ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

Staff Reporter by Staff Reporter
May 14, 2026
Reading Time: 1 min read
A A
0
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

Oplus_131072

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

উত্তৰ প্ৰদেশত ভয়ংকৰ বতৰৰ (Up Hits Storm) পৰিস্থিতিৰ বাবে কেইবাজনো লোকৰ মৃত্যু। প্ৰবল বৰষুণ, ধুমুহা, বজ্ৰপাতৰ ফলত ইখন জিলাৰ পিছত সিখন জিলাত ইটোৰ পিছত সিটোকৈ মৃত্যুৰ ঘটনা ঘটো। মাত্ৰ এদিনতে ৰাজ্যখনত ৩৩ জন লোকে প্ৰাণ হেৰুৱায়। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বুধবাৰে উত্তৰ প্ৰদেশৰ পাঁচখন জিলাত মুষলধাৰ বৰষুণ হয়।

UP hits storm I
ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু:

এই জিলাকেইখনত বজ্ৰপাতো হয়। পাঁচখন জিলাত মুঠ ৩৩ জন লোকে প্ৰাণ হেৰুৱায় আৰু বহু লোক আহত হয়। উত্তৰ প্ৰদেশত প্ৰতিকূল বতৰৰ বাবে ইটোৰ পিছত সিটোকৈ প্ৰাণ হেৰুওৱাৰ ঘটনা সংঘটিত হৈছে ভাদোহী, ফতেহপুৰ, বুদাউন, চান্দাউলি, সোণভদ্ৰা আদি ঠাইত।

ইয়াৰে ভাদোহী জিলাত ১৬ জন, ফাতেহপুৰত ৯ জন, বুদৌনত ৫ জন, চান্দাউলিত ২ জন আৰু সোণভদ্ৰাত এজন লোকে বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুৱাইছে। ইতিমধ্যে মুখ্যমন্ত্রী যোগী আদিত্যনাথে নিহতসকলৰ পৰিয়ালৰ কাষত থকাৰ আশ্বাস দিছে৷

দুৰ্যোগত নিহতসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰিছে। ২৪ ঘণ্টাৰ ভিতৰত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ওচৰলৈ সাহায্য সামগ্ৰী প্ৰেৰণৰ নিৰ্দেশ দিছে। ভাদোহী প্ৰশাসনৰ এগৰাকী বিষয়াই জনোৱা মতে, বজ্ৰপাত আৰু ধাৰাসাৰ বৰষুণৰ বাবে বহু ঠাইত গছ-গছনি আৰু বিদ্যুতৰ খুঁটা উভালি পৰিছে।

লগতে বহু ঘৰ ভাঙি যোৱাৰ খবৰ পোৱা গৈছে। কেইবাটাও স্থানত মোবাইল নেটৱৰ্ক বিঘিনি ঘটিছে। যাৰ বাবে উদ্ধাৰ কাৰ্যত পলম হৈছে। ভাদোহী আৰক্ষীয়ে জনোৱা মতে, দুটা পৃথক স্থানত ভয়াৱহ ধূলিৰ ধুমুহাৰ খবৰ পোৱা গৈছে। ইয়াৰ বাবে ১৬ জন লোকৰ মৃত্যু হৈছে।

আহত হয় কমেও ছয়জন। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক। আৰক্ষীয়ে জনোৱা মতে, ফতেহপুৰত আৰু ১৬ জন লোক আহত হৈছে। নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী মহিলা। প্ৰশাসনৰ সূত্ৰ অনুসৰি, আন জিলাতো ধূলিৰ ধুমুহাৰ খবৰ পোৱা গৈছে।

ধুমুহা বতাহৰ ফলত গছ উভালি পৰাৰ বাবে বহু লোক আহত হৈছে। এনে পৰিস্থিতিত জিলাসমূহৰ আৰক্ষী প্ৰশাসনক সজাগ হৈ থাকিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে। শস্যৰ ক্ষতিৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে।

Tags: ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যুধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ
Share4Tweet3Send

Related Posts

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

by Staff Reporter
May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

by Staff Reporter
May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

by Staff Reporter
May 14, 2026
50
ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ
National-International

ভূটান চৰকাৰ, বিশ্ব বেংকৰ যুগান্তকাৰী ডৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প, ৫১৫ মিলিয়ন ডলাৰৰ বিত্তীয় চুক্তিত স্বাক্ষৰ

by Staff Reporter
May 14, 2026
50
Centre to ban sugar export I মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চেনিৰ ৰপ্তানি বন্ধ কৰাৰ চিন্তা কেন্দ্ৰৰ
National-International

‎যুদ্ধৰ পৰিপ্ৰেক্ষিতত চেনীৰ মূল্যত জুই লগাৰ সম্ভাৱনা ‎ ‎

by Staff Reporter
May 14, 2026
50
‎প্ৰতিদ্বন্দ্বিতা নহয়, একেলগে কাম হওক I বৈঠকত ট্ৰাম্পক ক’লে জিনপিঙে
National-International

‎প্ৰতিদ্বন্দ্বিতা নহয়, একেলগে কাম হওক I বৈঠকত ট্ৰাম্পক ক’লে জিনপিঙে

by Staff Reporter
May 14, 2026
50
ADVERTISEMENT
Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ
National-International

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
50
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু
National-International

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
50
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ
National-International

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026
50
PM Modi : সোমনাথ মন্দিৰৰ পৰাও নেহৰুক পোনপটীয়াকৈ আক্ৰমণ মোদীৰ
National-International

PM Modi । কয়লা ভিত্তিক গেছ উৎপাদনত গুৰুত্ব চৰকাৰৰ, ৩৭,৫০০ কোটিৰ প্ৰকল্পত সেউজ সংকেত

May 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

Kerala new CM I ১০ দিনীয়া নাটকৰ যৱনিকা, কেৰালাৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা কংগ্ৰেছৰ

May 14, 2026
UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

UP hits storm I ধূলিৰ ধুমুহাত বিধ্বস্ত উত্তৰ প্ৰদেশ, ধুমুহা-বজ্ৰপাতত এদিনতে ৩৩ জনৰ মৃত্যু

May 14, 2026
Minor Rape Case : পথৰ পৰা উঠাই নি নাবালিকাক দলবদ্ধ ধৰ্ষণ, ৮ অভিযুক্তৰ ৩ জনক গ্ৰেপ্তাৰ

Delhi rape case । দিল্লীত পুনৰ বাছৰ ভিতৰত দলবদ্ধ ধৰ্ষণৰ বলি মহিলা; দুই অভিযুক্তক গ্ৰেপ্তাৰ, বাছ জব্দ

May 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx