
– EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
– EVMত ব্যৱহৃত ছেমি কণ্ডাক্টৰৰ স্বচ্ছতাক লৈ প্ৰশ্ন
– জাপানৰ ৰেনেছাছ ইলেক্ট্ৰনিক কৰ্পোৰেচনে প্ৰস্তত কৰে ছেমি কণ্ডাক্টৰ
– গুপ্তমণি শৰ্মা, জিয়াউৰ ৰহমান আৰু ৰিপুন বৰাই দাখিল কৰিছে PIL
– আজি গ্ৰহণযোগ্যতাৰ প্ৰথম শুনানিত গোচৰটো বিবেচনাৰ বাবে গ্ৰহণ কৰে আদালতে
– ৪ নৱেম্বৰত হ’ব গ্ৰহণযোগ্যতাৰ পৰৱৰ্তী শুনানি
– ২০২৬ৰ অসম বিধান সভা নিৰ্বাচনত ব্যাপক খেলিমেলিৰ অভিযোগ PILত
– ২০২৬ৰ বিধানসভা নিৰ্বাচনক অবৈধ নিৰ্বাচন বুলি দাবী আবেদনকৰ্তাৰ
– আদালতত আবেদনকৰ্তাৰ হৈ যুক্তি প্ৰদৰ্শন জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীৰ













