness

মহিলাৰ ভিটামিন আৰু আয়ৰনৰ চাহিদা পূৰণত কচুৰ ভূমিকা:

by ASSAM TIMES POST
May 17, 2022
53
ADVERTISEMENT
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:
Guwahati

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
56
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:
Guwahati

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
56
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:
National-International

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022
56
ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:
KARBI ANGLONG

ধনশিৰি নগাওঁবস্তি সুলভ মূল্যৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সংবাদমেলযোগে খণ্ডণ ভীম বাহাদুৰ লামাৰ:

July 6, 2022
122
794702
Total views : 4876533
Who's Online : 14
গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

গৃহ নিৰ্মাণ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিকৰ কল্যাণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক মুখ্যমন্ত্ৰীৰ:

July 6, 2022
অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

অগ্ৰদূত কাকতৰ সোণালী জয়ন্তীৰ কাৰ্যসূচী উদ্বোধন প্ৰধানমন্ত্ৰীৰ, উপস্থিত মুখ্যমন্ত্ৰীও:

July 6, 2022
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্যৰ অৱনতি:

July 6, 2022

Categories

ALL NEWS (17187) Assam (11847) BREAKING NEWS (6430) Business (23) Economy (45) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (528) Entertrainment (253) EXCLUSIVE (122) Fashion (8) Featured (17) Features (29) Guwahati (1743) Health & Fitness (583) Jobs & Career (5) KARBI ANGLONG (2066) Lifestyle (23) literature (16) National-International (3536) NORTHEAST (425) Novels (3) Photo (4) Poems (9) Political (83) Recipes (5) Sports News (290) Stories (5) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: