ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Umrangshu Coal Mining accident I উমৰাংছুৰ কয়লা খনিৰ পৰা এজনৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
January 8, 2025
Reading Time: 1 min read
A A
0
Umrangshu Coal Mining Incident I ডিমা হাছাওৰ কয়লা খনিত এতিয়াও আবদ্ধ ১০-১৫ শ্ৰমিক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

উমৰাংছুৰ কয়লা খনিত (Umrangso Coal Mining Accident) মঙলবাৰে বৰষুণৰ বাবে উদ্ধাৰকাৰ্য ব্যাহত হোৱাৰ পিছত বুধবাৰে পুৱাৰ পৰা পুনৰ আৰম্ভ হৈছে উদ্ধাৰ অভিযান। আনহাতে, এই উদ্ধাৰ অভিযানত বুধবাৰে পুৱা কয়লা খনিটোত আবদ্ধ হৈ থকা এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰীয়ে।

Umrangshu Coal Mining accident I
উমৰাংছুৰ কয়লা খনিৰ পৰা এজনৰ মৃতদেহ উদ্ধাৰ:

উল্লেখ্য যে কয়লা খনিটোত মুঠ নজন লোক আবদ্ধ হৈ থকাৰ তথ্য পোৱা গৈছে যদিও এতিয়াও আন আঠজন শ্ৰমিকক উদ্ধাৰ কৰিব পৰা হোৱা নাই৷ অৱশ্যে উদ্ধাৰকাৰী দলে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

এই উদ্ধাৰকাৰ্যত জড়িত হৈ আছে এনডিআৰএফ, এছডিআৰএফকে ধৰি বিশাখাপট্টনমৰ পৰা অহা ভাৰতীয় নৌসেনাৰ বিশেষ উদ্ধাৰকাৰী দল। মঙলবাৰে সন্ধিয়া ভাৰতীয় নৌসেনাৰ ১২ জনীয়া দলটো উমৰাংছুত উপস্থিত হয়। নৌসেনাৰ ডুবাৰু দলটোৱে বিভিন্ন উদ্ধাৰ সঁজুলি লৈ অভিযান অব্যাহত ৰাখিছে।

ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্ধাৰ হোৱা মৃত শ্ৰমিকজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এক পোষ্টযোগে মুখ্যমন্ত্ৰীয়ে কয় যে ২১ পেৰা ডুবাৰুৰ দলটোৱে কুঁৱাৰ ভিতৰৰ পৰা এটা মৃতদেহ উদ্ধাৰ কৰিছে। শোকাতুৰ পৰিয়াললৈ আমাৰ সমবেদনা জনালোঁ।

উল্লেখ্য যে প্ৰাপ্ত তথ্য অনুসৰি, খনিৰ ভিতৰত আবদ্ধ হৈ থকা শ্ৰমিকসকল হৈছে গংগা বাহাদুৰ শ্ৰেষ্ঠ (৩৮), উদয়পুৰ, নেপাল, হুছেইন আলী (৩০), দলগাঁও, জাকিৰ হুছেইন (৩৮), দলগাঁও, সৰ্প বৰ্মন (৪৬), গোসাইগাঁও, মুস্তাফা শ্বেখ (৪৪), দলগাঁও, খুচী মোহন ৰায় (৫৭), ফকিৰাগ্ৰাম, সঞ্জিত সৰকাৰ (৩৫), জলপাইগুৰি, পশ্চিমবংগ, লিজান মগৰ (২৬), উমৰাংছু, ডিমা হাছাও, শৰৎ গয়াৰী (৩৭), বাতাসীপুৰ, শোণিতপুৰ।

Tags: উমৰাংছুৰ কয়লা খনিৰ পৰাএজনৰ মৃতদেহ উদ্ধাৰ
Share4Tweet3Send

Related Posts

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ
Assam

HBS 2.0 I লক্ষাধিক লোকৰ উপস্থিতিত মুখ্যমন্ত্ৰীসহ চাৰি মন্ত্ৰীৰ শপত গ্ৰহণ

by Staff Reporter
May 12, 2026
50
Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক
Assam

Assam CM oath taking : কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে শপত ল’ব ৪ মন্ত্ৰীয়ে, কোন কোন তেওঁলোক

by News Desk
May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

by News Desk
May 11, 2026
50
Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized
Assam

Breaking I Assam Police Arrest Seven in Barpeta; Stolen Goods Seized

by Staff Reporter
May 10, 2026
50
‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি
Assam

‎Honey shipment : অসমৰ পৰা আমেৰিকা যুক্তৰাজ্যলৈ প্ৰথম আন্তৰ্জাতিক ৰপ্তানি হিচাপে ২০ মেট্ৰিক টন বাক্সা মৌ ৰপ্তানি

by News Desk
May 9, 2026
50
Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police
Assam

Mobile Tracking Nets Manipuri Couple with Arms, Grenade — Assam Police

by Staff Reporter
May 7, 2026
50
ADVERTISEMENT
Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব
National-International

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
50
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই
National-International

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026
50
Tamil Nadu Election 2026 : তামিলনাডুত ‘সংখ্যাৰ খেল’, কাৰ লগত মিলি চৰকাৰ গঠন কৰিব বিজয়ে?
National-International

‎তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত যোচেফ বিজয়ে বৃহৎ পদক্ষেপ I ৭১৭ খন সুৰাৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ

May 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

Crude Oil : দেশত ৬৯ দিনৰ খাৰুৱা তেল আৰু ৪৫ দিনৰ এল পি জি মজুত! মোদীৰ মন্ত্ৰীয়ে কয়, হিচাপৰ ভিত্তিত আতংকিত নহ’ব

May 12, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

May 12, 2026
Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

Flight fire : আবুধাবি অভিমুখী বিমানত অগ্নিকাণ্ড, চেন্নাইৰ পৰা উৰণৰ মূহুৰ্ততে ডেউকাত জুই

May 12, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx