ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Jacqueline Fernandez I জে’লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 13, 2024
Reading Time: 1 min read
A A
0
Jacqueline Fernandez I জে’লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

Heartfelt Farewell to Legendary Tabla Maestro: Ustad Zakir Hussain’s Legacy Lives On

জেকলিন ফাৰ্নাণ্ডেজৰ (Jacqueline Fernandez) বিচ্ছিন্ন প্ৰেমিক (alienated lover) সুকেশ চন্দ্ৰশেখৰ (Sukesh Chandrashekhar) বিগত দুবছৰ ধৰি ধন আত্মসাতৰ গোচৰত কাৰাগাৰত বন্দী হৈ আছে। বৰ্তমান তেওঁ দিল্লীৰ মণ্ডোলী কাৰাগাৰত বন্দী হৈ আছে। কিন্তু জে’লত থকা অৱস্থাতে জেকলিনক অহৰহ ভাবুকি (Jacqueline’s desperate threat) দি আছে তেওঁ।

যাৰ বাবে জেকলিন আতঙ্কিত হৈছে। নিজৰ সুৰক্ষাক লৈ চিন্তিত অভিনেত্ৰীগৰাকী। এইবাৰ তেওঁ সুকেশৰ বিৰুদ্ধে দিল্লী আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাৰ ওচৰত লিখিত অভিযোগ (A written complaint against Sukesh with Delhi Police Commissioner) দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীৰ এটা বিশেষ দলে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।

জে'লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ
জে’লৰ ভিতৰৰ পৰাই ভাবুকি সুকেশৰ, দিল্লী আৰক্ষীৰ দ্বাৰস্থ অভিনেত্ৰী জেকলিনৰ:

উল্লেখযোগ্য যে ‘কিক’ খ্যাত অভিনেত্ৰীগৰাকীয়ে এসময়ত কনমেন সুকেশৰ প্ৰেমত পৰিছিল। সম্পৰ্কৰ সময়ত সুকেশৰ পৰা তেওঁ লাভ কৰিছিল কেইবাটাও দামী উপহাৰ। সুকেশৰ সৈতে জড়িত থকাৰ বাবে জেকলিনে কেইবাবাৰো বিতৰ্কৰ সন্মুখীনো হৈছে। জালিয়াতিৰ গোচৰৰ তদন্তৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কেইবাবাৰো আদালতত হাজিৰ হ’বলগীয়া হৈছিল। কেৱল সেয়াই নহয়, বিদেশ ভ্ৰমণতো নিষেধাজ্ঞা আৰোপ কৰা হৈছিল অভিনেত্ৰীগৰাকীক। উক্ত নিষেধাজ্ঞা যোৱা বছৰ উঠাই লোৱা হয়।

জেকলিনে যিমানেই সম্পৰ্কটোক অস্বীকাৰ নকৰক কিয়, সুকেশ কোনো প্ৰকাৰে তেওঁক শান্তিত থাকিবলৈ দিয়া নাই । জেলত বহি থকা অৱস্থাতে তেওঁ অভিনেত্ৰীগৰাকীলৈ অহৰহ প্ৰেমপত্ৰ লিখিছিল। সেই কথাত জেকলিন বিব্ৰত হৈছে। সুকেশৰ প্ৰেমপত্ৰবোৰত কেতিয়াবা প্ৰেমৰ কথা, কেতিয়াবা প্ৰচণ্ড ভাবুকিও আছিল। অৱশেষত অভিনেত্ৰীগৰাকীয়ে দিল্লী আৰক্ষীৰ কাষ চাপি সুকেশৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা আৰু তেওঁৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আবেদন কৰে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: JacquelineFernandezজেকলিনফাৰ্নাণ্ডেজ
Share4Tweet3Send

Related Posts

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
55
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
74
Heartfelt Farewell to Legendary Tabla Maestro: Ustad Zakir Hussain’s Legacy Lives On
Entertrainment

Heartfelt Farewell to Legendary Tabla Maestro: Ustad Zakir Hussain’s Legacy Lives On

by ASSAM TIMES POST
December 16, 2024
55
Salman Khan Death Threat : ৫ কোটি নিদিলে বাবা ছিদ্দিকীৰ দৰেই অৱস্থা হ’ব, ছলমান খানক দিয়া ভাবুকি-বাৰ্তা গʼল মুম্বাই আৰক্ষীলৈ
Entertrainment

Salman Khan Death Threat : ৫ কোটি নিদিলে বাবা ছিদ্দিকীৰ দৰেই অৱস্থা হ’ব, ছলমান খানক দিয়া ভাবুকি-বাৰ্তা গʼল মুম্বাই আৰক্ষীলৈ

by News Desk
October 18, 2024
55
Beloved Assamese Actress Sent to Judicial Custody in Devastating Online Trading Scam
Entertrainment

Beloved Assamese Actress Sent to Judicial Custody in Devastating Online Trading Scam

by ASSAM TIMES POST
September 17, 2024
58
Fraudsters on the Run: Sumi and Tarkik Bora Arrested After 10 Days
Assam

Fraudsters on the Run: Sumi and Tarkik Bora Arrested After 10 Days

by ASSAM TIMES POST
September 12, 2024
65
ADVERTISEMENT
Tried to Rape 6 month age child : পিতৃ-মাতৃৰ অনুপস্থিতিত ৬ মহীয়া শিশুক ধৰ্ষণৰ চেষ্টা, আত্মীয়ক গ্ৰেপ্তাৰ
National-International

dead child alive I মৃত ঘোষণাৰ প্ৰায় ১২ ঘণ্টাৰ পাছত কান্দি উঠিল কেঁচুৱাই

July 11, 2025
50
মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!
National-International

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
50
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত
National-International

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025
50
Gujarat bridge collapse I এখনৰ পিছত আনখন গাড়ী পৰিল নদীত, গুজৰাটত দলং ভাঙি ৯ জনৰ মৃত্যু
National-International

Gujarat bridge collapse I গুজৰাটৰ দলং দুৰ্যোগ প্ৰতিবেদনৰ পিছতে চাৰি অভিযন্তাক নিলম্বন মুখ্যমন্ত্ৰীৰ, মৃত্যুৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি

July 11, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tried to Rape 6 month age child : পিতৃ-মাতৃৰ অনুপস্থিতিত ৬ মহীয়া শিশুক ধৰ্ষণৰ চেষ্টা, আত্মীয়ক গ্ৰেপ্তাৰ

dead child alive I মৃত ঘোষণাৰ প্ৰায় ১২ ঘণ্টাৰ পাছত কান্দি উঠিল কেঁচুৱাই

July 11, 2025
মদৰ নিচাত মাঘৰ সংক্ৰান্তিত ছাগলী বুলি দিলে নৰবলি!

Father killed tennis player I ৰিল বনোৱাৱাই কাল হ’ল, পিতৃয়ে গুলীয়াই হত্যা কৰিলে কিশোৰী টেনিছ খেলুৱৈক

July 11, 2025
NASA I ভাৰতীয় মহাকাশচাৰী শুভাংশুৰ মহাকাশ যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত

Shubhanshu Shukla । ২৩০ বাৰ সূৰ্যোদয়, দুসপ্তাহত মহাকাশত ১০ লাখ কিলোমিটাৰ অতিক্ৰম কৰিলে সুভাংশুৱে

July 11, 2025

Categories

accident (1) ALL NEWS (17395) Artificial Intelligence (1) Assam (13694) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2043) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3412) Lifestyle (24) literature (16) National-International (10297) NORTHEAST (857) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d