ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Adipurush | “আদিপুৰুষ” ৰ আগতীয়া বুকিঙে ভাঙিব পাৰে বহু ৰেকৰ্ডঃ

মনোৰঞ্জনঃ

Staff Reporter by Staff Reporter
June 13, 2023
Reading Time: 1 min read
A A
0
Adipurush | “আদিপুৰুষ” ৰ আগতীয়া বুকিঙে ভাঙিব পাৰে বহু ৰেকৰ্ডঃ

logo new 2 1 1 4 1 3 1 3 | ASSAM TIMES POST

RELATED POSTS

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

জনপ্ৰিয় অভিনেতা প্ৰভাস (Prabhash) অভিনীত “আদিপুৰুষ’ (Adipurush) চলিত বৰ্ষত মুক্তিপাবলগীয়া এনে এখন ছবি যাৰ বাবে দৰ্শক বিগত বহু সময়ৰ পৰা অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। ‘তানাজী’ ৰ দৰে এখন হিট ছবি নিৰ্মাণ কৰা পৰিচালক ওম ৰাউতে (Om Raut) চিনেমাৰ আধুনিক প্ৰযুক্তিৰে প্ৰভু শ্ৰীৰামৰ জীৱনগাঁথাক ৰূপালী পৰ্দালৈ লৈ আনিছে। অজয় দেৱগন (Ajay Devgan) অভিনীত ‘তানাজী’ পৰিচালক ওম ৰাউতৰ প্ৰথম খন ছবি আছিল। প্ৰথম হ’লেও ছবিখনত তেওঁ প্ৰমাণ কৰিছিল যে তেওঁৰ এক বিশাল দৃষ্টিশক্তি আৰু দৃঢ় প্ৰযুক্তিক পৰ্দালৈ লৈ অনাৰ সম্পূৰ্ণ ক্ষমতা আছে।

Adipurush
Adipurush Advanced ticket booking ensure good opening

ওম ৰাউতে ‘আদিপুৰুষ’ ছবিখনৰ ঘোষণা কৰাৰ পিছৰে পৰা অনুৰাগীসকলে ৰামায়ণৰ কাহিনীভাগক তেওঁৰ বিশাল দৃষ্টিত চাবলৈ আগ্ৰহী আছিল। ইয়াৰোপৰি, প্ৰভু শ্ৰীৰামৰ ওপৰত আধাৰিত চৰিত্ৰটোত প্ৰভাস অভিনীত বুলি জানিবলৈ পাৰি দৰ্শক সকল আৰু অধিক উৎসাহিত হৈ পৰিছে। ছবিখনৰ নতুন টিজাৰ আৰু একচন ট্ৰেইলাৰে জনপ্ৰিয়তা বুটলিছে। ছবিখনৰ বাবে আগতীয়া বুকিং বিগত দেওবাৰৰ পৰা আৰম্ভ হৈছে। প্ৰাৰম্ভিক প্ৰৱণতাই কৈছে যে যিকোনো ক্ষেত্ৰতে ‘আদিপুৰুষ’ ক আটাইতকৈ ডাঙৰ চলচ্চিত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। 

প্ৰভাস, কৃতি সেনন আৰু চনী সিং ইত্যাদি বহুলভাৱে সমাদৃত অভিনেতা-অভিনেত্ৰী অভিনীত ‘আদিপুৰুষ’ ৰ নিৰ্মাতাসকলে ১১ জুন, দেওবাৰৰ পৰা আনুষ্ঠানিকভাৱে আগতীয়া বুকিং আৰম্ভ কৰে। প্ৰতিবেদন অনুসৰি প্ৰথম দিনাৰ পৰাই ছবিখনৰ অনলাইন টিকট বুকিং ট্ৰেক কৰা প্লেটফৰ্ম চাকনিলকৰ মতে, ‘আদিপুৰুষ’ ৰ প্ৰথম দিনটোত দেওবাৰৰ নিশালৈকে ৫৬,০০০ তকৈও অধিক টিকট আগতীয়াকৈ বুক কৰা হৈছে। প্ৰতিবেদন অনুসৰি ছবিখনৰ বাবে বুক কৰা ২৫,০০০ তকৈও অধিক টিকট মাত্ৰ তিনিটা মুখ্য ছবিগৃহৰ দ্বাৰা বিক্ৰী কৰা হৈছিল, যিকেইটা হৈছে ক্ৰমে পিভিআৰ, আইএনঅ’এক্স আৰু চিনেপলিছ’। অহা ১৬ জুন তাৰিখে ছবিখন মুক্তি লাভ কৰিব ছবিগৃহত।

Tags: Adipurush
Share4Tweet3Send

Related Posts

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে
Entertainment

Jaya & Amitabh : জয়াৰ সৈতে ৫০ বছৰ অমিতাভৰ, সুখী দাম্পত্য জীৱনৰ ৰহস্য মুকলি কৰিলে বিগ বিয়ে

by News Desk
January 19, 2026
50
Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ
Entertainment

Actor Danish controversial remarks : চাৰিবাৰ বিয়া কৰাই ‘গৌৰৱ’ কৰা পাক অভিনেতা দানিশক তীব্ৰ আক্ৰমণ

by News Desk
March 21, 2025
50
Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ
Entertainment

Aliya Bhat pregnancy news : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভাট! দ্বিতীয় সন্তান সন্দৰ্ভত ইংগিত ৰণবীৰ কাপুৰৰ

by News Desk
March 21, 2025
50
Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে
Entertainment

Pushpa 2 incident : পুষ্পা ২ৰ পদপিষ্ট ঘটনাৰ প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে

by News Desk
January 2, 2025
50
Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ
Entertainment

Allu Arjun Arrested : আল্লু অৰ্জুনক গ্ৰেপ্তাৰৰ পিছতে অভিযোগ উটাই লোৱাৰ ঘোষণা ভুক্তভোগীৰ স্বামীৰ

by News Desk
December 13, 2024
50
Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন
Entertainment

Allu Arjun Arrested : ‘পুষ্পা ২’ প্ৰিমিয়াৰত পদপিষ্টৰ ঘটনাত গ্ৰেপ্তাৰ আল্লু অৰ্জুন

by News Desk
December 13, 2024
50
ADVERTISEMENT
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
50
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ
National-International

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

June 2, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

June 2, 2026
NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

NEET UG Paer leak case : নীট প্ৰশ্নকাকত ফাদিল গোচৰত গ্ৰেপ্তাৰ হোৱা অধ্যাপকৰ ঘৰত বুলড’জাৰ

June 2, 2026
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

June 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx