ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

সামাজিক মাধ্যমৰ পৰা আঁতৰিলে শিল্পা চেট্টীঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
May 12, 2022
Reading Time: 1 min read
0
সামাজিক মাধ্যমৰ পৰা আঁতৰিলে শিল্পা চেট্টীঃ

logo new 2 1 1 4 1 3 4 | ASSAM TIMES POST

RELATED POSTS

এইবাৰ হলিউডত অভিষেকৰ দিশে আলিয়া ভাট:

“ষ্টাৰ কিডক সিজোৱা কণীৰ দৰে দেখি”, এই মন্তব্য কৰিলে কংগনা ৰাণাৱটেঃ

পিতৃৰ প্রেমিকাক সাবটি ধৰি মৰমৰ চুম্বন ইৰাৰ, পুনৰ নেটিজেনৰ কটাক্ষ আমিৰ-কন্যাক

বলীউডৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী হিচাবে বিবেচিত শিল্পা চেট্টীয়ে শেহতীয়াকৈ তেওঁৰ পোষ্টৰ জৰিয়তে অনুৰাগীসকলৰ মাজত এক আলোড়নৰ সৃষ্টি কৰিছে। বৰ্তমান সময়ছোৱাত শিল্পা চেট্টীৰ ছবিসমূহৰ সংখ্যা কম হ’ব পাৰে, কিন্তু তেওঁ সামাজিক মাধ্যমত যথেষ্ট সক্ৰিয় হৈ থাকে।

শিল্পা চেট্টীঃফিটনেছ হওঁক বা ফেশ্বনৰ দ্বাৰা অনুৰাগীসকলক প্ৰভাৱিত কৰাই হওঁক, শিল্পা চেট্টী এই সকলোবোৰতেই নিখুঁত। কিন্তু শেহতীয়াকৈ শিল্পা চেট্টীক তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ পদাংক অনুসৰণ কৰা দেখা যায় । আমি এয়া এইকাৰণে কৈছো কাৰণ, শিল্পা চেট্টীয়ে কিছু সময়ৰ বাবে সামাজিক মাধ্যমৰ পৰা আঁতৰি থকাৰ ঘোষণা কৰি তেওঁৰ অনুৰাগীসকলৰ হৃদয় সম্পূৰ্ণৰূপে ভাঙি পেলাইছে।

View this post on Instagram

A post shared by Shilpa Shetty Kundra (@theshilpashetty)

ADVERTISEMENT

 

শিল্পা চেট্টীয়ে অলপতে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি লিখে যে, “মই ছ’চিয়েল মিডিয়াৰ পৰা আমনি পাইছোঁ আৰু সকলো যেন এতিয়া একে দেখা গৈছে। মই নতুন অৱতাৰ বিচাৰি নোপোৱালৈকে সামাজিক মাধ্যমত অনুপস্থিত হৈ থাকিম।

সামাজিক মাধ্যমৰ পৰা আঁতৰিলে শিল্পা চেট্টীঃ” শিল্পা চেট্টীৰ এই ঘোষণাৰ পিছত, অনুৰাগীসকলে সামাজিক মাধ্যমত নিৰন্তৰ মন্তব্য কৰি আছে আৰু অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ সুধিবলৈ আৰম্ভ কৰিছে।

শিল্পা চেট্টীৰ এই ঘোষণাৰ পিছত, অনুৰাগীসকলে ছ’চিয়েল মিডিয়াত তেওঁৰ পোষ্টটোৰ ওপৰত যথেষ্ট মন্তব্য কৰিছে। কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁক ছ’চিয়েল মিডিয়াৰ পৰা আঁতৰি থকাৰ কাৰণ সুধিছে, আনহাতে কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁলৈ মনত পৰাৰ কথা ব্যক্ত কৰিছে।

এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰি লিখে যে,, “আমি আপোনাক মনত কৰিম, সোনকালে ঘূৰি আহিব।” তাতেই আকৌ আন এজন ব্যৱহাৰকাৰীয়ে লিখে যে, “নতুন অৱতাৰৰ শিল্পা চেট্টীৰ বাবে অপেক্ষা কৰি আছোঁ।”

ADVERTISEMENT

Like this:

Like Loading...

Related

Tags: Shilpa Shettyশিল্পা চেট্টী
Share4Tweet3Send

Related Posts

এইবাৰ হলিউডত অভিষেকৰ দিশে আলিয়া ভাট:
Entertrainment

এইবাৰ হলিউডত অভিষেকৰ দিশে আলিয়া ভাট:

by News Desk
May 20, 2022
54
“ষ্টাৰ কিডক সিজোৱা কণীৰ দৰে দেখি”, এই মন্তব্য কৰিলে কংগনা ৰাণাৱটেঃ
Entertainment

“ষ্টাৰ কিডক সিজোৱা কণীৰ দৰে দেখি”, এই মন্তব্য কৰিলে কংগনা ৰাণাৱটেঃ

by Staff Reporter
May 16, 2022
52
পিতৃৰ প্রেমিকাক সাবটি ধৰি মৰমৰ চুম্বন ইৰাৰ, পুনৰ নেটিজেনৰ কটাক্ষ আমিৰ-কন্যাক
Entertrainment

পিতৃৰ প্রেমিকাক সাবটি ধৰি মৰমৰ চুম্বন ইৰাৰ, পুনৰ নেটিজেনৰ কটাক্ষ আমিৰ-কন্যাক

by News Desk
May 16, 2022
52
২৪ বছৰীয়া সংসাৰ ভংগ ছোহেইল খানৰ!
Entertrainment

২৪ বছৰীয়া সংসাৰ ভংগ ছোহেইল খানৰ!

by News Desk
May 13, 2022
60
দেশ এৰাৰ অনুমতি বিচাৰি আদালতৰ দ্বাৰস্থ জেকলিন, কিন্তু ক’লৈ যাব?
Entertrainment

দেশ এৰাৰ অনুমতি বিচাৰি আদালতৰ দ্বাৰস্থ জেকলিন, কিন্তু ক’লৈ যাব?

by News Desk
May 11, 2022
56
এমেজন প্ৰাইম ভিডিঅ’ৰ ৱেব চিৰিজ “পঞ্চায়ত চিজন ২”ৰ মুক্তিৰ তাৰিখ ঘোষণাঃ
Entertainment

এমেজন প্ৰাইম ভিডিঅ’ৰ ৱেব চিৰিজ “পঞ্চায়ত চিজন ২”ৰ মুক্তিৰ তাৰিখ ঘোষণাঃ

by Staff Reporter
May 2, 2022
54
ADVERTISEMENT
বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

May 22, 2022
52
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ
KARBI ANGLONG

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

May 22, 2022
54
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী
KARBI ANGLONG

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

May 22, 2022
52
“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ
Entertainment

“বাজিগৰ” ৰ শ্বুটিঙত শিল্পা চেট্টীক শ্বাহৰুখ খানে দিছিল কি পৰামৰ্শ?? জানকঃ

May 21, 2022
50
774144
Total views : 4458961
Who's Online : 20
বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

বোকাজানত ৰহস্যজনক অৱস্থাত বৃদ্ধ দম্পতীৰ মৃতদেহ উদ্ধাৰ

May 22, 2022
বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

বকলীয়াঘাটত পিষ্টলসহ যুৱক গ্ৰেপ্তাৰ

May 22, 2022
খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

খটখটী আৰক্ষীৰ সফলতা : বাছত উদ্ধাৰ বুজন পৰিমাণৰ বাৰ্মিজ সামগ্ৰী

May 22, 2022

Categories

ALL NEWS (17142) Assam (11674) BREAKING NEWS (6428) Business (23) Economy (44) Editorial (10) EDUCATION AND TECHNOLOGY (51) Entertainment (470) Entertrainment (240) EXCLUSIVE (122) Fashion (8) Featured (17) Features (26) Guwahati (1711) Health & Fitness (579) Jobs & Career (5) KARBI ANGLONG (1968) Lifestyle (23) literature (16) National-International (3328) NORTHEAST (417) Novels (3) Photo (4) Poems (9) Political (63) Recipes (5) Sports News (279) Stories (4) Tech (7) Travel (6) Uncategorized (14) Video News (88)

© 2020 Assam Times Post.

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post.

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: