KARBI ANGLONG

Karbi Anglong News - Daily News and Latest Happenings from Karbi Anglong  

# নগাঁৱৰ ৰাইদঙীয়াত পুত্ৰৰ  প্ৰহাৰত মৃতপ্ৰায় মাতৃ

পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত শোক দিৱস পালন

ASSAM TIMES POST পশ্চিম কাৰ্বি আংলং: পশ্চিম কাৰ্বি আংলঙৰ ছাৰচিম-প্ৰিচেকত শোক দিৱস পালন। ২০০৫ চনৰ ১৭ অক্টোবৰত সংঘটিত গণহত্যাত অচিনাক্ত...

বৰলেঙেৰীত অস্ত্ৰধাৰী ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি লুটি নিলে ৪ লাখ টকাঃ ঘটনাস্থলীত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া

বৰলেঙেৰীত অস্ত্ৰধাৰী ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি লুটি নিলে ৪ লাখ টকাঃ ঘটনাস্থলীত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া

ASSAM TIMES POST ডিফুঃ বোকাজান মহকুমাৰ বৰলেঙৰীত যোৱা নিশা অস্ত্ৰধাৰী ডকাইতৰ দলৰ ডকাইতি কাণ্ডৰ পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷...

ডিফুত উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

ডিফুত উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সঞ্চালক কাৰ্যালয়ৰ আধাৰশিলা স্থাপন

ASSAM TIMES POST ডিফু: আজি পুৱা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত কাৰ্যালয় নিৰ্মাণৰ আধাৰশিলা...

হিলছ মেডিকেল কলেজ নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা সভা

কাৰবি আংলঙত কৰ্ম -সংস্কৃতিক প্ৰতিষ্ঠিত কৰিবলৈ নিৰ্মাণ শ্ৰমিক সকলক তুলিৰাম ৰংহাঙৰ আৰ্থিক সাহায্য প্ৰদান

ASSAM TIMES POST ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলত বন্ধ সংস্কৃতি পৰিহাৰ কৰি কৰ্ম সংস্কৃতিক আকোঁৱালি লবলৈ সভা- সমিতিত সততে আহ্বান...

হিলছ মেডিকেল কলেজ নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা সভা

হিলছ মেডিকেল কলেজ নিৰ্মাণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা সভা

ASSAM TIMES POST ডিফুঃ মঙলবাৰে সন্ধিয়া ডিফুত নিৰ্মিয়মান হিলছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ নিৰ্মান সংক্ৰান্তীয় এক পৰ্যালোচনা সভা অনুষ্ঠিত...

স্বচ্ছতাৰ আলমলৈ কাৰ্বি আংলঙৰ পৰা কংগ্ৰেছৰ দুৰ্নীতি আতৰোৱাই হ’ল বিজেপিৰ সংকল্প-সাংসদ হৰেণছিং বে’

স্বচ্ছতাৰ আলমলৈ কাৰ্বি আংলঙৰ পৰা কংগ্ৰেছৰ দুৰ্নীতি আতৰোৱাই হ’ল বিজেপিৰ সংকল্প-সাংসদ হৰেণছিং বে’

ASSAM TIMES POST ডিফুঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি...

নগাঁৱৰ মধুপুৰ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত নিচাযুক্ত ঔষধৰ খালি বাকচ উদ্ধাৰক লৈ প্ৰতিক্ৰিয়াঃ বন্ধ স্কুলত ড্ৰাগছৰ আড্ডা চলাই ড্ৰাগছ মাফিয়াই

ডিফু হিল’ছ মেডিকেল কলেজৰ কাম-কাজ পৰ্যবেক্ষণ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ সহ সাংসদ হৰেণছিং বে’ৰ

 ASSAM TIMES POST ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত নিৰ্মিয়মান হিল'ছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ কাম-কাজ পৰ্যবেক্ষণ...

অস্ত্ৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কাৰ্বি আংলং চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছা

অস্ত্ৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কাৰ্বি আংলং চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছা

ASSAM TIMES POST ছাইদুল ইছলাম, ডিফু: অস্ত্ৰ আইনৰ অধীনত আজি গ্ৰেপ্তাৰ হৈছে কাৰবি আংলঙ চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ আগষ্টিন ক্ৰামছা...

ভোটাৰ আইডি কাৰ্ডৰ অনলাইন ভেৰিফিকেচনৰ সময়সীমা ১৮ নৱেম্বৰলৈ বৃদ্ধি

ডিফুত বোৱাৰী হত্যাকাৰী ঘাতক শশুৰ গ্ৰেপ্তাৰ,হত্যাকাৰী শশুৰক জেল হাজোতলৈ প্ৰেৰণ

ASSAM TIMES POST ডিফু: শাৰদীয় দুৰ্গা পূজাৰ আনন্দ, উল্লাসৰ মাজতে যোৱা ৪ অক্টোবৰত ডিফুত শশুৰেকে দাৰে ঘপিয়াই প্ৰাণ লৈছিল আপোন...

Page 344 of 362 1 343 344 345 362
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist