ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

TB patients in India : বিশ্বৰ সৰ্বাধিক সংখ্যক যক্ষ্মা ৰোগী ভাৰতত, হুৰ প্ৰতিবেদন

নিউজ ডেস্কঃ

News Desk by News Desk
November 10, 2023
Reading Time: 1 min read
A A
0
TB patients in India : বিশ্বৰ সৰ্বাধিক সংখ্যক যক্ষ্মা ৰোগী ভাৰতত, হুৰ প্ৰতিবেদন

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST
২০২২ চনৰ যক্ষ্মা আক্ৰান্তৰ নিৰিখত ভাৰতত বিশ্বৰ সৰ্বাধিক সংখ্যক যক্ষ্মা ৰোগী (India has the highest number of tb cases in the world) আছে। মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থাই (World Health Organization) এই সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ কৰে। ১৯২ খন দেশত কৰা এক জৰীপৰ ওপৰত আধাৰিত এই প্ৰতিবেদনত দেখা গৈছে যে সেই এবছৰত বিশ্বজুৰি মুঠ ৭.৫ নিযুত লোক যক্ষ্মা ৰোগত আক্ৰান্ত হয়। ইয়াৰ ভিতৰত, প্ৰায় ২৮.২ লাখ (২৭%) ৰোগী ভাৰতৰ (28.2 lakh (27%) patients are from India)।

RELATED POSTS

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

হুৱে ১৯৯৫ চনত অধ্যয়নটো আৰম্ভ কৰিছিল। তথ্য অনুসৰি, ২০২২ চনত যক্ষ্মা ৰোগীৰ সংখ্যা সৰ্বাধিক। আৰু ভাৰত উক্ত তালিকাত প্ৰথম স্থানত। প্ৰতিবেদনখনত এইটোও পোৱা গৈছে যে ৩০ খন দেশত ৮৭ শতাংশ ৰোগী ধৰা পৰিছে। শীৰ্ষ আঠখন দেশ হৈছে ভাৰত, ইণ্ডোনেছিয়া (১০%), চীন (7৭.১%), ফিলিপাইনছ (৭%), পাকিস্তান (৫.৭%), নাইজেৰিয়া (৪.৫%), বাংলাদেশ (৩.৬%) আৰু কঙ্গো (৩%)।

tb1 | ASSAM TIMES POST

প্ৰতিবেদন অনুসৰি, ভাৰতত ২৮.২ লাখ ৰোগীৰ ভিতৰত সংকটজনক ৰোগীৰ সংখ্যা হৈছে ১২ শতাংশ। বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলৰ মতে, যোৱা বছৰ ভাৰতত ৩.৪২ লাখ যক্ষ্মা ৰোগীৰ মৃত্যু হৈছে। ইয়াৰে ভিতৰত ১১,০০০ এইচআইভি সংক্ৰমিত আছিল।

প্ৰতিবেদনখনত আৰু এটা কথা প্ৰকাশ হৈছে। কোভিডৰ পিছৰ সময়ছোৱাত সমগ্ৰ বিশ্বতে যক্ষ্মা ৰোগীৰ সুস্থ হৈ উঠাৰ হাৰো সন্তোষজনক। ২০২০-২১ বৰ্ষত ভাৰত, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত ৬০ শতাংশৰো অধিক যক্ষ্মা ৰোগী সুস্থ হৈ উঠে। সুস্থৰ হাৰ বিশেষকৈ ভাৰতত উচ্চ। ই দেশৰ সামগ্ৰিক স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাৰ কথাকে ইংগিত দিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: India has HighestNumberofTBcasesসৰ্বাধিকযক্ষ্মাৰোগীভাৰতত
Share4Tweet3Send

Related Posts

Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
54
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
53
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
54
Fetus in fetu : আচৰিত ঘটনাত স্তম্ভিত চিকিৎসক, ভ্ৰূণৰ ভিতৰত ধৰা পৰিল ভ্ৰূণ
Health & Fitness

Fetus in fetu : আচৰিত ঘটনাত স্তম্ভিত চিকিৎসক, ভ্ৰূণৰ ভিতৰত ধৰা পৰিল ভ্ৰূণ

by News Desk
January 29, 2025
52
গৱেষকসকলে কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে উচ্চ গৰমত হালধি আৰু পিঁয়াজ ৰান্ধিলে হৃদযন্ত্ৰৰ আশংকা থাকে:
Health & Fitness

গৱেষকসকলে কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে উচ্চ গৰমত হালধি আৰু পিঁয়াজ ৰান্ধিলে হৃদযন্ত্ৰৰ আশংকা থাকে:

by ASSAM TIMES POST
December 28, 2024
53
ADVERTISEMENT
Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
85
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
53
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025
54
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

June 13, 2025
68
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13689) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3394) Lifestyle (24) literature (16) National-International (10116) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d