ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Litsong Rongphar : পিজিআৰ -ভিজিআৰ ভূমিত অবৈধ বেদখল উচ্ছেদৰ দাবী তোলা যুৱ নেতা লিটছন ৰংফাৰক গ্ৰেপ্তাৰ, জামিনত মুক্তি 

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
September 8, 2025
Reading Time: 1 min read
A A
0

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

New Logo Smal 2 | ASSAM TIMES POST

কাৰবি আংলং জিলাৰ খেৰণি আৰু হাওৰাঘাটৰ ৰংকুট এলেকাত থকা PGR-VGR ৰ ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবী দুটা বছৰ জুৰি কাৰবি আংলঙৰ বিভিন্ন যুৱ-ছাত্ৰ সংগঠনে আন্দোলন কৰি আহিছে ৷খেৰণিৰ ভূমিত বিহাৰী সম্প্ৰদায়ৰ আৰু হাওৰাঘাটৰ ভূমিত বঙালী সম্প্ৰদায়ৰ লোকে বসবাস কৰি আহিছে ৷

পিজিআৰ -ভিজিআৰ ভূমিত অবৈধ বেদখল উচ্ছেদৰ দাবী তোলা যৱ নেতা লিটছন ৰংফাৰক গ্ৰেপ্তাৰ, জামিনত মুক্তি 
পিজিআৰ -ভিজিআৰ ভূমিত অবৈধ বেদখল উচ্ছেদৰ দাবী তোলা যৱ নেতা লিটছন ৰংফাৰক গ্ৰেপ্তাৰ, জামিনত মুক্তি

কাৰবি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নিজে গৈ খেৰণিৰ ভূমিত উচ্ছেদৰ খুটি মাৰিছিল ৷ পিছে সিমানতে সকলো সামৰণি পৰিল ৷ ইয়াৰ পিছতো যুৱ নেতা লিৎচন ৰংফাৰৰ নেতৃত্বত KSA / KSYC কে ধৰি বহুকেইটা সংগঠনে PGR-VGR ভূমিত উচ্ছেদ চলাবলৈ মুখ্যমন্ত্ৰী ; জিলা প্ৰশাসন আৰু পৰিষদক স্মাৰকপত্ৰ দি অহাৰ লগতে প্ৰতিবাদী কাৰ্যসূচী পালন কৰি আহিছে ৷

ইয়াৰ মাজতে লিৎচন ৰংফাৰৰ নেতৃত্বত এটি দলে ঘৰে ঘৰে গৈ হাওৰাঘাটৰ ৰংকুটত বসবাস কৰা বঙালী লোক সকলৰ মাটিৰ পট্ৰা আৰু অনান্য নথি পত্ৰ পৰীক্ষা কৰে ৷
ইয়াৰ পিছতে বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক দে আহি হাওৰাঘাটত সভা পাতি বিজেপি চৰকাৰৰ বিৰুদ্ধে হুংকাৰ দিয়ে ৷ তেওঁ আনকি ইচ্ছা কৰিলেই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক ইচ্ছা কৰিলেই নমাব পৰে বুলি কয় ৷ এই মন্তব্যৰ পিছতে উত্তপ্ত হৈ পৰে পাহাৰৰ ৰাজনীতি ৷

KSA য়ে বৃহৎ প্ৰতিবাদী সমদল কৰি কাৰবি আংলং জিলাত বসবাস কৰা অজনজাতি লোক সকলৰ মাটিৰ পট্ৰা বাতিল কৰাৰ দাবী কৰে ৷ ইয়াৰ সমান্তৰালকৈ হাওৰাঘাটত বঙালী যুৱ ছাত্ৰ ফেডাৰেচনে জোঁৰ সমদল কৰি মাটিৰ অধিকাৰ বিচৰাৰ লগতে বিজেপি চৰকাৰক সৰ্তকবাণী শুনায় ৷

এই ঘটনাক্ৰমৰ মাজতে আজি পুৱা হাওৰাঘাট থালাৰ ২০/২০২৫ নম্বৰৰ গোচৰৰ অধীনত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২)/৩৫১(৩)/১১৩(৫)/৩(৫) ধাৰাত লিৎচন ৰংফাৰক গ্ৰেপ্তাৰ কৰে ৷বৰ্তমান ডিফু ন্যায়িক আদালতত লিৎচন ৰংফাৰক হাজিৰ কৰা হৈছে আৰু আদালতৰ বাহিৰত তেওঁৰ সমৰ্থক সকলে বাহিৰত ধৰ্না দি পৰিস্থিতি উত্তপ্ত কৰি আছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: উচ্ছেদৰ দাবী তোলা যৱ নেতাজামিনত মুক্তিপিজিআৰ -ভিজিআৰ ভূমিত অবৈধ বেদখললিটছন ৰংফাৰক গ্ৰেপ্তাৰ
Share6Tweet4Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
62
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
50
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
50
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

September 21, 2026
50
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

September 21, 2026
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

September 21, 2026
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d