ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

নিউজ ডেস্কঃ

News Desk by News Desk
September 11, 2026
Reading Time: 1 min read
A A
0
Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

RELATED POSTS

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

New Logo Smal | ASSAM TIMES POST

মহানগৰীৰ গণেশগুৰিস্থিত (Ganeshguri) এখন হোটেলত এগৰাকী ১৫ বছৰীয়া কিশোৰীক আবদ্ধ কৰি যৌন নিৰ্যাতন (Sexual assault) চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, চিনাকিৰ সুযোগ লৈ ফিৰোজ হুছেইন ওৰফে ‘বৰো’ নামৰ এজন যুৱকে কাপোৰ কিনি দিয়াৰ কথা কৈ ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক ঘৰৰ পৰা ফুচুলাই লৈ যায়। পৰৱৰ্তী সময়ত কিশোৰীগৰাকীক গণেশগুৰিৰ এখন হোটেললৈ নি ওৰে নিশা আবদ্ধ কৰি ৰখাৰ অভিযোগ উঠিছে।

ghy 4 | ASSAM TIMES POST
গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

অভিযুক্ত যুৱকজনে এজন বন্ধুৰ সহযোগত কিশোৰীগৰাকীক ৰচীৰে বান্ধি শাৰীৰিক আৰু যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ কৰিছে পৰিয়ালে।

ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে গীতানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্তসকলৰ সন্ধানত অভিযান চলোৱাৰ তথ্য পোৱা গৈছে।

অভিযোগসমূহ আৰক্ষীৰ তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াত প্ৰমাণিত হ’বলৈ বাকী আছে। কিশোৰীগৰাকীৰ পৰিচয় আইনী কাৰণত গোপন ৰখা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: GaneshguriSexualassault
Share4Tweet3Send

Related Posts

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন
Guwahati

by News Desk
September 11, 2026
50
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

by News Desk
September 10, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

by News Desk
September 10, 2026
58
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

by News Desk
September 8, 2026
52
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

by News Desk
September 7, 2026
56
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

55
ADVERTISEMENT
Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ
Guwahati

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

September 11, 2026
50
Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা
National-International

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ
National-International

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

September 11, 2026
50
‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন
Guwahati

‘জুবিনৰ অসম… সুৰৰ পৰা সংকল্পলৈ’ : অসম জাতীয় পৰিষদৰ উদ্যোগত ৰাজ্যজুৰি জুবিন গাৰ্গ স্মৃতি সপ্তাহৰ বৰ্ণাঢ্য আয়োজন

September 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

September 11, 2026
Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

Man killed family : জোনাই কাণ্ডৰ পুনৰাবৃত্তি, শুই থকা পত্নী আৰু তিনি কন্যাক ইটাৰে মৰিয়াই হত্যা

September 11, 2026
Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

Social Media influencer rape : ফল’ৱাৰ বঢ়োৱাৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক, বিহাৰৰ এএছআই আৰু সহযোগীৰ বিৰুদ্ধে অভিযোগ

September 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d