ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

৬ মাহৰ কাৰাদণ্ড জয়প্ৰদাৰ, পাকিস্তানী গায়ক আলী শ্বেট্টীৰ সমলিংগৰ সৈতে বিয়া !

নিউজ ডেস্কঃ

News Desk by News Desk
August 12, 2023
Reading Time: 1 min read
A A
0
৬ মাহৰ কাৰাদণ্ড জয়প্ৰদাৰ, পাকিস্তানী গায়ক আলী শ্বেট্টীৰ সমলিংগৰ সৈতে বিয়া !

logo new 2 1 1 4 1 3 1 2 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

পাকিস্তানী গায়ক আলী শ্বেট্টী (Pakistani singer Ali Shetty)য়ে দীৰ্ঘদিনীয়া বন্ধুক বিয়া কৰাইছে! দেশখনত এই উৰাবাতৰি বিয়পি পৰিছে। খবৰ অনুযায়ী, তেওঁৰ বন্ধু ছলমান টুৰৰ সৈতে বিবাহপাশত আবদ্ধ (Married to Salman Tour) হৈছে। তুৰস্কত তেওঁলোকৰ বিয়া হৈছিল। এই খবৰ প্ৰচাৰ হোৱাৰ লগে লগে সেই দেশখনৰ নাগৰিকসকল ক্ষুব্ধ হৈ পৰে। উল্লেখযোগ্য যে পাকিস্তানত সমলিংগ বিবাহ নিষিদ্ধ। ইছলামৰ পৰিপন্থী। শনিবাৰে পুৱা ক্ৰমান্বয়ে ক্ষোভ বৃদ্ধি পোৱাৰ পিছতে আলীয়ে এক বক্তব্য প্ৰদান কৰে। ‘পাছুৰি’ খ্যাত গায়কজনে দাবী কৰে যে তেওঁ কাৰো লগত বিয়া হোৱা নাই। তেওঁৰ এতিয়াও বিয়া হোৱা নাই। সকলো ভুৱা বাতৰি।

জয়াপ্ৰদাক ছমাহৰ কাৰাদণ্ড

pak 1 1 | ASSAM TIMES POST

চেন্নাইৰ আদালতে জয়প্ৰদাক গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ (Order to arrest Jayaprada) দিছে। লগতে দিছে ছয় মাহৰ কাৰাদণ্ডৰ ৰায় (Six-month jail term verdict)। খবৰ অনুযায়ী, কেইবাবছৰ পূৰ্বে চেন্নাইত এখন থিয়েটাৰ ক্ৰয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত তেওঁৰ দুই সংগী হৈছে ৰাম আৰু ৰাজা। ধাৰাবাহিক লোকচানৰ বাবে থিয়েটাৰখন বন্ধ কৰি দিয়ে। সেই সময়ত কৰ্মচাৰীৰ ইএছআইৰ ধন জমা নিদিয়াৰ অভিযোগ জয়াৰ বিৰুদ্ধে। ইয়াৰ পিছত চৰকাৰৰ ওচৰত লিখিত অভিযোগ দাখিল কৰাৰ সময়ত জয়া আৰু তেওঁৰ সঙ্গীসকলে ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়। আদালতে সেই আবেদন নাকচ কৰে।

Tags: ArrestJayapradaPakistanisingerAliShettyজয়প্ৰদাজয়প্ৰদাগ্ৰেপ্তাৰপাকিস্তানীগায়কআলীশ্বেট্টী
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত
National-International

June 2, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

Pahalgam attack case । পহেলগাম কাণ্ডত নিয়াৰ দৃষ্টি গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ ওপৰত, কৰাচী বেংকৰ নামো জড়িত

June 2, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

June 2, 2026
India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

India Myanmar ties I ম্যানমাৰৰ ভূখণ্ডক ভাৰতবিৰোধী কাৰ্যকলাপৰ বাবে ব্যৱহাৰ কৰিব দিয়া নহ’ব, দিল্লীৰ বৈঠকত মোদীক আশ্বাস ৰাষ্ট্ৰপতি হিলিঙৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT