ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

নিউজ ডেস্কঃ

News Desk by News Desk
June 26, 2026
Reading Time: 1 min read
A A
0
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

RELATED POSTS

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

New Logo Smal 3 | ASSAM TIMES POST

উত্তৰ প্ৰদেশৰ অযোধ্যাৰ ৰাম মন্দিৰ (Ram Temple of Ayodhya)ত ভক্তসকলে দান কৰা কোটি কোটি টকাৰ নগদ ধন আৰু মূল্যৱান সামগ্ৰী (গহনা আৰু ৰত্ন) চুৰি (Theft of money and valuable items) কৰা আঠজন অভিযুক্তক গ্ৰেপ্তাৰ (Eight accused arrested) কৰাৰ পিছতে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ (Shri Ram Janmabhoomi Pilgrimage Trust) সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ (Resignation from the position of General Secretary) কৰিছে চম্পত ৰায়ে (Champat Roy)। ইয়াৰ লগতে অনিল মিশ্ৰই তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য (ট্ৰাষ্টী) পদৰ পৰা পদত্যাগ কৰিছে।

চম্পতৰ ঘনিষ্ঠ এক সূত্ৰই শুকুৰবাৰে জনোৱা মতে, এনে অভিযোগ উত্থাপন হ’লে পদৰ পৰা আঁতৰি থকাটোৱেই উত্তম। লক্ষ্য হৈছে স্বতন্ত্ৰ আৰু নিৰপেক্ষ তদন্ত নিশ্চিত কৰা। আনহাতে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শুকুৰবাৰে আঠজন অভিযুক্তক গ্ৰেপ্তাৰ সন্দৰ্ভত কয়, “ভক্তৰ বিশ্বাসৰ সৈতে খেলা কৰাটো সহ্য কৰা নহ’ব। সনাতন ধৰ্মৰ মূল্যবোধৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি মানি চলিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”

up | ASSAM TIMES POST
দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

উল্লেখ্য যে ‘শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্ট’ত জমা হোৱা প্ৰণামীক লৈ অনিয়মৰ অভিযোগৰ তদন্তৰ পৰ্যায় সম্পূৰ্ণ কৰাৰ পিছত মঙলবাৰে তিনিজনীয়া বিশেষ তদন্তকাৰী দলটোৱে প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পিছত এছআইটিৰ পৰামৰ্শ অনুসৰি বৃহস্পতিবাৰে শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ হৈ ৮ জন লোকৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে অন্যতম ট্ৰাষ্টী কৃষ্ণ মোহনে। তাৰ আধাৰত আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি সেই নিশাই আঠজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ইয়াৰ ভিতৰত ৰামশংকৰ যাদৱ ওৰফে তিন্নু, লৱকুশ মিশ্ৰ আৰু অনুকল্প মিশ্ৰ আছে। মন্দিৰত চান্দা হিচাপে পোৱা নগদ ধন আৰু মূল্যৱান সামগ্ৰী গণনা আৰু লিপিবদ্ধ কৰাৰ কামত লৱকুশ আৰু অনুকল্প জড়িত আছিল। আনহাতে, ৰামশংকৰ পূৰ্বে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পতৰ চালক আছিল আৰু ২০২২ চনৰ পৰা মন্দিৰ নিৰ্মাণ আৰু পৰৱৰ্তী পৰিচালনাৰ কামত জড়িত আছিল।

ইয়াৰ উপৰি গ্ৰেপ্তাৰ হোৱা লোকৰ তালিকাত অবিনাশ শুক্লা, মনীষ কুমাৰ যাদৱ, কৰুনেশ পাণ্ডে, ৰামশংকৰ মিশ্ৰ আৰু সুভাষ শ্ৰীবাস্তৱ নামৰ তিনিজন অভিযুক্তও আছে। আটক কৰা লোকসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ একাধিক ধাৰাত চুৰি, অপৰাধমূলক আস্থা ভংগ, চুৰি সম্পত্তি লুকুৱাই ৰখা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু উমৈহতীয়া উদ্দেশ্যত যৌথ অপৰাধমূলক ব্যৱস্থা আদি গোচৰ ৰুজু কৰা হৈছে। সূত্ৰ অনুসৰি, এছআইটিৰ প্ৰাৰম্ভিক প্ৰতিবেদনত ১৭ জন লোকক দোষী বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ বাহিৰেও ৰাম মন্দিৰৰ সৈতে জড়িত প্ৰায় ১৫০ গৰাকী সেৱকৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ পিছত তেওঁলোকৰ বহুতৰে ধন-সম্পত্তি কেইবাগুণো বৃদ্ধি পাইছে। মন্দিৰৰ সৈতে জড়িত ফুলকান্ত মিশ্ৰ নামৰ এজন ব্যক্তিৰ নাম সম্পত্তি বৃদ্ধিৰ তালিকাত সন্নিৱিষ্ট হৈছে। ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক তথা ভিএইচপিৰ উপ-সভাপতি চম্পতৰ ঘনিষ্ঠ ব্যক্তি হিচাপে পৰিচিত।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RamMandir
Share4Tweet3Send

Related Posts

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
50
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

by News Desk
September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

by News Desk
September 21, 2026
51
ADVERTISEMENT
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
50
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d