ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত মদ, ড্ৰাগছ, জুৱা নাৰীদেহ ব্যৱসায়ৰ বিৰুদ্ধে কেএছএ আৰু কে এনচিএকে ধৰি একাধিক সংগঠনৰ সমদলঃ উপায়ুক্তক স্মাৰক পত্ৰ অৰ্পণ

ASSAM TIMES POST by ASSAM TIMES POST
January 24, 2020
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

ডিফুঃ কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত ক্ৰমাৎ বৃদ্ধি পাই অহা অসামাজিক কাৰ্যকলাপ, মদ, ড্ৰাগছ, জুৱা নাৰীদেহ ব্যৱসায় আদিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কেএছএ, কেএনচিএকে আদি কৰি বিভিন্ন দল সংগঠন৷

এইলৈ আজি ডিফু চহৰৰ মাজেৰে হাতে হাতে প্লে’কাৰ্ড, বেনাৰ ফেষ্টুন আদিলৈ কেএছএ, কেএনচিএ ,কেএ ডব্লিউ জেএফ, এছৱাইজে, এছৱাইচি, কেইউঅ’, আইপোৱা,ইউকেএডব্লিএ, এআইএছএ, আৰআইৱাইএ আৰু ইউকেৱাইএ সংগঠন সমূহে ডিফু চহৰৰ মাজেৰে উপায়ুক্ত কাৰ্যালয়লৈ যুটীয় সমদল বাহিৰ কৰাৰ লগত জিলা উপায়ুক্তৰ ওচৰত এক স্মাৰক পত্ৰ অৰ্পণ কৰে৷

WhatsApp Image 2020 01 24 at 03.30.37 | ASSAM TIMES POST

প্ৰতিবাদ কাৰী সকলে নিচাজাতীয় সামগ্ৰী তথা অসামাজিক কাৰ্যকলাপ বিৰুধী আৰু প্ৰতিৰোধৰ বাবে বিভিন্ন শ্ল’গান দি ডিফুৰ আকাশ -বতাহ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ কেএনচিএৰ সাধাৰণ সম্পাদিকা প্ৰতিমা ইংহিপী আৰু কেএছএৰ উপদেষ্টা লাইচান ইংলেঙে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চহৰখনত প্ৰতি দিনে বৃদ্ধি পাই অহা অসামাজিক, কাৰ্যকলাপ নাৰীদেহ ব্যৱসায়, মদ, জুৱা, ড্ৰাগছ সেৱন আদি বৃদ্ধি পাই অহাত উদ্বেগ প্ৰকাশ কৰে , নেতা দুগৰাকীয়ে গ্ৰাম্যাঞ্চলত আৰ্থিক সংকটত ভুগি ডিফুত কলেজীয়া শিক্ষা গ্ৰহণ কৰিবলৈ অহা একাংশ ছাত্ৰীক চহৰখনৰ এচাম পূঁজীপাতি লোকে টকাৰ লোভ দি বিপথে পৰিচালিত কৰিবলৈ বাধ্য কৰাৰ লগতে চহৰ খনৰ একাংশ হোটেল ৰেষ্টুৰেণ্টতো নাৰীদেহ ব্যৱসায় চলাৰ অভিযোগ লাভ কৰা বুলি জানিবলৈ দিয়ে ৷

WhatsApp Image 2020 01 24 at 03.30.39 1 | ASSAM TIMES POST

যুৱ-প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি বৃদ্ধি পাই অহাৰ ফলত ডিফু চৰকাৰী মহাবিদ্যালয়, ইউনিভাৰচিটি আৰু বিদ্যালয় সমূহৰ শৈক্ষিক পৰিবেশ বিনষ্ট হৈছে বুলি কয় ৷ ইয়াৰেপৰি চহৰখনৰ বিভিন্ন স্থানত গঢ়ি উঠা মদ, জুৱাৰ আড্ডাক উৎখাত কৰা কাৰ্যত প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনক গুৰুত্বপূৰ্ণ ভূমিকা লবলৈ আহ্বান জনায় ৷ চহৰখনত এক সুস্থ সামাজিক আৰু শৈক্ষিক পৰিবেশ গঢ়ি তুলিবলৈ আহ্বান জনায় নেতা দুগৰাকীয়ে৷ সমদলৰ শেষত জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াক নিজৰ দাবী সম্বলিত এক স্মাৰক পত্ৰ অৰ্পণ কৰে সংগঠন সমূহৰ নেতৃবৰ্গই৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ
Assam

Nagaon CRPF murder : নগাঁৱৰ চিআৰপিএফ কেম্পত অঘটন, তিনি সতীৰ্থক গুলীয়াই আত্মহত্যা জোৱানৰ

by News Desk
August 4, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড

by News Desk
August 3, 2026
50
Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : অসমৰ বানত মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

by News Desk
August 3, 2026
50
Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি
Assam

Upper Assam flood relief : উজনি অসমৰ বানাক্ৰান্তলৈ চৰকাৰৰ সাহায্য মুকলি

by News Desk
August 3, 2026
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx