ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চাহ শ্ৰমিকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ আটছাৰঃ চাহ শ্ৰমিকক ২০ শতাংশ বানচ নিদিলে উত্তপ্ত হ’ব বাগিচাৰ পৰিস্থিতি

ASSAM TIMES POST by ASSAM TIMES POST
August 29, 2019
Reading Time: 1 min read
A A
0
চাহ শ্ৰমিকক কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ আটছাৰঃ চাহ শ্ৰমিকক ২০ শতাংশ বানচ নিদিলে উত্তপ্ত হ’ব বাগিচাৰ পৰিস্থিতি

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

থাইলেণ্ডত আটক গোৱাৰ নাইট ক্লাবৰ দুই মালিক

২০২৬ চনৰ হজ তীৰ্থযাত্ৰাৰ বাবে নতুন চৰকাৰী নিৰ্দেশনা মুকলি ছৌদি আৰৱৰ

অজন্তা তালুকদাৰ, বোকাখাতঃ দূৰ্গাোৎসৱৰ পূৰ্বে অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলক ২০ শতাংশ বানচ দিবৰ বাবে দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। যোৱা ২৭ আগষ্ট তাৰিখে বোকাখাতত অনুষ্ঠিত এক বিশেষ সংবাদ মেলত ছাত্ৰ সংগঠনটোৰ সভাপতি ৰাজেন কুমাৰ আৰু সম্পাদক পৱন বেদিয়াই কয় যে মালিক পক্ষৰ সংগঠন চি চি বি এ ঘোষণা কৰা ৮.৩৩ শতাংশ বানচ কোনোপধ্যেই মানি লোৱা নহ’ব। চাহ শ্ৰমিকৰ বানচক লৈ কৰা হেতালি সহ্য কৰা নহ’ব আৰু শ্ৰমিকক ২০ শতাংশ বানচ আদায় দিবৰ বাবে দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত অসম চৰকাৰক বিষয়টোত হস্তক্ষেপৰ দাবী জনায়।

সম্পাদক পৱন বেদিয়াৰ মতে চাহ শ্ৰমিকৰ দৈনিক মজুৰী ৩৫১ টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি পূৰণত অসম চৰকাৰ ব্যৰ্থ হৈছে। ইয়াৰ বিপৰীতে মাত্ৰ ৩০ টকাৰ এক ইণ্টেৰিয়াম দি অসম চৰকাৰে চাহ শ্ৰমিকক প্ৰৱঞ্চনাহে কৰিছে আৰু এতিয়া ২০ শতাংশ বানচৰ ক্ষেত্ৰতো যদি অসম চৰকাৰ নিমাতে থাকে তেন্তে আটছাই কেতিয়াও সহ্য নকৰে।

চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ দিবই লাগিব। তাৰ বাবে এতিয়াৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে ৰাজ্যৰ প্ৰতিখন বাগিচাতে ২০ শতাংশ বানচৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন কৰা হ’ব। লগতে বাগিচাৰ মালিক পক্ষৰ কাৰ্যালয় আৰু চাহ বাগিচাৰ মুখ্য কাৰ্যালয়তো এই ধৰ্ণা কাৰ্যসূচী পালন কৰা হ’ব বুলিও তেওঁ কয়। ইফালে বানচৰ প্ৰাকক্ষণত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰীয়ে অসমৰ চাহ উদ্যোগৰ অৱস্থা বেয়া বুলি কৰা মন্তব্যতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নেতাদ্বয়ে কয় যে চাহ উদ্যোগৰ অৱস্থা যদি বেয়াই তেন্তে ইমান দিনে অসম চৰকাৰ ক’ত আছিল।

এই অজুহাতেৰে চাহ শ্ৰমিকক ৮.৩৩ শতাংশ বানচ দি ঠগিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে। বানচৰ দাবীত চাহ বাগিচাৰ পৰিস্থিতি উত্তপ্ত হ’ব আৰু ইয়াৰ বাবে মালিক পক্ষ আৰু অসম চৰকাৰেই জগৰীয়া হ’ব বুলি আটছাৰ নেতাদ্বয়ে প্ৰেছ মেলত ঘোষণা কৰে। আনহাতে দীৰ্ঘদিন অসমত শাসন চলোৱা কংগ্ৰেছ চৰকাৰে যেনেদৰে অসমৰ চাহ শ্ৰমিকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল, বৰ্তমানৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনেও পৰিৱৰ্তনৰ নামত বাগিচা অঞ্চলসমূহত কিছুমান আঁচনিৰ নামত মাত্ৰ ঘোষণা কৰি পূৰ্বৰ কংগ্ৰেছৰ দৰেই বিজেপি চৰকাৰখনেও চাহ শ্ৰমিকসকলক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ কৰিছে৷

বোকাখাতৰ গড়কাপ্টানী বিভাগৰ আৱৰ্ত ভৱনত আয়োজিত এই প্ৰেছ মেলত কেন্দ্ৰীয় নেতৃবৃন্দৰ লগতে সংগঠনটোৰ বোকাখাত গোটৰ বিষয়ববীয়াও উপস্থিত থাকে। সংবাদ মেলতে চাহ জনগোষ্ঠীৰ জাতীয় পৰৱ কৰম পূজা কেন্দ্ৰীয় ভাৱে বিশ্বনাথৰ বিহালীত অহা ছেপ্টেম্বৰ মাহৰ ২০ আৰু ২১ তাৰিখে অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে ৷ আটছাৰ প্ৰতিষ্ঠাপক সভাপতি ছাইমন সিং হ’ৰ আৰু সম্পাদক সন্তোষ কুৰ্মী তপ্পৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে সদৌ অসম ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি সম্পাদক পৱণ বেদীয়াই সাংবাদিকক জানিবলৈ দিয়ে৷ এই ফুটবল প্ৰতিযোগিতা অহা ছেপ্টেম্বৰ মাহৰ ভিতৰতেই অনুষ্ঠিত হ’ব বুলিও সদৰি কৰে ৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Share6Tweet4Send

Related Posts

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
থাইলেণ্ডত আটক গোৱাৰ নাইট ক্লাবৰ দুই মালিক
ALL NEWS

থাইলেণ্ডত আটক গোৱাৰ নাইট ক্লাবৰ দুই মালিক

by Staff Reporter
December 11, 2025
55
দেশৰ পৰা এইবাৰো বাতিল হজযাত্ৰা:
ALL NEWS

২০২৬ চনৰ হজ তীৰ্থযাত্ৰাৰ বাবে নতুন চৰকাৰী নিৰ্দেশনা মুকলি ছৌদি আৰৱৰ

by Staff Reporter
December 11, 2025
57
Missing in Brahmaputra I ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ খাৰঘুলিত সন্ধানহীন ৫ ব্যক্তি
Assam

Missing in Brahmaputra I ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ খাৰঘুলিত সন্ধানহীন ৫ ব্যক্তি

by Staff Reporter
December 10, 2025
54
Student gang rape : দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ কৰি ব্লেকমেইল, চাৰি সহপাঠীৰ নাম মাতৃক কৈ আত্মহত্যা কিশোৰীৰ
ALL NEWS

Child rape case I ৬ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা, বাধা দিয়াত যৌনাংগত সুমুৱাই দিলে ৰড

by Staff Reporter
December 10, 2025
51
Samar Hazarika illness I বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা অসুস্থ, আই চি ইউত ভৰ্তি
Assam

Samar Hazarika illness I বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা অসুস্থ, আই চি ইউত ভৰ্তি

by Staff Reporter
December 10, 2025
50
ADVERTISEMENT
Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি
National-International

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
50
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ
National-International

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025
50
PM Modi Death Threat : মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে, মুম্বাই আৰক্ষীক ভাবুকি প্ৰদান কৰা মহিলাক গ্ৰেপ্তাৰ
National-International

PM dinner party I প্ৰধানমন্ত্ৰীৰ বাসগৃহত নৈশভোজত এন ডি এৰ ৪০১ সাংসদ, প্ৰতিখন টেবুলত ‘মিনি ভাৰত’

December 12, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cold wave at north India I উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত কুঁৱলী আৰু শীতপ্ৰবাহৰ চূড়ান্ত সতৰ্কবাণী জাৰি

শীত প্ৰবাহ! দেশৰ কেইবাখনো ঠাইত পাৰাস্তম্ভ নামিছে তললৈ, ১০ বছৰৰ অভিলেখ ভংগ কৰিলে ইন্দোৰে

December 12, 2025
Parliament special session : ২৪ জুনৰ পৰা সংসদৰ বিশেষ অধিবেশন, বাছনি কৰা হ’ব অধ্যক্ষ

ৰাজ্যসভাত উপস্থিত নাই কোনো পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী উপ-ৰাষ্ট্ৰপতিক ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ দাবী বিৰোধীয়ে ক’লে— ‘অপমান’

December 12, 2025
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

December 12, 2025

Categories

accident (1) ALL NEWS (17415) Artificial Intelligence (3) Assam (13868) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3508) Lifestyle (24) literature (16) National-International (11103) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (498) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d