ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Narendra Modi US Visit I ভিছাক লৈ আলোচনা হ’ব মোডী আৰু বাইডেনৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 16, 2023
Reading Time: 1 min read
A A
0
Narendra Modi US Visit I ভিছাক লৈ আলোচনা হ’ব মোডী আৰু বাইডেনৰ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (PM Narendra Modi) আগন্তুক আমেৰিকা ভ্ৰমণত উচ্চপ্ৰযুক্তি আৰু প্ৰতিৰক্ষা খণ্ডক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হʼব। ইয়াৰ উপৰি ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলে আমেৰিকা ভ্ৰমণৰ বাবে ভিছাৰ বাবে দীৰ্ঘদিনীয়া অপেক্ষা হ্ৰাস কৰাটোও দ্বিপাক্ষিক সন্মিলনত সমানে গুৰুত্ব দিয়া হʼব। ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে মোডীৰ ভ্ৰমণৰ পূৰ্বে এক সাক্ষাৎকাৰত এই কথা কয়।

Joe Biden & Narendr Modi
Visa applications from India ‘top priority’:

আনহাতে, ভাৰতে দেশখনৰ পৰা তিনি বিলিয়ন ডলাৰৰ ৩০ খন আক্ৰমণাত্মক ড্ৰোন ক্ৰয় কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং নেতৃত্বাধীন প্ৰতিৰক্ষা সঁজুলি ক্ৰয় পৰিষদে আজি বিষয়টোত ছীল-মোহৰ মাৰে। ইয়াৰ পিছত ফাইলটো নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অনুমোদন জনাব। সূত্ৰ অনুসৰি, মোডী আমেৰিকালৈ যোৱাৰ পূৰ্বে এই অনুমোদন আহিব। ইয়াৰ উপৰি ভাৰতে আমেৰিকাৰ পৰা সামুদ্ৰিক টহলৰ বাবে নিৰ্মিত এখন ড্ৰোন (Sea Guardian) লিজত লৈছিল। অহা বছৰৰ জানুৱাৰী মাহত তাৰ কাৰ্যকাল শেষ হʼব। এই ভ্ৰমণৰ সময়ত সেই সময়সীমা বৃদ্ধিৰ ক্ষেত্ৰতো এক চুক্তিত উপনীত হোৱাৰ সম্ভাৱনা আছে।

২২ জুনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰিব মোডীয়ে। সেইদিনা আমেৰিকাৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনতো ভাষণ দিব। আজি গাৰ্চেট্টীয়ে কয়, “সামৰিক ক্ষেত্ৰত ভাৰতৰ সৈতে সহযোগিতা গভীৰ কৰাৰ পথত আমি আগবাঢ়িছো। প্ৰতিৰক্ষা উৎপাদন হওক, প্ৰযুক্তি হওক বা প্ৰশিক্ষণ হওক; এই সকলোবোৰে অশুভ শক্তিৰ প্ৰতিকাৰক শক্তিশালী কৰিব।

ইয়াৰ দ্বাৰা ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আমাৰ প্ৰতিৰক্ষা ব্যৱস্থাও শক্তিশালী হʼব।” চীনৰ বিষয়টোৰ সন্দৰ্ভত ৰাষ্ট্ৰদূতগৰাকীয়ে কয়, “আমি ভাবো ভাৰত-আমেৰিকাৰ সম্পৰ্ক কোনো তৃতীয় দেশৰ ওপৰত নিৰ্ভৰশীল নহয়। আমি এইটোও জানো যে ভাৰতে চীনৰ সৈতে শান্তিপূৰ্ণ সম্পৰ্ক বিচাৰে। আমিও সেইটো বিচাৰো।”

ইয়াৰ পিছত তেওঁ কয় যে ভাৰত আৰু আমেৰিকাই আৱশ্যকতাৰ সময়ত ইজনে সিজনৰ কাষত থিয় দিয়ে। মোডীৰ এই ভ্ৰমণক ‘ঐতিহাসিক’ বুলি অভিহিত কৰি গাৰ্চেট্টিয়ে কয় যে পৰিৱেশ আৰু শিক্ষাৰ ক্ষেত্ৰতো কেইবাখনো চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।

Tags: Narendra Modi
Share4Tweet3Send

Related Posts

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

by Staff Reporter
June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

by Staff Reporter
June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

by Staff Reporter
June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

by News Desk
June 24, 2026
50
Whatsapp new head : ডেলিভাৰী ব্যৱসায়ৰ পৰা ৱাটছএপৰ নতুন মুৰব্বী, কুনালৰ জীৱন কাহিনী শুনি আপুনিও আচৰিত হ’ব

Rain hits Mumbai : ২৪ ঘণ্টাত ৩০০ মিলিমিটাৰ বৰষুণ; বান-ধুমুহাত বিধ্বস্ত ৰূপ দেশৰ বাণিজ্যিক মহানগৰীত

ADVERTISEMENT
NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ
National-International

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
50
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক
National-International

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
50
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা
National-International

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

June 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET Paper leak : অতীতৰ পৰা শিক্ষা লোৱা নাই, এনটিএৰ পৰা উত্তৰ তলৱ উচ্চতম ন্যায়ালয়ৰ

NEET paper leak I নীট প্ৰশ্নকাকত ফাদিলত অৱশেষত ভুল স্বীকাৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

June 25, 2026
Strait of Hazmuz : হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ৬০খন দেশৰ বৈঠক

Strait of Hormuz I আমেৰিকা-ইৰাণ চুক্তিৰ পিছত হৰমুজ পাৰ হৈছে ভাৰত অভিমুখী ১১ জাহাজ, ২৬ খন অপেক্ষাৰত

June 25, 2026
Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

Venezuela earthquake I ৭ প্ৰাবল্যৰ দুটা ভূমিকম্পই ধ্বংস কৰিলে ভেনিজুৱেলাৰ ৰাজধানীৰ একাংশ, বহু মৃত্যুৰ আশংকা

June 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT