ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Karnataka govt formation I সিদ্দাৰমাইয়া-শিৱকুমাৰ, শপত গ্ৰহণলৈ আমন্ত্ৰণ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী-বিৰোধী নেতাক

নিউজ ডেস্কঃ

News Desk by News Desk
May 19, 2023
Reading Time: 1 min read
A A
0
Karnataka govt formation I সিদ্দাৰমাইয়া-শিৱকুমাৰ, শপত গ্ৰহণলৈ আমন্ত্ৰণ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী-বিৰোধী নেতাক

logo new 2 1 1 4 1 3 1 4 | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

অৱশেষত জল্পনা-কল্পনাৰ অন্ত পৰিল। কৰ্ণাটকে (Karnataka) লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী (New Chief Minister)। ডি কে শিৱকুমাৰে ৰাহুলৰ মধ্যস্থতাত উপ-মুখ্যমন্ত্ৰীৰ পদত বহিবলৈ সন্মত হয়। আনহাতে, কংগ্ৰেছে কৰ্ণাটকত পুনৰ মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰমাইয়াৰ (Chief Minister Siddaramaiah again) কান্ধত দায়িত্ব ভাৰ অৰ্পণ কৰিছে। ৰাজ্যখনৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীয়ে অহা ২০ মেʼত অৰ্থাৎ শনিবাৰে বাংগালুৰুত শপত (Oath in Bengaluru on Saturday) গ্ৰহণ কৰিব। Karnataka

                                               Karnataka govt formation:

তেওঁলোকৰ শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰিত অতিথি তালিকাক লৈ বৰ্তমান জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।জানিব পৰা মতে, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী, লগতে বিৰোধী দলৰ নেতাক আমন্ত্ৰণ জনোৱা হৈছে। ইতিমধ্যেই জনা গৈছিল যে মুখ্যমন্ত্ৰী-উপ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছে একে বিচাৰ ধাৰাৰ দলক নিমন্ত্ৰণ কৰিব। যদিও এই অনুষ্ঠানলৈ কোন‌ কোন মন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে সেয়া এতিয়াও সঠিকভাৱে স্পষ্ট হোৱা নাই, তথাপিও অৱগত সূত্ৰৰ মতে, ২০১৮ চনৰ কুমাৰস্বামীৰ শপত গ্ৰহণ অনুষ্ঠানৰ দৰেই আন ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিৰোধী দলৰ নেতাসকলেও সিদ্দাৰমাইয়া-শিৱকুমাৰ শপতগ্ৰহণত অংশগ্ৰহণ কৰিব ।

ইফালে হাত শিবিৰৰ উদ্যোগত দিল্লীত কেবিনেট গঠন সন্দৰ্ভত এখন বৈঠকৰ আয়োজন কৰা হৈছে। জানিব পৰা মতে, দিল্লীত অনুষ্ঠিত হʼবলগীয়া বৈঠকত শিৱকুমাৰ-সিদ্দাৰমাইয়াই বহিব। জানিব পৰা মতে, শপত গ্ৰহণৰ সময়ত ২০ গৰাকী মন্ত্ৰীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হʼব।

Tags: SiddaramaiahSwearing-inশপত গ্ৰহণসিদ্দাৰমাইয়া
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

August 9, 2026
50
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT