ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বচ্ছতাৰ আলমলৈ কাৰ্বি আংলঙৰ পৰা কংগ্ৰেছৰ দুৰ্নীতি আতৰোৱাই হ’ল বিজেপিৰ সংকল্প-সাংসদ হৰেণছিং বে’

ASSAM TIMES POST by ASSAM TIMES POST
October 15, 2019
Reading Time: 1 min read
A A
0

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি পাহাৰীয়া জিলা কাৰ্বি আংলঙতো আজিৰ পৰা জিলা বিজেপিৰ উদ্যোগত গান্ধী সংকল্প যাত্ৰাৰ শুভাৰম্ভ হয়৷

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

a005414b f5d5 49da b48e 7d60101a1b36 | ASSAM TIMES POST

আজি পুৱা ডিফুস্থিত গান্ধী পাৰ্কৰ পৰাই শুভাৰম্ভ হয় গান্ধী সংকল্প যাত্ৰাৰ ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে’ আৰু কাৰ্বি আংলঙ বিজেপিৰ সভাপতি ৰতন টেৰণৰ নেতৃত্বত প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙ, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি ,পৰিষদৰ কেউগৰাকী ইএম, এমএচি, বিজেপি কৰ্মী সকলে মাৰ্জিত সাজ-পোছাক পৰিধান কৰি গান্ধী সংকল্প যাত্ৰাত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

e8e1b073 e37c 4310 aae9 42d82862e433 | ASSAM TIMES POST

এই সংকল্প যাত্ৰা কাৰবি আংলং, পশ্ছিম কাৰ্বি আংলঙ আৰু ডিমা হাচাওতো সামৰি লোৱা হব৷ আজি লুম্বাজং আৰু ধনশিৰি সমষ্টি গান্ধী সংকল্প পদযাত্ৰাত শতাধিক লোকে অংশ গ্ৰহণ কৰে ৷ এই উপলক্ষে ডিফুৰ বিৰলা আৰু মাঞ্জাৰ মহংদিজুৱাত এখনকৈ সভাও অনুষ্ঠিত হয় ৷ সভাত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, কাৰ্বি আংলঙ বিজেপিৰ সভাপতি ৰতন টেৰণ, প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙ আৰু সাংসদ হৰেণছিং বে’ বহুমূলীয়া ভাষা প্ৰদান কৰি মহাত্মা গান্ধীৰ কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰে৷

69faa076 7d7d 4b9d bb1a f6a5dcd70526 | ASSAM TIMES POST

সাংসদ হৰেণছিং বে’ই ভাষণ প্ৰসংগত কয় যে, ভাৰত বৰ্ষত বহু ধৰ্মালম্বী লোক থকাৰ পিছতো জাতিৰ পিতা মহাত্মা গান্ধীয়ে ‘অহিংসাই পৰম ধৰ্ম’ক আকোঁৱালি লৈ ৰাম ৰাজ্য প্ৰৱৰ্তন কৰাৰ দৰে জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশত স্বচ্ছতাৰ জোৱাৰ আনি ‘সবকা সাথ সবকা বিকাশ’ নীতি অৱলম্বন কৰি দেশত আমুল পৰিৱৰ্তন আনিছে৷

aa9e8d95 4411 4f37 9cc3 1c09b6dbacbd | ASSAM TIMES POST

আনহাতে গান্ধী সংকল্প যাত্ৰাৰ জৰিয়তে দেশৰ পৰা অপসংস্কৃতি আৰু প্লাষ্টিক ব্যৱহাৰ ৰোধ কৰাৰ বাবে সকলেকে সংকল্পবদ্ধ হোৱাৰ বাবে আহ্বান জনায়৷ আনহাতে তিনি পাৰ্বত্য জিলাৰ পৰা কংগ্ৰেছৰ দুৰ্নীতি নাশ কৰি উন্নয়ণৰ জৰিয়তে পৰিৱৰ্তন আনিবলৈ আজিৰ ‘গান্ধী সংকল্প’ পদযাত্ৰাৰ সংকল্পবদ্ধ বুলি সাংসদ গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

Tags: FeaturedFeatured2karbi anglong
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx