ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

দুগৰাকীকৈ ন-কাৰ্যবাহী সদস্যক ফুলৰ থোপাৰে আদৰণি মুখ্য কাৰ্যবাহীৰ

ASSAM TIMES POST by ASSAM TIMES POST
June 25, 2026
Reading Time: 1 min read
A A
0
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

RELATED POSTS

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

New Logo Smal 4 | ASSAM TIMES POST

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু : আজি কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ চেছন হলত(KAAC) ২৫৪ সংখ্যক এদিনীয়া বিশেষ চমু অধিৱেশন অনুষ্ঠিত হয়৷ ডিফুস্থিত পৰিষদৰ চেছন হলত পুৱা ১০:০৩ বজাত কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ অধ্যক্ষ ৰাজু টিচ্চ’ৰ অধ্যক্ষতাত এই অধিৱেশন অনুষ্ঠিত হয়৷ অধিৱেশন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে৷
কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:
কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:

ইয়াৰে বিশেষ ভাৱে কাৰ্বি জনগোষ্ঠীৰ নিজস্ব যি পৰম্পৰা শাসন ব্যৱস্থা বিল(কাষ্টমাৰী আইন আদালত), কাৰ্বি স্বাযত্ব পৰিষদৰ অধীন থকা শিক্ষা বিভাগৰ প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষা বিভাগলৈ পৰিষদৰ নীতি-নিময়ৰ ব্যৱস্থাৰ বিল, কাৰ্বি পৰিষদৰ কৰ্মচাৰীৰ পেঞ্চন আৰু কৰ বিলৰ ব্যৱস্থা আৰু কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ অধ্যক্ষ-উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী সদস্যকে আদি কৰি পৰিষদৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদ সকলৰ দৰমহা বৃদ্ধিৰ বিল সমূহ আজি এই অধিৱেশনত অনুমোদন জনায়৷

ccf7d075 94b5 4b83 bda8 e1b56dd61bbc | ASSAM TIMES POSTসেই অনুযায়ী কাৰ্বি পৰিষদৰ অধ্যক্ষৰ পূৰ্বৰ দৰমহা ৭০ হাজাৰৰ পৰা এক লাখ দহ হাজাৰলৈ বৃদ্ধি, উপাধ্যক্ষৰ ৬৫ হাজাৰৰ পৰা ১ লাখ ৫ হাজাৰলৈ দৰমহা বৃদ্ধি কৰাৰ সমান্তৰালকৈ মুখ্য কাৰ্যবাহীৰ পূৰ্বৰ ৮০ হাজাৰ টকাৰ পৰিৱৰ্তে ১ লাখ ২০ হাজাৰলৈ বৃদ্ধি কৰোৱাৰ সমানে প্ৰতি গৰাকী কাৰ্যবাহী সদস্যৰ পূৰ্বৰ ৬৫ হাজাৰৰ পৰা ১ লাখ পাঁচ হাজাৰলৈ আৰু এমএচি অৰ্থাৎ পাৰিষদ সকলৰ পূৰ্বৰ ৬০ হাজাৰৰ পৰা ১লাখ টকালৈ দৰমহা বৃদ্ধিৰ বিল আজিৰ এই বিশেষ  চমু অধিৱেশনে অনুমোদন জনায়৷

c45c22a8 ba18 439a a3c6 c7ef86a77ae2 e1782389211461 | ASSAM TIMES POST
কাদম টেৰাঙপী:

অধিৱেশন সুভাৰম্ভৰ পূৰ্বে কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ন-মনোনীত সদস্য দৰছিং ৰংহাঙক কাৰ্বি আংলং জিলা আয়ুক্তৰ দ্বাৰা গোপনীয়তা শপত পাঠ কৰোৱাৰ লগতে দুগৰাকীকৈ ন-কাৰ্যবাহী সদস্য-সদস্যা ক্ৰমে-হেড ছিং ৰংফাৰ আৰু কাদম টেৰাঙপীক ফুলৰ থোপাৰে কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে আদৰণি জনায়৷

94f67168 d9ac 49ef 9db1 04331fe96c59 e1782389280745 | ASSAM TIMES POST
হেড ছিং ৰংফাৰ:

ইপিনে, অধিৱেশনৰ প্ৰথমাৱস্থাত পূৰ্বৰ মুখ্য কাৰ্যবাহী সদস্য তথা পাহাৰীয়া জিলা খনৰ প্ৰথম জন সাংসদৰ উপৰিও ইউনিয়ন ডেপু’টী মিনিষ্টাৰ প্ৰয়াত বীৰেণ ছিং ইংতিৰ চমু আত্ম-জীৱনি আলোকপাত কৰাৰ লগতে অধিৱেশনে এক মিনিট সময়ৰ বাবে মৌনতাৰে জেষ্ঠ নেতা গৰাকীক স্মৰণ কৰে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্বি আংলং স্বাযত্ব পৰিষদ
Share4Tweet3Send

Related Posts

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

by News Desk
August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

by ASSAM TIMES POST
August 25, 2026
57
Road accident : স্বাধীনতা দিৱসত অংশগ্ৰহণ কৰিবলৈ গৈ নিহত ছাত্র, আহত দুই ছাত্রী
KARBI ANGLONG

Karbi Anglong Road Accident: Shocking, Sad Two Youths Dead 

by ASSAM TIMES POST
August 25, 2026
56
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

by News Desk
August 22, 2026
61
Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ
KARBI ANGLONG

Robotics training : খেৰণিৰ হাৱাইপুৰত কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰব’টিকছ প্ৰশিক্ষণ

by News Desk
August 21, 2026
65
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

by News Desk
August 19, 2026
60
ADVERTISEMENT
KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল
KARBI ANGLONG

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
55
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
57
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister
NORTHEAST

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026
53
Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ
Political

Supreme court : তৃণমূল কংগ্ৰেছৰ সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ,অযোগ্য হ’ব পাৰে ২০ বিদ্ৰোহী সাংসদ

August 25, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

KSA and ASDC memorandum : কাৰ্বি আংলঙত শিক্ষানুষ্ঠানৰ সমীপত এনাৰ্জী ড্ৰিংকছ বিক্ৰীত নিষেধাজ্ঞা বিচাৰি স্মাৰক-পত্ৰ দাখিল

August 25, 2026
83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

83rd Balidaan Diwas : ৮৩ সংখ্যক বলিদান দিৱসত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি তুলিৰাম ৰংহাঙৰ

August 25, 2026
Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

Assam-Meghalaya Taxi Standoff Finally Resolved — Tourism Minister

August 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d