ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

পেটৰ সমস্যাত ভুগিছে নেকি? আদা, কাচকল আদিৰে পাব পাৰে পৰিত্ৰাণ

স্বাস্থ্য প্ৰতিবেদনঃ

Staff Reporter by Staff Reporter
May 15, 2022
Reading Time: 1 min read
A A
0
পেটৰ সমস্যাত ভুগিছে নেকি? আদা, কাচকল আদিৰে পাব পাৰে পৰিত্ৰাণ

logo new 2 1 1 4 1 3 1 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

মাজে-সময়ে বাহিৰত খাদ্য প্ৰায় সকলোৱে খাবলগা হয়। খুব সর্তক থাকিলেও এদিন-দুদিন হয়তো প্রিয় খাদ্য অলপ বেছিকৈ খোৱা যায়। তাৰ পিছত হঠাৎ আগতীয়া কোনো ইঙ্গিত নিদিয়াকৈয়ে আৰম্ভ হয় প্রচণ্ড পেটৰ বিষ। পেট বেয়ালগা, বমি ভাব বা এচিডিটিৰ বিভিন্ন ধৰণৰ ঔষধ বা সমাধান আছে।

পেটৰ সমস্যাত ভুগিছে নেকিকিন্তু পেটৰ বিষৰ তেনে কোনো সমাধান নাই। বহু সময়ত প্রচুৰ পৰিমাণে পানী খালে পেটৰ সকলৈ বিষাক্ত পদার্থ শৰীৰৰ পৰা বাহিৰ ওলাই যায়। তাৰ পৰাও কিন্তু পেটৰ বিষত নিস্তাৰ পোৱা নাযায়। কিন্তু এনে কিছু ঘৰুৱা দিহা আছে, যিয়ে পেটৰ যন্ত্রণাৰ পৰা ক্ষন্তেকতে মুক্তি দিয়ে।

পেটৰ সমস্যাআদাঃ

বমি ভাব আৰু পেটৰ বিষ কমাবলৈ আদা চাহ খাব পাৰে। শৰীৰৰ সকলো ধৰণৰ প্রদাহ দূৰ কৰাত আদাই সহায় কৰে। ৰন্ধনত, কেঁচাই বা চাহত দিও আদা খাব পাৰে৷

কাচকলঃ
অলপ পেট বেয়া হ’লে কাচকল দি শিঙি মাছৰ জোল খোৱাৰ ৰীতি আছে। কাচকল সিদ্ধ কৰি খালেও পেটৰ বিষ আৰু পেটৰ প্রদাহ কমোৱাত সহায় কৰে। কাচকলত আছে ভিটামিন বি-৬, ফোলেট আৰু পটাচিয়াম। শৰীৰৰ কোনো পেশীত টান অনুভৱ কৰিলে, বিষ হ’লে সেয়া কমোৱাত সহায় কৰে কাচকলত থকা এই খনিজবোৰে।

দৈঃ

শৰীৰত পেটৰ বেক্টেৰিয়াৰ ভাৰসাম্যত তাৰতম্য হ’লেও পেট বিষাব পাৰে। সেয়ে দৈৰ দৰে প্রোবায়োটিক খালে সেই ভাৰাসাম্য বজায় ৰাখি পেটৰ বিষ কম কৰিব পাৰে। এই কাৰণেই পেটৰ সমস্যা হ’লে দৈ-ভাত বা দৈ-চিৰাৰ দৰে খাদ্য খোৱাৰ কথা কোৱা হয়।

Tags: Stomachপেট
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা
National-International

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

June 9, 2026
50
Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু
National-International

Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

June 9, 2026
50
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু
KARBI ANGLONG

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026
50
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

TMC crisis I লোকসভাত তৃণমূলৰ ২০ সাংসদ এনডিএৰ পক্ষত, পাৰ কৰিলে ৩০০ সংখ্যা

June 9, 2026
Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

Visakhapatnam industrial accident I বিশাখাপট্টনমৰ তীখা কাৰখানাত দুৰ্ঘটনা, কমেও ৮ জনৰ মৃত্যু

June 9, 2026
ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

ফিফা বিশ্বকাপৰ জ্বৰে আগুৰি ধৰিছে ডিফু চহৰক :অনুৰাগীসকলে সৰ্ববৃহৎ ফুটবল কাৰ্নিভাল উদযাপনৰ বাবে সাজু

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx