ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

খাদ্য খোৱাৰ সময়ত মনত ৰাখিব এইকেইটা কথা, নহ’লে হ’ব পাৰে ভয়ংকৰ বিপদ:

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
April 22, 2022
Reading Time: 1 min read
A A
0
খাদ্য খোৱাৰ সময়ত মনত ৰাখিব এইকেইটা কথা, নহ’লে হ’ব পাৰে ভয়ংকৰ বিপদ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

খাদ্য খালেই যে শৰীৰ ভালে থাকে সেই ধাৰণা এতিয়া অতীত। আপুনি কেনে খাদ্য খাইছে তাৰ ওপৰতো নির্ভৰ কৰে শৰীৰৰ স্বাস্থ্য। সঠিক খোৱা-লোৱা কৰিলে বহু ৰোগেই যেনেদৰে সহজতে এৰাই চলিব পৰা যায়, তেনেদে আকৌ বেছিকৈ ৰান্ধি ফ্রিজত থৈ দিয়া খাদ্য বাৰে বাৰে গৰম কৰি খালেও শৰীৰ নিমিষতে বেয়া হ’ব পাৰে।

খাদ্যসময় ৰাহি কৰাৰ বাবে একেলগে বেছিকৈ ৰান্ধি সেই খাদ্য গৰম কৰি খোৱাৰ প্রবণতাও বহু বেছি। কিন্তু এই বাহি খাদ্য শৰীৰৰ বাবে কিমান ক্ষতিকাৰক, জানিলে অবাক হ’ব।

কণী সিদ্ধ কৰি থৈ পিছত বহুতেই গৰম কৰি খায়। কণীত বহু বেছি পৰিমাণে প্রোটিন আৰু এন্টি অক্সিডেন্টছ থাকে। এবাৰ ৰন্ধাৰ পিছত তাক বাৰম্বাৰ গৰম কৰিলে তাৰ পৰা টক্সিন উৎপন্ন হয়, যিয়ে বদহজম কৰিব পাৰে।

বেছিকৈ ৰান্ধি ফ্রিজত থৈ দিয়া খাদ্যবহুতেই আলু সিজাই থৈ দিয়ে। কিন্তু এটা কথা জানি থ’ব, সিদ্ধ আলু ৰন্ধাৰ পিছত ঠাণ্ডা হ’লে তাত বটুলিজম নামৰ এক ধৰণৰ বেক্টেৰিয়া সৃষ্টি হয়। আৰু পিছত গৰম কৰিলে এই বেক্টেৰিয়াৰ সংখ্যা বাঢ়ি যায়। তাৰ পৰা পেটৰ সমস্যাই দেখা দিব পাৰে।

বহুতেই সঘনাই চাহ খোৱাটো পছন্দ কৰে। কিন্তু জানেনে, এবাৰ চাহ বনোৱাৰ পিছত ঠাণ্ডা হৈ গ’লে তাক পুনৰ গৰম কৰা উচিত নহয়। কাৰণ চাহত টেনিক এচিড থাকে৷ সেয়ে এবাৰ বনোৱা চাহ বাৰে বাৰে গৰম কৰি খালে লিভাৰৰ বৃহৎ ক্ষতি হ’ব পাৰে।

পালেং শাকো ৰন্ধাৰ পিছত ভুলতো গৰম নকৰিবপালেং শাকো ৰন্ধাৰ পিছত ভুলতো গৰম নকৰিব। কাৰণ পালেং শাকত অতিৰিক্ত পৰিমাণে নাইট্রেটছ থাকে। ৰন্ধা পালেং শাক পুনৰ গৰম কৰি খালে শৰীৰত ক্ষতিকাৰক টক্সিন বেছি মাত্রাত প্ৰৱেশ কৰিব পাৰে।

মাশৰুম খোৱাটো শৰীৰৰ বাবে ভাল। স্বাস্থ্য বিশেষজ্ঞসকলেও মাশৰুম খাবলৈ কয়। মাশৰুমৰ ফাইবাৰ আৰু এনজাইমে হজমত সহায় কৰে। সেয়ে মাশৰুম এবাৰ ৰন্ধাৰ পিছত বাৰে বাৰে গৰম কৰি খালে সেয়া পেটৰ বাবে ভীষণ ক্ষতিকাৰক।

এইটো কথাও জানি ৰাখিব যে মুৰ্গীৰ মাংস বাহি কৰি খোৱাটো একেবাৰেই উচিত নহয়। কাৰণ মুৰ্গীৰ মাংসত প্রচুৰ পৰিমাণে প্রোটিন থাকে। ৰন্ধাৰ পিছত বাৰে বাৰে সেয়া গৰম কৰিলে প্রোটিনৰ কম্পোজিচন সলনি হৈ যায়, তাৰ পৰা বদহজমৰো সমস্যা হ’ব পাৰে।

কণী সিদ্ধ কৰি থৈ পিছত বহুতেই গৰম কৰি খায়বহুতেই আকৌ ভাত একেবাৰতে বেছিকৈ ৰান্ধি ফ্রিজত থৈ দিয়ে। সেই ভাত মাইক্রোৱেভত গৰম কৰি খায়। ভাত হোৱাৰ পিছত তাত বেছিলছ ছিৰিয়াছ বেক্টেৰিয়া সৃষ্টি হয়। আৰু সেই ভাত বাৰম্বাৰ গৰম কৰিলে বেক্টেৰিয়াৰ সংখ্যা দুগুণ হৈ যায়। য’ৰ পৰা ডায়েৰিয়া পর্যন্ত হ’ব পাৰে।

Tags: খাদ্য খোৱাৰ সময়ত মনত ৰাখিব
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx