ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন, বোকাখাত ২০২০ৰ দ্বিতীয় খন কাৰ্যনিবাহক সভা সম্পন্নঃ প্ৰস্তুতি অব্যাহতঃ ১০ নৱেম্বৰত লাইখুটা স্থাপন

ASSAM TIMES POST by ASSAM TIMES POST
September 9, 2019
Reading Time: 1 min read
A A
0
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন, বোকাখাত ২০২০ৰ দ্বিতীয় খন কাৰ্যনিবাহক সভা সম্পন্নঃ প্ৰস্তুতি অব্যাহতঃ ১০ নৱেম্বৰত লাইখুটা স্থাপন

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

বোকাখাতঃ সমাজ সংস্কাৰক আৰু সংগঠক মহামানৱ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ ভেঁটিত প্ৰতিষ্ঠিত ভাৰতবৰ্ষৰ সৰ্ব বৃহৎ ধৰ্মীয়, সামাজিক, সাংস্কৃতিক আৰু গণতান্ত্ৰিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৮৯ সংখ্যক বাৰ্ষিক অধিৱেশন, বোকাখাত ২০২০ ৰ অধিৱেশন ভাগি “বিশ্বঐতিহ্য কাজিৰঙা সমন্বয় ক্ষেত্ৰ”ত অহা ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ ৫,৬,৭ আৰু ৮ তাৰিখে দিহিঙীয়া-মহুৰাপথাৰ, কমাৰগাঁও, বোকাখাতত অনুস্থিত হ’ব ৷ ৩১ মাৰ্চ, ২০১৯ত আদৰণী সমিতি গঠন কৰাৰ পিছত অধিৱেশনৰ প্ৰাৰম্ভিক কামকাজ আদৰণী সমিতিয়ে ইতিমধ্যে আৰম্ভ কৰি অব্যাহত ৰাখিছে ৷

IMG 20190909 WA0032 | ASSAM TIMES POST

সমান্তৰালকৈ উপ সমিতি সমূহে অধিৱেশনৰ যাৱতীয় কাম কাজ সমূহ কৰ্ম আঁচনি অনুযায়ী আগবঢ়াই নিছে ৷ আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই অধিৱেশনৰখনি সফল কৰা ক্ষেত্ৰত চৰকাৰী ভাৱে বিভিন্ন চৰকাৰী বিভাগৰ সৈতে কেইবালানিও আলোচনাত মিলিত হৈছে ৷

আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি, স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ উদ্যোগত আদৰণী সমিতিৰ এটি সজাতি দলে বিধান সভা চলি থকা কালত মুখ্যমন্ত্ৰী, গড়কাপ্তানী মন্ত্ৰীৰ লগতে বিভাগীয় মন্ত্ৰী সকলক সাক্ষাৎ কৰি অধিৱেশনৰ দাঁতিকাষৰীয়া অঞ্চল উন্নয়ণৰ বাবে আলোচনাত মিলিত হৈছে ৷

অধিৱেশনলৈ আহিব লগা ভকত-বৈষ্ণৱক যাতে জৈৱিক শাক-পাচলি খুৱাব পাৰে, তাৰ বাবে কৃষিমন্ত্ৰীগৰাকীৰ উদ্যোগত বোকাখাত মহকুমা প্ৰশাসন আৰু মহকুমা কৃষি বিভাগৰ সহযোগত ঐতিহ্যমণ্ডিত মৰিয়াহোলাৰ বিস্তৃত কৃষি ভূমিত ৰবি শস্যৰ খেতি কৰিবৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে ৷

আনহাতে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়েও অধিৱেশনলৈ আহিব লগা ভকত-বৈষ্ণৱক অপ্যায়ণৰ বাবে নিজাববীয়াকৈ ৰবি শস্যৰ খেতি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে ৷ মূলতঃ কাৰ্যনিৰ্বাহক সভাত অনাগত অধিৱেশনৰ কামকাজৰ অগ্ৰগতিৰ খতিয়ানৰ বুজ লৈ আলোচনা কৰা হয় ৷ বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাত বিশেষকৈ অৰ্থ সংগ্ৰহৰ ওপৰত বিষদভাৱে আলোচনা কৰা হয় ৷

IMG 20190909 WA0033 | ASSAM TIMES POST

২ কোটি ৮০ লাখ টকাৰ বাজেটেৰে হ’ব লগা অধিৱেশনখনি সৰ্বাংগ সুন্দৰ কৰাৰ ক্ষেত্ৰত আলোচনা কৰে ৷ আদৰণী সমিতিৰ সভাপতি ধৰ্মেশ্বৰ হাজৰিকাৰ সভাপতিত্বত অনুস্থিত সভাত মূল সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰ প্ৰাণ বৰা, জিলা শাখাৰ সভাপতি যোগেশ লয়িং, সম্পাদক দ্বীজেন্দ্ৰ নাথ ৰাজখোৱা, আদৰণী সমিতিৰ উপদেষ্টা তথা ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, দেৱ প্ৰদীপ বৰা, চৈয়দ আনিচুৰ ৰহমান, কেশৱ উপাধ্যায়ৰ লগতে আদৰণী সমিতিৰ ১৫ গৰাকী উপ সভাপতি, ১০ গৰাকী সহকাৰী সম্পাদক, উপ সমিতি সমূহৰ সভাপতি-সম্পাদকৰ লগতে আঞ্চলিক শাখা সমূহৰ সভাপতি সম্পাদকৰ উপৰিও কাৰ্যনিবাহক ১৫১ জন সদস্য উপস্থিত থাকে ৷

নিজৰ ভাষণত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰ প্ৰাণ বৰাই সভাত আদৰণী সমিতিৰ ৩৫ খন উপ-সমিতিৰ বৰ্তমানলৈকে কৰি অহা কামৰ অগ্ৰগতি সম্পৰ্কে বুজ লয় আৰু সকলোকে সততা আৰু নিষ্ঠা সহকাৰে কাম কৰি যাবলৈ সকলোকে আহ্বান জনায় ৷ সভাত অধৱেশনখনি সুন্দৰ ৰূপে পৰিচালনা কৰিবৰ বাবে কেইবাটিও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

অহা ১০ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা লাইখুটা স্থাপনৰ কাৰ্যসূচীৰ সম্পৰ্কেও সভাত আলোচনা কৰাৰ লগতে কাৰ্যসূচী মূল সংঘৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে আদৰণী সমিতিৰ সম্পাদক চন্দ্ৰ কান্ত ভূঞাই ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx