ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cricket world cup final 2023 I নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 20, 2023
Reading Time: 1 min read
A A
0
Cricket world cup final 2023 I নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

ভাৰতৰ আশাত চেঁচা পানী ঢালি এইবছৰৰ ক্ৰিকেট বিশ্বকাপৰ খিতাপ দখল কৰে অষ্ট্ৰেলিয়াই। গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত (Narendra Modi Stadium) আইচিচি বিশ্বকাপৰ ট্ৰফী অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সৰ হাতত তুলি দিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। লগত থাকে অষ্ট্ৰেলিয়াৰ উপ প্রধানমন্ত্রী ৰিচার্ড মার্লছ সঙ্গে।

নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস
নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস:

সেই মুহূর্ততে ৰচিত হয় এনে এক ইতিহাস যিটো পূৰ্বতে কোনো বিশ্বকাপত কেতিয়াও হোৱা নাছিল। বিশ্বকাপ ফাইনেলত ৰেকর্ড সংখ্যক দর্শকৰ উপস্থিতিৰ আন এক অভিলেখৰ সৃষ্টি হয় আহমেদাবাদত।

আনহাতে, বিশ্বকাপ ফাইনেলৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠান দুটা পৰ্যায়ত অনুষ্ঠিত হয়। প্ৰথমে আম্পায়াৰসকলৰ লগতে দুয়োটা দলৰ ক্রিকেটাৰসকলক স্মাৰক দিয়া হয়। লগতে দিয়া হয় মেচৰ শ্ৰেষ্ঠ আৰু টুর্নামেন্টৰ শ্ৰেষ্ঠ পুৰস্কাৰ। ফাইনেলৰ শ্ৰেষ্ঠ হয় ট্রাভিছ হেড। আনহাতে, টুর্নামেন্টৰ শ্ৰেষ্ঠ হয় বিৰাট কোহলি।
সেই সময়ত মঞ্চত আছিল আইচিচি অধ্যক্ষ গ্রেগ বার্কলে, আইচিচিৰ চিইঅ’ জিঅ’ফ এলার্ডিছ, বিচিচিআই সভাপতি ৰজাৰ বিনি, সচিব জয় শ্বাহ আৰু বিশ্বকাপৰ গ্লোবেল ব্ৰেণ্ড এম্বেছাডৰ শচীন তেণ্ডুলকাৰ। এই অনুষ্ঠানৰ পিছতে পুৰস্কাৰ বিতৰণী অনুষ্ঠানৰ মঞ্চলৈ আহে প্রধানমন্ত্রী নৰেন্দ্র মোদী।

নিজৰ নামাঙ্কিত ষ্টেডিয়ামত উপস্থিত হৈ বিশ্বকাপ বিজয়ী অধিনায়কৰ হাতত তুলি দিয়াৰ অভিলেখ বিশ্বত আন কোনো প্রধানমন্ত্রী বা অন্য কাৰো নাই। উল্লেখযোগ্য যে ফাইনেল মেচ উপভোগ কৰিবলৈ ষ্টেডিয়ামত উপস্থিত আছিল কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় যুবকল্যাণ আৰু ক্রীড়ামন্ত্রী অনুৰাগ ঠাকুৰ, ৰাজ্যিক মন্ত্রী নিশীথ প্রামাণিকসহ হেভিৱেইট নেতাসকল।

আনহাতে, ফাইনেলৰ শেষত অষ্ট্ৰেলিয়া দল তথা ট্রাভিছ হেডক অভিনন্দন জনায় প্রধানমন্ত্রীয়ে। ইফালে ভাৰতীয় দলৰ মনোবলৰ প্রশংসা কৰি নৰেন্দ্র মোদীয়ে লিখিছে, “যি সংকল্প লৈ সমগ্র বিশ্বকাপ ভাৰতে খেলিছে সেয়া উল্লেখযোগ্য।” লগতে সব সময়তে ভাৰতীয় দলৰ কাষত থকাৰো বার্তা দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে।

Tags: নৰেন্দ্ৰ মোদীষ্টেডিয়ামত ইতিহাস
Share4Tweet3Send

Related Posts

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

by Staff Reporter
May 14, 2026
50
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

by Staff Reporter
May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

by Staff Reporter
May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

by Staff Reporter
May 14, 2026
50
ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ
National-International

ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

by Staff Reporter
May 14, 2026
50
Centre to ban sugar export I মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চেনিৰ ৰপ্তানি বন্ধ কৰাৰ চিন্তা কেন্দ্ৰৰ
National-International

‎যুদ্ধৰ পৰিপ্ৰেক্ষিতত চেনীৰ মূল্যত জুই লগাৰ সম্ভাৱনা ‎ ‎

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx