ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Fire at Fancybazar I ফাঁচীবজাৰত অগ্নিকাণ্ডত নিহত ১, গুৰুতৰভাৱে আহত ৩

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 3, 2025
Reading Time: 1 min read
A A
0
Fire at Fancybazar I ফাঁচীবজাৰত অগ্নিকাণ্ডত নিহত ১, গুৰুতৰভাৱে আহত ৩

RELATED POSTS

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

New Logo Smal 1 | ASSAM TIMES POST

গুৱাহাটীৰ ফাঁচীবজাৰত (Fancybazar fire) শুকুৰবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড। ফাঁচীবজাৰৰ এছ এছ ৰোডৰ চাইবাৰ মাৰ্টত পুৱতি নিশা সংঘটিত এই অগ্নিকাণ্ডত এজনৰ মৃত্যু হোৱাৰ লগতে আম তিনিজন আহত হয়। জানিব পৰা মতে তেওঁলোকৰ অৱস্থা সংকটজনক।

Fire at Fancybazar I
ফাঁচীবজাৰত অগ্নিকাণ্ডত নিহত ১, গুৰুতৰভাৱে আহত ৩:

মাৰ্কেটখনৰ গ্ৰাউণ্ড ফ্ল’ৰত সংঘটিত অগ্নিকাণ্ড‌ত ভিতৰত থকা ৬০ খনতকৈয়ো অধিক কাপোৰৰ দোকান ঘতিগ্ৰস্ত হয়। এই ঘটনাত মাৰ্কেটখনৰ ভিতৰত থকা মহম্মদ চাদেৰ নামৰ লোকজনৰ মৃত্যু হয়। মাৰ্কেটখনৰ ভিতৰত থকা চাৰিজন লোক অগ্নিকাণ্ডৰ ফলত আবদ্ধ হৈ পৰে।

তেওঁলোকক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰে যদিও মহম্মদ চাদেৰৰ মৃত্যু হয়। আনহাতে, তাচিব, চাহিন, আৰিফ নামৰ আন তিনিজন লোক বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। অগ্নিনিৰ্বাপক বাহিনীৰ ১৩ খন বাহনে জুই নিৰ্বাপনৰ চেষ্টা কৰে।

অগ্নিনিৰ্বাক বাহিনীৰ লোকে জনোৱা মতে, চাইবাৰ মাৰ্টত অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ পুৱা ৪.২০ বজাত লাভ কৰাৰ লগে লগে কেইবাটাও ষ্টেচনৰ পৰা ১৩ খনকৈ অগ্নিনিৰ্বাপণ বাহন ঘটনাথলীত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰে। অৱশ্যে এই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই। প্ৰাৰম্ভিকভাৱে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গুৰুতৰভাৱে আহত ৩ফাঁচীবজাৰত অগ্নিকাণ্ডত নিহত ১
Share5Tweet3Send

Related Posts

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

by News Desk
September 18, 2026
53
Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ
Guwahati

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

by ASSAM TIMES POST
September 18, 2026
54
Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ
Guwahati

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

by News Desk
September 17, 2026
51
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

by News Desk
September 14, 2026
52
Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ
Guwahati

Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ

by News Desk
September 14, 2026
52
Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ
Guwahati

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

by News Desk
September 11, 2026
57
ADVERTISEMENT
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
50
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
50
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

September 21, 2026
50
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d