ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Kisi ka bhai ki kisi ki ki Jaan I ইখনৰ পিছত সিখন ছবি ব্যৰ্থ বক্স অফিচত, ভাগ্যৰ চাকৰি ঘূৰাবলৈ কাৰ শৰণাপন্ন ছলমান?

নিউজ ডেস্কঃ

News Desk by News Desk
July 5, 2023
Reading Time: 1 min read
A A
0
Kisi ka bhai ki kisi ki ki Jaan I ইখনৰ পিছত সিখন ছবি ব্যৰ্থ বক্স অফিচত, ভাগ্যৰ চাকৰি ঘূৰাবলৈ কাৰ শৰণাপন্ন ছলমান?

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

ব্যৱসায়িক ছবিৰ জৰিয়তে বক্স অফিচত কামবেক কৰিব বিচাৰিছিল ছলমান খানে (Salman Khan)। কিন্তু তেনে নহ’ল। চলিত বৰ্ষত মুক্তি পোৱা ‘কিছি কা ভাই কিছি কি জান’ (Kisi ka bhai ki kisi ki Jaan) ছবিখন বক্স অফিচত ব্যৰ্থ (Failed at the box office) হয়। ছবিখনত বেনজিৰৰ লগতে বহু নতুন অভিনেতা-অভিনেত্ৰীও বলিউডত ভৰি দিয়ে। ইয়াৰ পূৰ্বে ‘ৰাধে’, ‘অণ্টিম : দ্য ফাইনেল ট্ৰুথ’ ছবিখনে বক্স অফিচত একেবাৰেই কাম কৰা নাছিল।

ইখনৰ পিছত সিখন ছবিৰ বিফলতাৰ পিছত এইবাৰ ধৈৰ্য হেৰুৱাই পেলাইছে ছলমানে। খবৰ অনুযায়ী, ভাগ্য ঘূৰাই পাবলৈ ভাইজানে এইবাৰ এজন পুৰণি বন্ধুৰ সৈতে যোগাযোগ  কৰিছে।তেওঁ হৈছে সঞ্জয় লীলা বাঞ্চালী। বলীউডৰ অন্যতম শ্ৰেষ্ঠ ছবি নিৰ্মাতা। বাঞ্চালীয়ে ছলমানৰ সৈতে আগতেও কাম কৰিছে। নব্বৈৰ দশকৰ জনপ্ৰিয় ছবি ‘হম দিল দে চুকে সনম’ত বাঞ্চালী আৰু ছলমানে একেলগে কাম কৰিছিল। বক্স অফিচৰ সফলতাৰ উপৰি ছবিখনে দৰ্শকৰ হৃদয় আকৰ্ষণ কৰিছিল। তেতিয়াৰ পৰাই অনুৰাগীসকলে পুনৰ পৰ্দাত বাঞ্চালী-ছলমান যুটিটো চাবলৈ আগ্ৰহী হৈ পৰে।

ছলমান
ইখনৰ পিছত সিখন ছবি ব্যৰ্থ বক্স অফিচত, ভাগ্যৰ চাকৰি ঘূৰাবলৈ কাৰ শৰণাপন্ন ছলমান?

সেই কথা ভাবিয়ে ২০১৯ চনৰ মাজভাগত ‘ইনছাল্লাহ’ ছবিখন ঘোষণা কৰা হʼল। ছবিখনত ছলমান আৰু আলিয়া ভাটে ইজনে সিজনৰ বিপৰীতে যুটি হিচাপে কাম কৰাৰ কথা আছিল। ছলমানৰ পৰম্পৰা অনুসৰণ কৰি ‘ইনছাল্লাহ’ মুক্তিৰ কথা আছিল ২০২০ চনৰ ঈদত। সকলো ঠিকে-ঠাকে থকাৰ পিছতো ছবিখন নিৰ্মাণ কৰা নহʼল। কিন্তু এতিয়া খবৰটো হʼল যে মূলসুঁতিৰ বাণিজ্যিক ছবি ইখনৰ পিছত সিখন বিফল হোৱাৰ পাছত এইবাৰ বাঞ্চালীৰ সৈতে ‘ইনছাল্লাহ’ত কাম কৰিবলৈ আগ্ৰহী ছলমান।

বাঞ্চালীয়ে ‘ইনছাল্লাহ’ ছবিখনৰ জৰিয়তে দৰ্শকৰ আগত এটা প্ৰেম কাহিনী দাঙি ধৰিব বিচাৰিছিল। কেইবছৰমান আগতে ছলমানে এই ছবিখনৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰা নাছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা ছলমানে যি ধৰণৰ ছবিত কাম কৰি আহিছে, সেই ধৰণৰ ছবি সফল হোৱা নাই। ফ্লপৰ হেট্ৰিকৰ পিছত এইবাৰ ভাগ্য ঘূৰাই পাবলৈ উঠি-পৰি লাগিল ভাইজান। লগতে তেওঁ নিজৰ কেৰিয়াৰৰ লগত আপোচ কৰিব নিবিচাৰে। বাঞ্চালীৰ সংস্পৰ্শত থাকিলেও ‘ইনছাল্লাহ’ হʼব নে নহয় সেই সম্পৰ্কে অৱশ্যে এতিয়াও অনিশ্চয়তা আছে।

Tags: SalmanKhanছলমানখান
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ
National-International

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

June 2, 2026
50
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে
Sports News

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026
50
Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা
National-International

Vande Mataram : থিয় হোৱাৰ প্ৰয়োজন নাই, বন্দে মাতৰমক লৈ এইবাৰ বিতৰ্কত চিপিএম নেতা

June 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

US-Iran war ceasefire : ‘এতিয়াও যুদ্ধ শেষ হোৱা নাই’ : যুদ্ধবিৰতিত সন্মত হ’লেও হুংকাৰ মোজতাবাৰ

Iran crisis । হৰমুজৰ দৰে অৱৰোধ কৰিব আন এটা প্ৰণালী, ইৰাণৰ পুনৰ সকীয়নি

June 2, 2026
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

June 2, 2026
Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

Vaibhav Sooryavanshi : ৭০০ ৰাণ কৰিবই লাগিব, এইবাৰ আই পি এল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

June 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx