ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বৰলেঙেৰীত অস্ত্ৰধাৰী ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি লুটি নিলে ৪ লাখ টকাঃ ঘটনাস্থলীত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া

ASSAM TIMES POST by ASSAM TIMES POST
October 17, 2019
Reading Time: 1 min read
A A
0
বৰলেঙেৰীত অস্ত্ৰধাৰী ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি লুটি নিলে ৪ লাখ টকাঃ ঘটনাস্থলীত জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া

নাওৰাজ ছেত্ৰী

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ বোকাজান মহকুমাৰ বৰলেঙৰীত যোৱা নিশা অস্ত্ৰধাৰী ডকাইতৰ দলৰ ডকাইতি কাণ্ডৰ পিছত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৰ লাহৰিজানৰ সমীপৰ বৰলেঙৰীত নিশা ৯ঃ৩০ বজাত এটা ৬ জনীয়া অস্ত্ৰধাৰী অচিনাক্ত ডকাইতৰ দলে ২নং বৰলেঙেৰী অঞ্চলৰ নাওৰাজ ছেত্ৰী নামৰ ব্যক্তিজনৰ ঘৰত প্ৰবেশ কৰে।

RELATED POSTS

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

WhatsApp Image 2019 10 17 at 5.33.49 AM | ASSAM TIMES POST
নাওৰাজ ছেত্ৰী

সেইসময়ত নাওৰাজ ছেত্ৰীৰ ঘৰত কেৱল তেওঁ আৰু তেওঁৰ পত্নীহে আছিল। অস্ত্ৰধাৰী ডকাইতৰ দলটোৱে মাৰণাস্ত্ৰ দেখুৱাই ছেত্ৰীৰ ঘৰৰ পৰা মুঠ ৪ লাখ টকা লুট কৰি নিয়ে। ডকাইতৰ দলটোৱে ছেত্ৰীৰ ঘৰৰ পৰা ধন লুট কৰাৰ পাছতে নাওৰাজ ছেত্ৰীলৈ লক্ষ্য কৰি দুজাঁই কৈ গুলী ফুটাইছিল যদিও কথমপি ছেত্ৰীৰ প্ৰাণ ৰক্ষা পৰে। ইফালে আজি পুৱা বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগু, জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মবলিক ব্ৰক্ষ্ম সহ বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

লক্ষণীয় কথা যে আজি কিছু দিনৰ পৰা অসম-নগালেণ্ড সীমান্ত অঞ্চলত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে ধন দাবী, অপহৰণ, হত্যা আদি ঘটনা সংঘটিত কৰি আহিছে। আজিৰ পৰা কেইমাহ মানৰ পূৰ্বে খটখটি অঞ্চলৰ সুৰা সম্ৰাট মূলসিং ৰাথোড়কো এটা অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে ব্যৱসায়ীজনৰ ঘৰৰ চোতালতে হত্যা কৰি ঘৰৰ পৰা বহু লক্ষাধিক টকাৰ আ-অলংকাৰ আৰু নগদ ধন লুট কৰি নিছিল।

কালি নিশা ডকাইতি কাণ্ড সংঘটিত কৰা এই অচিনাক্ত অস্ত্ৰধাৰী দলটো ৰাথোড় হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। অৱশ্যে দুৰ্বৃত্তৰ দলটো আৰক্ষীৰ জালত পৰিলে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। আনহাতে অসম নাগালেণ্ড সীমান্তত সঘনাই হৈ এনে হিংসাত্মক ঘটনাত সাধাৰণ ৰাইজ উদ্বিগ্ন হৈ পৰিছে ৷

Tags: FeaturedFeatured2
Share4Tweet3Send

Related Posts

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি
KARBI ANGLONG

Slow loris Recovered: ‎বকলীয়াঘাটত লাজুকী বান্দৰ উদ্ধাৰ, চিকিৎসা প্ৰদান কৰি অৰণ্যত মুকলি

by ASSAM TIMES POST
June 25, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ
KARBI ANGLONG

Assam flood : কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধিয়ে লৈছে ভয়ংকৰ ৰূপ

by News Desk
June 22, 2026
50
ADVERTISEMENT
Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ
National-International

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
50
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ
National-International

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026
50
Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed
National-International

Operation Sindoor : Names of 6 Soldiers Killed in Action Revealed

June 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

Ladour harassment : দিনত ২০ ঘণ্টা কাম, দিনটোত এসাঁজ খাদ্য, হিংস্ৰ কুকুৰৰ পহৰা; বন্দী ১২ শ্ৰমিকক কাৰখানাৰ পৰা উদ্ধাৰ

June 26, 2026
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

June 26, 2026
Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

Ram Mandir : দানৰ ধন চুৰি গোচৰত ৮ জন গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাম মন্দিৰ ট্ৰাষ্টৰ মুৰব্বীৰ পদত্যাগ

June 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx