ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

Staff Reporter by Staff Reporter
November 25, 2026
Reading Time: 1 min read
A A
0
Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

RELATED POSTS

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

New Logo Smal 1 | ASSAM TIMES POST

শিলচৰৰ পিছত এইবাৰ কাছাৰ জিলাত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ (Cachar Greenfield Airport)। এই সন্দৰ্ভত কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাছাৰ জিলাৰ ডলুত নিৰ্মাণ হ’বলগীয়া এই বিমানবন্দৰটোৰ নিৰ্মাণব্যয় ২,০১৪ কোটি নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ পৰিসৰ হ’ব ১২,৩৫১ বৰ্গমিটাৰ। এই বিমানবন্দৰটোৰ পৰা প্ৰতিদিনে ৮০০ যাত্ৰীক সেৱা আগবঢ়োৱাৰ ক্ষমতা থাকিব।
Cachar Greenfield Airport ।
কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত:

ইয়াৰ লগতে এ-৩২০ বিমান চলাচলৰ বাবে উপযোগীকৈ ২,৭০৫ মিটাৰx৪৫ মিটাৰৰ কোড-৪তি মানৰ ৰাণৱে নিৰ্মাণ কৰা হ’ব। ইয়াত ছয়খন বিমান ৰাখিব পৰাৰ ব্যৱস্থা থাকিব। কেন্দ্ৰীয় কেবিনেটৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনাইছে।

সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে, “২,০১৪ কোটি টকা ব্যয়েৰে ডলুত নিৰ্মাণ হ’বলগীয়া গ্ৰীণফিল্ড বিমানবন্দৰক অনুমোদন জনোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু কেন্দ্ৰীয় কেবিনেটৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ এই বিমানবন্দৰে বৰাক উপত্যকাৰ বিমান যোগাযোগ ব্যৱস্থাক নতুন গতি প্ৰদান কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীৰ বাবে মুকলি কৰিব নতুন বজাৰৰ দুৱাৰ।”

তেওঁ লগতে লিখিছে, “ৰূপসী বিমান বন্দৰৰ পুনৰ্বিকাশ, গুৱাহাটীত বিশ্বমানৰ নতুন টাৰ্মিনেলৰ পাছত শিলচৰ হ’ব অসমৰ বিমান পৰিবহণ খণ্ডৰ আন এক বৃহৎ অগ্ৰগতি।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাছাৰত নিৰ্মাণ হ'ব গ্ৰীণফিল্ড বিমানবন্দৰকেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত
Share4Tweet3Send

Related Posts

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত
Assam

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

by News Desk
November 25, 2026
50
Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ
Assam

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

by News Desk
November 25, 2026
50
বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ
Assam

বশিষ্ঠ আৰক্ষীৰ জালত ২ দুধৰ্ষ চোৰ

by Staff Reporter
November 22, 2026
50
511 Bags of Urea Seized in Assam’s Cachar; Two Arrested
Assam

511 Bags of Urea Seized in Assam’s Cachar; Two Arrested

by Staff Reporter
November 21, 2026
51
AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক
Assam

AMCH controversy I শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে বিবাহ নহয়, ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্দেশনাক লৈ তুমুল বিতৰ্ক

by Staff Reporter
November 19, 2026
50
Result Ahsec 2023 I উচ্চতৰ মাধ্যমিকৰ  বাণিজ্য শাখাত শীৰ্ষ ১০ স্থান অধিকাৰীসকল
Assam

HS and HSLC exam I মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা

by Staff Reporter
November 19, 2026
51
ADVERTISEMENT
Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত
Assam

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

November 25, 2026
50
Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ
Guwahati

Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ

November 25, 2026
50
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত
Assam

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026
50
Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ
Assam

Himanta Biswa Sarma I ৰঙিয়াত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন মুখ্যমন্ত্ৰীৰ

November 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

Cachar Greenfield Airport । কাছাৰত নিৰ্মাণ হ’ব গ্ৰীণফিল্ড বিমানবন্দৰ, কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত

November 25, 2026
Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ

Habe Teron case : বিধানসভাৰ উপাধ্যক্ষ হাব্বে টেৰণৰ বিৰুদ্ধে যৌন নিৰ্যাতন অভিযোগ, ডিএনএ পৰীক্ষাৰ দাবী কংগ্ৰেছৰ

November 25, 2026
Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

Assam Police I আৰক্ষীৰ গুলীচালনাত আহত দুলীয়াজান হত্যাকাণ্ডৰ দুই অভিযুক্ত

November 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d