ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শাৰদীয় দুর্গা পূজা উপলক্ষে বোকাখাত মহকুমা প্রশাসনৰ জৰুৰী সভা

ASSAM TIMES POST by ASSAM TIMES POST
September 12, 2019
Reading Time: 1 min read
A A
0
শাৰদীয় দুর্গা পূজা উপলক্ষে বোকাখাত মহকুমা প্রশাসনৰ জৰুৰী সভা

ASSAM TIMES POST

RELATED POSTS

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

অজন্তা তালুকদাৰ, বোকাখাত: আগন্তুক শাৰদীয় দুর্গা পূজা উপলক্ষে আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখনি জৰুৰী সভা অনুষ্ঠিত হয়। বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামৰ সভাপতিত্বত আয়ােজিত এই সভাত মহকুমাটোৰ পূজা কমিটিসমূহৰ বিষয় ববীয়াসকল উপস্থিত থাকে।

মহকুমাধিপতিগৰাকীয়ে পূজা সমিতি সমূহক দুর্গাপূজাৰ সময়ছােৱাত মাদকদ্রব্য আৰু জুৱাখেলৰ প্ৰচলন ৰােধ কৰাত বিশেষ গুৰুত্ব দিবলৈ নির্দেশ দিয়ে ৷ লগতে সাংস্কৃতিক অনুষ্ঠানৰ নামত শান্তি-শৃংখলা ভংগ নকৰিবলৈয়াে আহ্বান জনায়। এই ক্ষেত্ৰত আৰক্ষী তথা তাৰকাৰী বিভাগক আগতীয়াকৈ যাৱতীয় ব্যৱস্থা ল’বলৈয়াে নির্দেশ দিয়ে। মহকুমাধিপতিগৰাকীয়ে সকলো পূজাসমিতিকে প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ বর্জন কৰি প্লাষ্টিক-বৰ্জিত দুর্গা পূজাৰ আয়ােজন কৰিবলৈ পৰামর্শ দিয়ে।

ইয়াৰ উপৰিও সকলো পূজা মণ্ডপত অগ্নি নির্বাপনৰ ব্যৱস্থা, চি.চি. টিভি কেমেৰা, ২৪ ঘণ্টাই পর্যাপ্ত স্বেচ্ছাসেৱক থকাৰ লগতে জৰুৰীকালীন অৱস্থাৰ বাবে আৰক্ষী, অগ্নিনির্বাপক বাহিনী, বিদ্যুৎ বিভাগ তথা চিকিৎসালয় নিয়ন্ত্রণ কক্ষৰ নম্বৰ সমূহ এখন জাননী ফলকত জনসাধাৰণৰ দৃষ্টিগোচৰ হােৱাকৈ আঁৰি থবলৈ অনুৰোধ জনোৱা হয়।

বোকাখাত মহকুমা মহকুমা আৰক্ষী বিষয়া কল্যান কুমাৰ দাস পূজা কমিটি সমূহক শব্দ প্ৰদূষণৰ প্রতি লক্ষ্য ৰাখি ডাঙৰকৈ শব্দ হােৱা জেনেৰেটৰৰ ব্যৱহাৰ আৰু উচ্চ স্বৰত সংগীত নবজাবলৈ আহ্বান জানায়। ইয়াৰ লগে সকলকে ট্রেফিক আইন মানি শান্তিপূর্ণ ভাৱে শাৰদীয় দুর্গাপূজা অনুষ্ঠিত কৰিবলৈ পৰামর্শ দিয়ে । আজিৰ সভাত বোকাখাত ৰাজহ চক্ৰৰ চক্ৰ বিষয়া খনিন্দ্র দাস, সহকাৰী আয়ুক্তদ্বয় শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ, নির্বাচনী বিষয়া নীতিশা বৰা উপস্থিত থাকে।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx