ASSAM TIMES POST
গুৱাহাটীঃ হাতীগাওঁত জ্বলিল দুচকীয়া বাহন। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি। চৰকাৰী শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিবলৈ যোৱা যাত্ৰীবাহী এ এচ টি চি বাছত প্ৰতিবাদকাৰীৰ আক্ৰমণ। প্ৰতিবাদকাৰীয়ে সম্পূৰ্ণ মহানগৰৰ জীৱন যাত্ৰা ব্যাহত কৰাত সম্পূৰ্ণ সফল।












