ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

Staff Reporter by Staff Reporter
May 14, 2026
Reading Time: 1 min read
A A
0
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

‎যুদ্ধৰ পৰিপ্ৰেক্ষিতত চেনীৰ মূল্যত জুই লগাৰ সম্ভাৱনা ‎ ‎

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Modi) চৰকাৰে স্বচ্ছ শক্তি উৎপাদন বৃদ্ধি আৰু বৈদেশিক মুদ্ৰা ৰাহিৰ বাবে কয়লা ভিত্তিক গেছ উৎপাদনত দৃষ্টি নিক্ষেপ কৰিছে। এই সন্দৰ্ভত প্ৰকল্পসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যে বুধবাৰে কেন্দ্ৰীয় কেবিনেটত ৩৭,৫০০ কোটি টকাৰ এক প্ৰৰোচনামূলক আঁচনিত অনুমোদন জনায়।

PM Modi ।
কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ:

প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীৰ বৈঠকৰ অন্তত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই প্ৰকল্পৰ বাবে ৩৭,৫০০ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে আৰু ইয়াৰ লগত প্ৰায় ৩,০০০ লাখ কোটি টকাৰ বিনিয়োগ জড়িত হ’ব। ৭.৫ কোটি টন কয়লাৰ পৰা গেছ উৎপাদনৰ বাবে এই প্ৰকল্পসমূহ স্থাপন কৰা হ’ব।

উল্লেখ্য যে ঔদ্যোগিক প্ৰযুক্তিৰ পৰিভাষাত কয়লা ভিত্তিক গেছ উৎপাদনক ‘কয়লা গেছিফিকেচন’ বুলি কোৱা হয়। এইটো এনে এক প্ৰক্ৰিয়া য’ত কয়লা প্ৰত্যক্ষভাৱে জ্বলোৱাৰ পৰিৱৰ্তে ভাপ আৰু সীমিত অক্সিজেনৰ উপস্থিতিত উচ্চ উষ্ণতা আৰু চাপত প্ৰক্ৰিয়াকৰণ কৰি ‘চিংগেছ’ বা ‘সংশ্লেষণ গেছ’ উৎপন্ন কৰা হয়।

এই প্ৰক্ৰিয়াই মিথানল, সাৰ, হাইড্ৰজেন আৰু ৰাসায়নিক পদাৰ্থ উৎপাদনত সহায় কৰে, যাৰ ফলত আমদানিকৃত তেল (৮৩ শতাংশ), মিথানল (৯০ শতাংশতকৈ অধিক) আৰু এমোনিয়াৰ (১৩-১৫ শতাংশ) ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়।

কয়লাক গেছীয় ইন্ধনলৈ ৰূপান্তৰিত কৰাৰ এই আধুনিক পদ্ধতি প্ৰৱৰ্তন কৰিলে দেশৰ শক্তি খণ্ডত আমদানি নিৰ্ভৰশীলতা নিয়ন্ত্ৰণ কৰাটো সম্ভৱ হ’ব বুলি কেন্দ্ৰই বিশ্বাস কৰে। ইৰাণ যুদ্ধৰ পৰিপ্ৰেক্ষিতত তেল আৰু গেছৰ আমদানি বৃদ্ধি পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে ইতিমধ্যে দেশবাসীক শক্তি ৰাহি কৰিবলৈ আহ্বান জনাইছে।

সেই বিষয়ক স্পৰ্শ কৰি বৈষ্ণৱে বুধবাৰে কয়, “দেশত ৪০ কোটি ১০ লাখ টন জনাজাত কয়লা মজুত আছে, যিটো অহা ২০০ বছৰৰ বাবে যথেষ্ট। বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে আমি সকলোৱে জানো। গতিকে আমি আত্মনিৰ্ভৰশীল হ’বলৈ প্ৰয়োজনীয় সিদ্ধান্ত ল’ব লাগিব।

এই প্ৰেক্ষাপটত কয়লা গেছীকৰণৰ ক্ষেত্ৰত আজি এক ডাঙৰ সিদ্ধান্ত লোৱা হৈছে।” বৈষ্ণৱে কয় যে ‘কয়লা গেছিফিকেশন’ প্ৰকল্প আৰম্ভ কৰাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত ১০ কোটি টন কয়লা গেছিফিকেচন ক্ষমতা লাভ কৰা। ভাৰতত ঘৰুৱা শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এতিয়াও কয়লা মূল ভেটি। দেশৰ মুঠ শক্তিৰ প্ৰয়োজনীয়তাৰ ৫৫ শতাংশতকৈ অধিক কয়লাই যোগান ধৰে।

যিহেতু ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম কয়লা উৎপাদনকাৰী আৰু গ্ৰাহক, ভাৰতৰ শক্তিৰ চাহিদা বৃদ্ধিৰ লগে লগে কয়লাৰ ব্যৱহাৰো যথেষ্ট বৃদ্ধি পাব বুলি কেন্দ্ৰই বিশ্বাস কৰে। লগতে বিশাল কয়লাৰ মজুতৰ সদ্ব্যৱহাৰ কৰাৰ লক্ষ্যৰে ‘কয়লা গেছিফিকেচন’ প্ৰকল্পটোক লক্ষ্য কৰি লোৱা হৈছে।

Tags: কয়লা ভিত্তিক গেছ উৎপাদনতগুৰুত্ব চৰকাৰৰ৩৭৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত
Share4Tweet3Send

Related Posts

Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

by Staff Reporter
May 14, 2026
50
ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ
National-International

ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

by Staff Reporter
May 14, 2026
50
Centre to ban sugar export I মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চেনিৰ ৰপ্তানি বন্ধ কৰাৰ চিন্তা কেন্দ্ৰৰ
National-International

‎যুদ্ধৰ পৰিপ্ৰেক্ষিতত চেনীৰ মূল্যত জুই লগাৰ সম্ভাৱনা ‎ ‎

by Staff Reporter
May 14, 2026
50
‎প্ৰতিদ্বন্দ্বিতা নহয়, একেলগে কাম হওক I বৈঠকত ট্ৰাম্পক ক’লে জিনপিঙে
National-International

‎প্ৰতিদ্বন্দ্বিতা নহয়, একেলগে কাম হওক I বৈঠকত ট্ৰাম্পক ক’লে জিনপিঙে

by Staff Reporter
May 14, 2026
50
Minor Rape Case : ভগ্নীৰ সন্মুখতে বায়েকক ধৰ্ষণ, মুখ বন্ধ কৰি ৰাখিবলৈ ২০ টকা দি পলায়ন অভিযুক্তৰ
National-International

‎১৪ বছৰ পূৰ্বে হোৱা অনুৰূপ ঘটনা । দিল্লীত বাছত মহিলাক দলবদ্ধ ধৰ্ষণ

by Staff Reporter
May 14, 2026
50
‎কোষ্টা ৰিকাৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনা বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ, লেটিন আমেৰিকাত ভাৰতৰ কূটনৈতিক প্ৰসাৰক প্ৰদান কৰে গতি
National-International

‎কোষ্টা ৰিকাৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনা বিদেশ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ, লেটিন আমেৰিকাত ভাৰতৰ কূটনৈতিক প্ৰসাৰক প্ৰদান কৰে গতি

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
50
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ
Assam

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

May 14, 2026
50
ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ
National-International

ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

Assam cabinet I ঘোষিত হ’ল চাৰি মন্ত্ৰীৰ দপ্তৰ, কাৰ হাতত কি বিভাগ

May 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx