ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

গৰীয়সী-চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প-2023ৰ পুৰস্কাৰ প্ৰদান

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 9, 2023
Reading Time: 1 min read
A A
0
গৰীয়সী-চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প-2023ৰ পুৰস্কাৰ প্ৰদান

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

সাহিত্য- আলোচনী গৰীয়সীৰ প্ৰতিষ্ঠাপক সম্পাদক তথা প্ৰথিতযশা কথাশিল্পী পদ্মভূষণ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ (Chandraprasad Saikia) স্মৃতিত আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰৱৰ্তিত “গৰীয়সী-চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প পুৰস্কাৰ-২০২৩” আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুৱাহাটী প্ৰেছ ক্লাবত প্ৰদান কৰা হয়। আছাম ট্ৰিবিউন প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাই কথা শিল্পী চন্দ্ৰপ্ৰসাদ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা আৰু গৰীয়সীৰ সম্পাদক বিশিষ্ট সাহিত্যিক ডঃ ৰীতা চৌধুৰীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত আদৰণী ভাষণ আগবঢ়ায় গৰীয়সীৰ উপ-সম্পাদক সমীন্দ্ৰ ডেকাই।

পুৰস্কাৰ প্ৰদান
গৰীয়সী-চন্দ্ৰপ্ৰসাদ শইকীয়া চুটিগল্প-2023ৰ পুৰস্কাৰ প্ৰদান:

সৃষ্টিশীল লেখক পদ্মশ্ৰী ডঃ অৰূপ কুমাৰ দত্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গল্প-সাহিত্যৰ সন্দৰ্ভত সাৰগৰ্ভ ব্যক্তব্য প্ৰদান কৰা সভাখনত প্ৰতিযোগিতাখনৰ বিচাৰকত্ৰয় ডাঃ অপূৰ্ব কুমাৰ শইকীয়া , ডঃ পৰী হিলৈদাৰী আৰু ডঃ কল্পনা শৰ্মাই গল্পৰ বিচাৰকৰ ভাষণ দাঙি ধৰে ।

মুখ্য অতিথি ডঃ অৰূপ কুমাৰ দত্তই প্ৰথম পুৰস্কাৰ প্ৰাপ্ত শিল্পী শৰ্মা, দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত দেৱজিৎ কলিতা আৰু তৃতীয় পুৰস্কাৰ প্ৰাপ্ত খনিন্দ্ৰ ভূষণ মহন্তক নগদ ধন, মানপত্ৰ আৰু গৰীয়সী স্মাৰক প্ৰদান কৰে। লগতে উদ্গনি বঁটা লাভ কৰা ক্ৰমে মনালিছা বৰঠাকুৰ, দীক্ষিতা বৰা, খামমুন ফুকন, অৰূপ ৰাজ কলিতা, ৰথাংগ পাণি বৰুৱা আৰু ডেইটী মানপত্ৰ প্ৰদান কৰা হয় । উল্লেখযোগ্য যে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাপে ক্ৰমে আগবঢ়োৱা হয় ১০,০০০ টকা, ৭০০০ টকা আৰু নগদ ৫০০০ টকা।

অনুষ্ঠানটোত দৈনিক অসম কাকতৰ সম্পাদক ডঃ হিতেশ ডেকা, অসম বাণীৰ সম্পাদক দিলীপ চন্দন, দৈনিক অসমৰ কাৰ্যবাহী সম্পাদক দিলীপ মহন্ত, পদ্মশ্ৰী সন্মানপ্ৰাপক ডঃ ৰোমান শৰ্মা, দৈনন্দিন বাৰ্তাৰ মুখ্য সম্পাদক নৰেন হাজৰিকা, অসীম কুমাৰ ডেকা, আছাম ট্ৰিবিউন এপ্লইজ ইউনিয়নৰ সম্পাদক দুগ্ধ ৰাম কলিতা, বনজিৎ ভট্টাচাৰ্য্য আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Tags: গৰীয়সী-চন্দ্ৰপ্ৰসাদ শইকীয়াচুটিগল্প-2023ৰ পুৰস্কাৰ প্ৰদান
Share4Tweet3Send

Related Posts

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Guwahati

Himanta Biswa Sarma : ৰাজ্যপালৰ হাতত পদত্যাগ-পত্ৰ দাখিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

by News Desk
May 6, 2026
50
Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ
Guwahati

Zubeen murder case : কাৰাগাৰতে থাকিব লাগিব শ্যামকানু মহন্ত, জামিন আবেদন নাকচ

by News Desk
April 30, 2026
50
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

by News Desk
April 21, 2026
50
Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ
Guwahati

Guwahati flash flood I ব’হাগতে মহানগৰীৰ কৃত্ৰিম বানে প্ৰাণ কাঢ়িলে মহিলাৰ

by Staff Reporter
April 20, 2026
50
ADVERTISEMENT
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx