Health & Fitness

Health & Fitness | Get daily dose of information related to Health and Fitness in Assamese and English

স্বাস্থ্য : বদ হজমৰ সমস্যাৰ পৰা বাচি থাকিবলৈ এই অভ্যাসবোৰ বাদ দিয়ক

স্বাস্থ্য : বদ হজমৰ সমস্যাৰ পৰা বাচি থাকিবলৈ এই অভ্যাসবোৰ বাদ দিয়ক

স্বাস্থ্য প্ৰতিবেদন: চিকিৎসকৰ ওচৰলৈ যিবোৰ সমস্যা লৈ প্রায়ে ৰোগী যায়, সেইবোৰৰ ভিতৰত অন্যতম এটি হৈছে হজমজনিত সমস্যা। খাদ্য ঠিকমতে হজম...

নিৰোগী হৈ দীর্ঘ দিন বাচি থাকিব বিচাৰে? এৰাই চলক এইবোৰ বিষয়

নিৰোগী হৈ দীর্ঘ দিন বাচি থাকিব বিচাৰে? এৰাই চলক এইবোৰ বিষয়

স্বাস্থ্য প্ৰতিবেদন: বেছিভাগ মানুহেই দীর্ঘায়ু পাব বিচাৰে। কিন্তু কেৱল দীর্ঘায়ু পালেই নহ’ব, দীর্ঘ দিন সুস্থভাবে বাচি থকাটোও জৰুৰী। দীর্ঘ দিন...

আজীৱন সুৰক্ষা দিব কোভিশিল্ডৰ টীকাই : গৱেষণাৰ দাবী

আজীৱন সুৰক্ষা দিব কোভিশিল্ডৰ টীকাই : গৱেষণাৰ দাবী

নিউজ ডেস্কঃ কৰোনাৰ পৰা আজীৱন সুৰক্ষা পোৱা যাব অক্সফোর্ড-এস্ট্রাজেনেকাৰ তৈয়াৰী কৰোনা টীকা ‘কোভিশিল্ড’ ল’লে। অক্সফোর্ড বিশ্ববিদ্যালয় আৰু ছুইজাৰলেণ্ডৰ গৱেষকসকলে বিজ্ঞান...

স্বাস্থ্য : মাইগ্রেনৰ বিষত ভুগিছে নেকি? পঢ়ক এই প্ৰতিবেদন

স্বাস্থ্য : মাইগ্রেনৰ বিষত ভুগিছে নেকি? পঢ়ক এই প্ৰতিবেদন

স্বাস্থ্য প্ৰতিবেদন: মাইগ্রেনৰ যন্ত্রণা যাৰ এবাৰ হৈছে, সিহে বুজিব ইয়াৰ সঙ্কট। মূৰত তীব্র যন্ত্রণা লৈ বেছি সময় কোনো কামতেই মন দিয়া সম্ভব...

স্বাস্থ্য : তুলসী পাতৰ ৰোগ নিৰাময় গুণ

স্বাস্থ্য : তুলসী পাতৰ ৰোগ নিৰাময় গুণ

স্বাস্থ্য প্ৰতিবেদন: আমি সকলোৱেই কম-বেছি পৰিমাণে তুলসী পাতৰ গুণ সম্পর্কে পৰিচিত। কেৱল পূজা-পার্বণতে নহয় আমাৰ বিভিন্ন শাৰীৰিক অসুস্থতা নির্মূল কৰিবলৈ...

স্বাস্থ্য : টোপনিত নাক বজাৰ সমস্যা আছে নেকি? মুক্তি পোৱাৰ সহজ পাঁচটা উপায়

স্বাস্থ্য : টোপনিত নাক বজাৰ সমস্যা আছে নেকি? মুক্তি পোৱাৰ সহজ পাঁচটা উপায়

স্বাস্থ্য প্ৰতিবেদন: বহুতৰেই বিভিন্ন কাৰণত টোপনিত নাক বাজে। কিন্তু তাৰ ফলত তেওঁৰ যিমান সমস্যা হয়, তাতকৈও বেছি সমস্যা হয় ওচৰত...

স্বাস্থ্য : ‘স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কণী’

স্বাস্থ্য : ‘স্বাস্থ্যৰ সুৰক্ষাৰ বাবে কণী’

স্বাস্থ্য প্ৰতিবেদন: ডাঃ ভূপেন শইকীয়া শিৰোনামাটো পঢ়ি কোনো কোনোজন হয়তো সচকিত হৈ উঠিব পাৰে৷ প্ৰেচাৰ, ছুগাৰ, কলেষ্টৰ'ল, মেদবহুলতা, গাউট (বৰ্ধিত...

স্বাস্থ্য : মাছৰ তেল কিমান উপকাৰী?

স্বাস্থ্য : মাছৰ তেল কিমান উপকাৰী?

স্বাস্থ্য প্ৰতিবেদন: স্বাস্থ্য সুৰক্ষাত মাছৰ তেলৰ বিকল্প নাই। প্রতিদিনে খাদ্য তালিকাত নিয়মিত মাছ ৰাখিব লাগে। কাৰণ প্রোটিন জাতীয় খাদ্যত মাছ...

Page 26 of 64 1 25 26 27 64
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist