ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

শৰীৰৰ মেদবহুলতা কমাবলৈ তেঁতেলিৰ ব্যৱহাৰ:

স্বাস্থ্য প্ৰতিবেদন:

ASSAM TIMES POST by ASSAM TIMES POST
April 7, 2022
Reading Time: 1 min read
A A
0
শৰীৰৰ মেদবহুলতা কমাবলৈ তেঁতেলিৰ ব্যৱহাৰ:

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

পেট ঠাণ্ডা ৰাখিবলৈ তেঁতেলিৰ বিকল্প নাই। বিভিন্ন প্রকাৰৰ চাট হওক বা ফুচকা— মুখৰোচক খাদ্যৰ সোৱাদ বঢ়াবলৈ তেঁতেলিৰ কোনো উত্তৰ নাই। কিন্তু তেঁতেলিৰ যে স্বাস্থ্যকৰ কিছু দিশ আছে, সেয়া জানেনে? মেদ কমাবলৈ তেঁতেলি কিমান উপকাৰী জানেনে?

তেঁতেলি
তেঁতেলি

ওজন নিয়ন্ত্রণত ৰাখিবলৈ তেঁতেলিত হাইড্রক্সিচাইট্রিক এচিড আছে যিয়ে শৰীৰত চর্বি জমা হ’ব নিদিয়ে। এই এচিডে চেৰ’টোনিন নিউৰোট্রান্সমিটাৰৰ মাত্ৰা বঢ়াই ভোক কমায়।

খাদ্যত লেকাম টানিলেই ওজন নাবাঢ়ে। এই ক্ষেত্রত খাদ্য তালিকাত তেঁতেলিৰ চৰবত ৰাখিব পাৰে। গৰমৰ দিনত তৃষ্ণাও কমিব আৰু সুস্বাস্থ্যও পোৱা যাব।

কেনেদৰে বনাব তেঁতেলিৰ চৰবত?

tamarind 1 | ASSAM TIMES POSTকিছু সময় তেঁতেলি পানীত তিয়াই ৰাখক। তেঁতেলি নৰম হৈ গ’লে গুটি উলিয়াই লওক। এইবাৰ এটি গিলাচত দুই চামুচ তেঁতেলি, ভাজা জিৰা, শুকান জলকীয়াৰ গুড়ি, ক’লা নিমখ, জালুকৰ গুড়ি আৰু এক চামুচ মৌ ভালদৰে মিহলাই ঠাণ্ডা পানী দি লওক। বৰফ আৰু পুদিনা পাত দি পৰিবেশন কৰক তেঁতেলিৰ চৰবত।

Tags: শৰীৰৰ মেদবহুলতা
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক
Sports News

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
50
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম
National-International

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
50
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ
National-International

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026
50
Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী
National-International

Usuf Pathan : ভূমি দখলৰ গোচৰত তৃণমূলৰ সাংসদ ইউছুফ পাঠানলৈ উচ্চ ন্যায়ালয়ৰ জাননী

June 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

‎Brazilian supporter : আৰ্জেণ্টিনাক সমৰ্থন কৰাটো ‘পাপ’ : ১০ লিটাৰ গাখীৰেৰে গা ধুই ব্ৰাজিলিয়ান সমৰ্থক হ’ল বাংলাদেশী যুৱক

June 9, 2026
‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

‎Indian mangoes banned : জাপানৰ পাছত নেপালেও নিষিদ্ধ কৰিলে ভাৰতৰ আম

June 9, 2026
Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

Gas pipeline plan : ‎হৰমুজৰ ওপৰত নিৰ্ভৰ শেষ : ওমানৰ পৰা গুজৰাটলৈ ২০০০ কিলোমিটাৰ গেছ পাইপলাইনৰ পৰিকল্পনা কেন্দ্ৰৰ

June 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx