ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

নিউজ ডেস্কঃ

News Desk by News Desk
September 7, 2026
Reading Time: 1 min read
A A
0

RELATED POSTS

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

New Logo Smal | ASSAM TIMES POST

দিনদুপৰতে কাৰ্বি আংলঙৰ ডকমকাত এক ৰহস্যজনক ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডকমকা নগৰৰ চাৰ্থে ৰংহাং গাঁৱৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ ঘটনাটোক কেন্দৰ কৰি সমগ্ৰ অঞ্চলটোতে এতিয়া এক ৰহস্যময় পৰিৱেশে বিৰাজ কৰিছে । জনশূন্য ঘৰত উদ্ধাৰ মৃতদেহ : প্ৰাপ্ত তথ্য মতে, খেতিৰ বতৰ হোৱা বাবে আজি দিনৰ ভাগত চাৰ্থে ৰংহাং গাঁৱৰ বাসিন্দা চ’উইলছন ৰংহাংৰ পৰিয়ালৰ সকলো লোক পথাৰলৈ ওলাই গৈছিল । ঘৰখনত সেই সময়ত কোনো লোক উপস্থিত নাছিল । কিন্তু দিনৰ ভাগত কাম-বন শেষ কৰি পৰিয়ালৰ লোকসকল যেতিয়া পুনৰ ঘৰত উপস্থিত হয়, তেতিয়াই তেওঁলোকৰ চকু চৰকগাছ হয়। ঘৰৰ পাছফালে থকা এটা খেৰী ঘৰৰ ভিতৰত তেওঁলোকে এক ৰহস্যজনক অৱস্থাত পৰি থকা এটা অচিনাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে।

karbi 1 | ASSAM TIMES POST
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

দিনদুপৰতে ঘৰৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰাৰ লগে লগেই পৰিয়ালটোৰ লগতে সমগ্ৰ গাঁওখনতে হাহাকাৰ আৰু তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ইয়াৰ পিছতেই গাঁৱৰ গাঁওবুঢ়া আৰু স্থানীয় ৰাইজে একত্ৰিত হৈ ঘটনা সন্দৰ্ভত ততালিকে ডকমকা আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ পিছতে ডকমকা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে ।

ব্যক্তিজন কোন, তেওঁ কৰ পৰা কেনেকৈ আহি চ’উইলছন ৰংহাংৰ বন্ধ বাসগৃহত প্ৰৱেশ কৰিলে— সেই সকলোবোৰ কথা এতিয়াও ধুঁৱলী-কুঁৱলী হৈ আছে । বৰ্তমানলৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই । ঘটনাৰ ৰহস্য উদ্ঘাটন কৰিবলৈ ডকমকা আৰক্ষীয়ে চ’উইলছন ৰংহাংৰ পৰিয়ালৰ কেইবাজনো লোকক আটক কৰি সোধপোচ অব্যাহত ৰাখিছে।

ইতিমধ্যে মৃতদেহটো উদ্ধাৰ কৰি মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ (DMCH) প্ৰেৰণ কৰে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে স্পষ্ট হ’ব যে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড নে আত্মহত্যা।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

by News Desk
September 7, 2026
50
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

by News Desk
September 7, 2026
50
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

by News Desk
September 2, 2026
63
Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

by ASSAM TIMES POST
September 2, 2026
65
ADVERTISEMENT
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
50
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ
National-International

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
50
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

September 7, 2026
50
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

ৰিয়া হত্যাকাণ্ড : নিচাই কাঢ়ি নিলে নেকি ২৫ বছৰীয়া যুৱতীৰ প্ৰাণ?

September 7, 2026
CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

CJP slams BJP : দলৰ বাবে ডাঙৰ অফিচ নিৰ্মাণ কৰিছে, কিন্তু ছাত্ৰ-ছাত্ৰীৰ কোনো নিৰাপত্তা নাই; দিল্লীৰ ঘটনাক লৈ মোদী-শ্বাহক লক্ষ্য পঁইতাচোৰাৰ

September 7, 2026
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d